• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই

সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

8 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

8 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

10 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

10 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

10 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

11 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

11 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

12 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

13 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

14 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই

সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই

editor by editor
July 20, 2024
in বিবিধ, বিশ্ব
0
সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই
0
SHARES
835
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাত্ৰ বিক্ষোভত উত্তাল বাংলাদেশ৷ নিহতৰ সংখ্যা বাঢ়ি হৈছেগৈ ১০৫ জন৷ বৰ্তমান পৰ্যন্ত সেই পৰিসংখ্যা যদিও এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা থকা বুলিও জনাইছে এএফপিয়ে৷ ইয়াৰ মাজতেই সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে বাংলাদেশলৈ পঢ়িবলৈ যোৱা ছাত্ৰ৷ ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকে৷ শুকুৰবাৰে নিশাৰে পৰা বাংলাদেশত যিহেতু কাৰফিউ জাৰি কৰা হৈছে সেয়ে ভাৰতীয় ছাত্ৰসকল এতিয়া সীমান্চ পাৰ হৈ ভাৰতলৈ উভতি আহিছে৷ ৩০০ ৰো অধিক ছাত্ৰ ভাৰতলৈ উভতি আহিছে৷ বাংলাদেশৰ বিভিন্ন বিশ্ববিদ্যলয়ত তেওঁলোকে পঢ়ি আছিল৷

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ৷ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত বাংলাদেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থাকিব৷ শুকুৰবাৰে নিশাও কেইবাগৰাকী ছাত্ৰ সীমান্ত পাৰ হৈ দেশলৈ আহিছে৷ বহু বিদেশী ছাত্ৰ-ছাত্ৰীয়েও এতিয়া বাংলাদেশ এৰি ভাৰতত প্ৰৱেশ কৰিছে৷

শুকুৰবাৰে ত্ৰিপুৰা, মেঘালয় হৈ যিসকল ছাত্ৰ আহিছে তেওঁলোকৰ বেছিভাগেই উত্তৰপ্ৰদেশ, হাৰিয়ানা, মেঘালয়, জম্মু আৰু কাশ্মীৰৰ বাসিন্দা৷ দেশলৈ ওভতি আহিবলৈ তেওঁলোকে দুটা ৰাস্তা বাচি লৈছে৷ এটা দলে ত্ৰিপুৰাৰ আগৰতলাৰ ওচৰৰ আখুৰা স্থলবন্দৰ হৈ ভাৰতলৈ আহিছে৷ অন্য দলে মেঘালয়ৰ ডাউকী স্থলবন্দৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে৷

বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থা সংস্কাৰৰ দাবীত বিগত এসপ্তাহ ধৰি ছাত্ৰবিক্ষোভ চলি আছে৷ বিগত সোমবাৰৰ পৰা ক্ৰমে এই বিক্ষোভ হিংস্ৰ হৈ পৰিছে৷ মঙলবাৰৰ দিনটোত আৰক্ষী আৰু আন্দোলনকাৰীৰ মাজৰ সংঘৰ্ষত ৬জন লোকে মৃত্যুক সাবটি লৈছে৷ তাৰপাছতেই কোটা সংস্কাৰৰ আন্দোলন আৰু তীব্ৰতৰ হৈ উঠে৷ বাংলাদেশৰ বিভিন্ন স্থানত বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট পৰিসেৱা৷ আৰক্ষীয়ে এই দন্দ শেষ কৰিব নোৱাৰাত সেনা মোতায়েন কৰা হৈছে বাংলাদেশৰ বিভিন্ন এলেকাত৷

ভাৰতলৈ উভতি অহা ছাত্ৰই জনাইছে যে, বাংলাদেশৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক৷ প্ৰথমে আন্দোলনৰ মাজত বিশ্ববিদ্যালয় বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকে তাত কিছুদিন থাকি যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু পৰিস্থিতি ক্ৰমে বেয়া হৈ অহাৰ বাবে তেওঁলোকে সেই দেশ এৰাৰ সিদ্ধান্ত লয়৷ ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ বাবে তেওঁলোকে পৰিয়ালৰ সৈতে যোগাযোগো কৰিব পৰা নাছিল৷ ভাৰতীয় দূতবাসৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকে স্থলপথেৰে ব্যক্তিগত বাহনেৰে ভাৰতলৈ আহিছে৷ বিক্ষোভৰ বাবে এতিয়া বাংলাদেশত ট্ৰেইন, মেট্ৰ সকলো পৰিসেৱাই বাতিল হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
Next Post
ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

ভাষাৰে প্ৰকাশ কৰা কঠিন... অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.