• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

3 years ago
নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

12 minutes ago
‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

1 hour ago
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

1 hour ago
টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

2 hours ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

3 hours ago
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

4 hours ago
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

5 hours ago
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

5 hours ago
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

6 hours ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

7 hours ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

editor by editor
September 15, 2023
in জীৱনশৈলী, ভাৰত
0
তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেউজীয়াৰ মাজত থাকিলে যিকোনো ব্যক্তিৰেই মন প্ৰশান্তিৰে ভৰি পৰে। সেয়ে ঘৰত গছপুলি ৰোৱাটো শুভ বুলি কোৱা হয়। ঘৰত যিকোনো গছ ৰোৱাতকৈ কেইবিধমান বিশেষ গছ ৰুলে যোগাত্মক পৰিবেশে বিৰাজ কৰে। হিন্দু ধৰ্মত তুলসী গছ অতি পবিত্ৰ। সেয়ে ঘৰৰ চৌদিশে তুলসী গছ ৰোৱাটো অতি শুভ। ইয়াৰোপৰি তুলসীয়ে বায়ু বিশুদ্ধ কৰে।

হিন্দু ধৰ্মত তুলসী পূজনীয়। তুলসীৰ পাত, গা গছ সকলোবোৰেই প্ৰয়োজনীয়। প্ৰচলিত বিশ্বাস যে তুলসীত লক্ষ্মীৰ বাস। হিন্দু শাস্ত্ৰত তুলসীৰ পাত, শিঁপা সকলোবোৰৰ উপকাৰীতাৰ কথা উল্লেখ আছে। এই গছৰ শিঁপাৰ পৰা কি কি উপকাৰ হয়?

তুলসীৰ শিঁপাত বিষ্ণুৰ বাস
হিন্দু ধৰ্ম অনুযায়ী তুলসী গছত লক্ষ্মীয়ে বাস কৰে। তুলসীৰ শিঁপাত কিন্তু বিষ্ণুৱে বাস কৰে। শাস্ত্ৰ মতে কোনো ব্যক্তিৰ কোষ্ঠীত নৱগ্ৰহ দোষ থাকিলে তুলসীৰ শিঁপা ধাৰণ কৰিব লাগে। ইয়াৰফলত ব্যক্তিৰ জীৱনত ইতিবাচক প্ৰভাৱ বৃদ্ধি পায়। মানসিক শান্তি লাভ কৰিবলৈকো তুলসীৰ শিঁপাৰ মালা ধাৰণ কৰিব লাগে। ইয়াৰোপৰি পুজাঘৰত তুলসীৰ শিঁপাৰ মালা থোৱাটো অতিশয় শুভ। তুলসীৰ শিঁপা ঘৰত থাকিলে মানসিক শান্তি লাভ কৰা যায়। ইয়াৰোপৰি অৱসাদ দূৰ হয়। নেতিবাচক শক্তি আঁতৰি যায়।

আৰ্থিক সমস্যাৰ পৰা মুক্তি
কোনো ব্যক্তিয়ে খুবেই আৰ্থিক সমস্যাত ভূগি থাকিলে তুলসীৰ শিঁপাৰ মালা লগত ৰাখিব পাৰে। ইয়াৰোপৰি ৰঙা কাপোৰত এই মালা বান্ধি থলে অতিশয় শুভ। টকা থোৱা লকাৰত তুলসীৰ শিঁপা ৰাখিলে প্ৰচুৰ অৰ্থৰ আগমন হয়। সৌভাগ্যৰ দুৱাৰ মুকলি হয়। শাস্ত্ৰমতে তুলসীৰ শিঁপা গংগাজলেৰে ধুই লগত ৰাখিলে কলহ দোষ দূৰ হয়। আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ ৰূপৰ মাদুলিত তুলসীৰ শিঁপা সোমোৱাই ধাৰণ কৰিব পাৰে। ইয়াৰফলত আপোনাৰ জীৱনত অহা সমস্ত সমস্যা দূৰ হয়।

কৰ্মত সফলতা
জ্যোতিষ অনুযায়ী কোনো কামত বহুদিন ধৰি সফলতা লাভ নকৰিলে তুসলীৰ শিঁপা গংগাজলেৰে ধুই হালধীয়া কাপোৰেৰে বান্ধি নিজৰ সৈতে ৰাখিব পাৰে। ইয়াৰফলত শীঘ্ৰে সফলতা লাভ কৰিব পাৰে। ৰৈ যোৱা সকলো কাম সোনকালে সম্পন্ন হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’
জীৱনশৈলী

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

June 3, 2026
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!
জীৱনশৈলী

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

June 3, 2026
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক
জীৱনশৈলী

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

June 3, 2026
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত
ভাৰত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

June 3, 2026
Next Post
যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?

যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?

এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.