• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ…’ জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে? কিয় শ্বাহৰুখে প্ৰায় চিনেমাত দীপিকাক ৰাখে?

‘শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ…’ জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে? কিয় শ্বাহৰুখে প্ৰায় চিনেমাত দীপিকাক ৰাখে?

3 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

7 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

7 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

8 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

8 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

9 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

10 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

10 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

12 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

12 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

12 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

13 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ…’ জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে? কিয় শ্বাহৰুখে প্ৰায় চিনেমাত দীপিকাক ৰাখে?

editor by editor
September 15, 2023
in ভাৰত
0
‘শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ…’ জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে? কিয় শ্বাহৰুখে প্ৰায় চিনেমাত দীপিকাক ৰাখে?
0
SHARES
408
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপিকা পাডুকন। শেহতীয়াভাৱে জাৱানত কেমিঅ’ চৰিত্ৰত দেখা গৈছে অভিনেত্ৰী দীপিকা পাডুকনক। জৱানে বক্স অফিচত ধুমুহা অনাৰ সময়তে দীপিকাই শ্বাহৰুখৰ ছবিত তেওঁ কিয় কাম কৰি ভালপায় সেই সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়াইছে। সাক্ষাৎকাৰটোত দীপিকাই শ্বাহৰুখ আৰু তেওঁৰ মাজৰ সম্পৰ্কৰ কথাও স্পষ্টৰূপত প্ৰকাশ কৰিছে। দীপিকাই এই সন্দৰ্ভত কয়, ‘শ্বাহৰুখৰ সৈতে মোৰ সম্পৰ্ক অকল চিনেমাক লৈয়েই নহয়। আমি এজনে আনজনৰ লাকী চাম্প। বিশ্বাস আৰু সন্মানেই আমাৰ সম্পৰ্কৰ বান্ধোন অটুত কৰি ৰাখিছে।’

দীপিকাই লগতে কয়, ‘আমি এজনে আনজনৰ ভাগ্য কৱছ। তেওঁৰ প্ৰতি মোৰ সন্মান আৰু বিশ্বাস আছে। মই ভাৱো ভাগ্যতো শ্বাহৰুখৰ কেৰিয়াৰত কেকৰ ওপৰত থকা সৰু চেৰীটোৰ দৰে। তেওঁ যি কাম কৰে মনেৰে কৰে। প্ৰাণেৰে কৰা কামত সফলতা আহিবই। তথাপিও তেওঁ মোক লাকী চাম্প ভৱাটো মোৰেই সৌভাগ্য।’ এই বৰ্ষৰ আৰম্ভণিতে শ্বাহৰুখে আন এখন হীট ছবি পাঠান উপহাৰ দিছিল। সেই ছবিতো দীপিকাই বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। পাঠানৰ পাছতেই জাৱানত কেমিঅ’ ৰুলত দেখা গৈছে দীপিকাক।

২০০৭ চনত ওম শান্তি ওম ছবিত শ্বাহৰুখৰ বিপৰীতে বলীউডত অভিষেক ঘটিছিল দীপিকাৰ। তাৰপিছতেই হেপ্পী নিউ ইয়াৰ আৰু চেন্নাই এক্সপ্ৰেছ ছবিতো অভিনয় কৰিছে দীপিকাই। দুয়োৰে যুঁটিটোৱে একেলগে বক্স অফিচত ভাল ব্যৱসায়ো কৰিছে। বলীউডৰ বেয়া দিন চলি থকাৰ সময়তে পাঠানে বিশ্বব্যাপী ১০০০ কোটিৰো বেছি ব্যৱসায় কৰিছে। জাৱানেও বৰ্তমানলৈ বিশ্বব্যাপী ৭০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে। জাৱান মুক্তি পাইছিল বিগত ৭ ছেপ্টেম্বৰত। শ্বাহৰুখৰ সৈতে দীপিকাৰ ছবি বক্স অফিচত বিশেষভাৱে হীট হৈছে। অভিনেতা শ্বাহৰুখেও বহুবাৰ সাক্ষাৎকাৰত দীপিকা তেওঁৰ লাকী চাম্প বুলি উল্লেখ কৰি আহিছে। অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত চিনেমা সম্পৰ্কে কৈছে, ‘মই কেতিয়াও সংখ্যাৰ প্ৰতি মুগ্ধ নহওঁ। স্কুলৰ গণিতেই হওক বা ধনৰ হিচাপ। মই চিনেমা হীট হ’লে দৰ্শকে চোৱাটোতহে সুখী হওঁ। মই সুখী মোৰ চিনেমা দৰ্শকে চাইছে। মই দৰ্শকৰ ওচৰত কৃতজ্ঞ।’

ইয়াৰোপৰি শ্বাহৰুখে কৈছিল, তেওঁ জাৱান বা অইন চলচ্চিত্ৰৰ বাবে নিজেই কোনো ধনৰ ডিমাণ্ড কৰা নাই। আনহাতে দীপিকাই তেওঁৰ সৈতে চিনেমা কৰি কিমান ধন লয় সেই সম্পৰ্কে দীপিকাকো বহুতে প্রশ্ন কৰি আহিছে। দীপিকাই এই প্ৰশ্নৰ উত্তৰত কয়, ‘শ্বাহৰুখ মোৰ প্ৰিয় সহ অভিনেতা। প্ৰথম চিনেমাক্ষেত্ৰলৈ আহোতে মই কেৱল তেওঁৰ সৈতে কাম কৰাৰ সপোন হে দেখিছিলো। সপোনৰ মানুহজনৰ সৈতে কাম কৰিবলৈ পোৱাটোৱেই মোৰ ডাঙৰ প্ৰাপ্তি। ধনতকৈ মই তেওঁৰ সৈতে কাম কৰাটো মোৰ বাবে ডাঙৰ সৌৰ্ভাগ্য বুলি ভাৱো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Next Post
তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?

যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.