• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ

3 years ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

7 minutes ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

41 minutes ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 hour ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

17 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

18 hours ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

19 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ

editor by editor
September 15, 2023
in চিনেমা, জীৱনশৈলী, বিবিধ, ভাৰত
0
১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ১০০০ কোটি টকাৰ অনলাইন ‘পঞ্জি’ কেলেংকাৰীত নাম সাঙোৰ খাইছে বলীউড অভিনেতা গোবিন্দৰো। বলীউডৰ ‘হিৰো নম্বৰ ৱান’ক ওড়িশাৰ অৰ্থনৈতিক অপৰাধ দমন শাখাই সোধপোছ অ্যবাহত ৰাখিছে।

চলাৰ টেকনো এলায়েন্স নামৰ কোম্পানীয়ে ক্ৰিপ্টো কাৰেন্সিৰ নামত ভুৱা প্ৰচাৰ চলাই আছে। সেই ভুৱা প্ৰচাৰৰ কামত গোবিন্দও সংযুক্ত হৈ আছে কোম্পানীটোৰ সৈতে। কোম্পানীটোৰ কেইবাটাও বিজ্ঞাপন কৰিছে গোবিন্দই। সেই পৰিপ্ৰেক্ষিতত বলীউড অভিনেতাৰ বিৰুদ্ধে অভিযোগ যে প্ৰকাশ সেই প্ৰতাৰক সংস্থাৰ কাৰ্যকলাপক গোবিন্দই সমৰ্থন কৰাৰ বাবেই তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ওড়িশা অৰ্থনৈতিক অপৰাধ দমন শাখাই।

ওড়িশাৰ অৰ্থনৈতিক অপৰাধদমন শাখাৰ এগৰাকী বিষয়া জে এন পংকজে এই সন্দৰ্ভত কয়, ‘অতি শীঘ্ৰেই অভিনেতাজনক ওড়িশালৈ আনি সোধপোছ কৰা হ’ব। এটা টীম মুম্বাইলৈ আমি পঠিওৱাৰ ব্যৱস্থা কৰিছো। প্ৰাথমিক পৰ্যায়ত মুম্বাইতেই তেওঁক সোধপোছ কৰা হ’ব। বিগত জুলাই মাহত চলাৰ টেকনো এলায়েন্স নামৰ কোম্পানীটোৰ সৈতে সংযুক্ত হৈ পৰিছিল অভিনেতা গোবিন্দ। বিগত জুলাই মাহত সেই সংস্থাৰ এটা অনুষ্ঠানলৈ গৈছিল অভিনেতা গোবিন্দ।

বিষয়টো সন্দৰ্ভত জে এন পংকজে কয়, ‘তদন্তৰ স্বাৰ্থত তেওঁক সোধপোছ কৰা হ’ব। গোবিন্দ এই ঘটনাৰ অভিযুক্ত নহয়, বা আমি সন্দেহো কৰা নাই। আমি ভাৱি লৈছো যে তেওঁ বিজ্ঞাপনৰ চুক্তিতেই জড়িত। তথাপিও তদন্তৰ স্বাৰ্থত আমি তেওঁক সোধপোছ কৰিম।’ এই খবৰক লৈ মুখ খুলিছে গোবিন্দৰ মেনেজাৰে। তেওঁ কয়, ‘অৰ্ধসত্য খবৰ প্ৰচাৰ হৈ আছে। তেওঁৰ এই বিশেষ কোম্পানীটোৰ সৈতে কোনোধৰণৰ বুজাপৰা নাই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?
বাণিজ্য

June 4, 2026
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ
জীৱনশৈলী

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

June 4, 2026
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?
ক্ৰীড়া

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

June 4, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
স্বাস্থ্য

Next Post
‘শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ…’ জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে? কিয় শ্বাহৰুখে প্ৰায় চিনেমাত দীপিকাক ৰাখে?

'শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ...’ জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে? কিয় শ্বাহৰুখে প্ৰায় চিনেমাত দীপিকাক ৰাখে?

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন