• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱগ্ৰহক চালনা কৰে মা দূৰ্গাৰ ৯ ৰূপে! জানি থওক দেৱীৰ এই ৯টা অৱতাৰৰ কথা

নৱগ্ৰহক চালনা কৰে মা দূৰ্গাৰ ৯ ৰূপে! জানি থওক দেৱীৰ এই ৯টা অৱতাৰৰ কথা

3 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

2 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

2 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

2 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

3 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

3 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

6 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

6 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

7 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

7 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱগ্ৰহক চালনা কৰে মা দূৰ্গাৰ ৯ ৰূপে! জানি থওক দেৱীৰ এই ৯টা অৱতাৰৰ কথা

editor by editor
September 14, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নৱগ্ৰহক চালনা কৰে মা দূৰ্গাৰ ৯ ৰূপে! জানি থওক দেৱীৰ এই ৯টা অৱতাৰৰ কথা
0
SHARES
598
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দূৰ্গাপুজালৈ মাজত মাত্ৰ ৩৫ দিন। আগন্তুক ২০ অক্টোবৰত মহাষষ্ঠী, সেইদিনাৰ পৰাই আৰম্ভ হ’ব দূৰ্গাপুজা। তাৰপূৰ্বে ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি। গীতাত দেৱী দূৰ্গাত এই বিশ্ব ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ দেৱী হিচাপে বৰ্ণনা কৰা আছে। বৈষ্ণৱধৰ্ম মতে তেওঁ শ্ৰী কৃষ্ণৰ সমকক্ষ। স্কন্দ পুৰাণ অনুসৰি মহিষাসুৰক বধ কৰি দূৰ্গা নামেৰে পূজিত হয় পাৰ্বতী। দূৰ্গা পুজাৰ আগে আগে জানি থওত দূৰ্গাৰ ৯টা ৰূপৰ কথা। আৰু কোন গ্ৰহই কোন অৱতাৰক নিয়ন্ত্ৰণ কৰে?

দেৱী শৈলপুত্ৰী
দেৱীৰ ৯ অৱতাৰৰ ভিতৰত প্ৰথম অৱতাৰ হৈছে শৈলপুত্ৰী। বৃষ বা ষাঁড় হৈছে দেৱীৰ প্রথম অৱতাৰৰ বাহন। এই বাহনক বৃষাৰূঢ়াও কোৱা হয়। এই অৱতাৰত দেৱীৰ দুখন হাত আছে। সোঁ হাতত আছে ত্ৰিশূল আৰু বাওঁ হাতত আছে পদুম। সূৰ্যক নিয়ন্ত্ৰণ কৰে এই দেৱীয়ে।

দেৱী ব্ৰহ্মচাৰী
দেৱীৰ দ্বিতীয় অৱতাৰ হৈছে ব্ৰহ্মচাৰী। তেওঁৰ দুয়োখন হাতৰ সোঁ হাতত জপমালা আৰু বাওঁ হাতত কমণ্ডলু। এই দেবী বাহনহীনা। মহাদেৱক লাভ কৰিবলৈ দেবীয়ে ব্ৰহ্মচাৰী কঠোৰ তপস্যা কৰিছিল। শনিক নিয়ন্ত্ৰণ কৰে এইগৰাকী দেৱীয়ে।

দেৱী চন্দ্ৰঘণ্টা
বাঘৰ পিঠিত আহে দেৱীৰ তৃতীয় অৱতাৰ চন্দ্ৰঘণ্টাই। তেওঁৰ দহোখন হাত আছে। দহোখন হাতত ত্ৰিশূল, গদা, তৰোৱাল, কমণ্ডলু, পদুম, তীৰ, ধনু, জপমালা, অভয় মুদ্ৰা আৰু বৰদায়ী মুদ্ৰা। চন্দ্ৰক নিয়ন্ত্ৰণ কৰে এইগৰাকী দেৱীয়ে।

দেৱী কুষ্মাণ্ডা
দেৱীৰ চতুৰ্থ অৱতাৰ হৈছে কুষ্মাণ্ডা। কুষ্মাণ্ডা দেৱীয়ে সিংহৰ পিঠিত আহে। এই অৱতাৰত তেওঁৰ হাতত থাকে কমণ্ডলু, ধনু, অমৃত কলহ, জপমালা, গদা আৰু চক্ৰ। এই দেৱীয়ে নিয়ন্ত্ৰণ কৰে বৃহস্পতিক।

দেৱী স্কন্দমাতা
দেৱীৰ পঞ্চম অৱতাৰ সৈতে স্কন্দমাতা। শিশু মুৰুগাওঁ বা কাৰ্তিক তেওঁৰ কোলাত থাকে। তেওঁৰ দুয়ো হাতেৰে কাৰ্তিকক ধৰি থাকে। অন্য দুহাতত থাকে পদুম। এই দেৱী শুভ্ৰবসনা। তেওঁ মঙল গ্ৰহক নিয়ন্ত্ৰণ কৰে।

দেৱী কাত্যায়নী
দেৱীৰ ষষ্ঠ অৱতাৰ হৈছে কাত্যায়নী। তেওঁৰ চাৰিখন হাত আৰু বাহন সিংহ। দুখন বাওঁ হাতত পদুম আৰু তৰোৱাল আৰু দুয়োখন সোঁ হাতত অভয় আৰু মুদ্ৰা। এইগৰাকী দেৱীয়ে শুক্ৰ গ্ৰহক নিয়ন্ত্ৰণ কৰে।

দেৱী কালৰাত্ৰী
দেৱীৰ সপ্তম অৱতাৰ হৈছে কালৰাত্ৰি। এই অৱতাৰত দেৱী কৃষ্ণবৰ্ণা আৰু গাধৰ পিঠিত আহে। দুখন সোঁ হাতত তৰোৱাল আৰু লোহাৰ অস্ত্ৰ থাকে। এইগৰাকী দেৱী পাৰ্বতীৰ সকলোতকৈ ভয়ানক ৰূপ। ৰাহুল ওপৰত নিয়ন্ত্ৰণ থাকে এই দেৱীৰ।

দেৱী মহাগৌৰী
দেৱীৰ অষ্টম অৱতাৰ হৈছে মহাগৌৰী। এইৰূপত দেৱীৰ সোঁ হাতত থাকে ত্ৰিশূল আৰু অভয় মুদ্ৰা। দুখন বাওঁ হাতত থাকে ডম্বৰু আৰু বৰদা মুদ্ৰা। এইগৰাকী দেৱী শংখৰ দৰে শুভ্ৰ। বুধ গ্ৰহক তেওঁ নিয়ন্ত্ৰণ কৰে।

দেৱী সিদ্ধিদাত্ৰী
দেৱীৰ নৱম অৱতাৰ হৈছে সিদ্ধিদাত্ৰী। এইগৰাকী দেৱী পদ্মৰ ওপৰত আহে। এই অৱতাৰত দেৱীৰ চাৰি হাতত থাকে গদা, চক্ৰ, পদ্ম আৰু শংখ থাকে। এইগৰাকী দেৱীৰ সংগী হৈছে দেৱীৰ অৰ্ধনাৰীশ্বৰ ৰূপ। কেতুৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে দেৱী সিদ্ধিদাত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
ৰাশি অনুযায়ী কোন ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব? জানি থওক সবিশেষ…

ৰাশি অনুযায়ী কোন ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব? জানি থওক সবিশেষ...

১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ

১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.