• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

editor by editor
September 3, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰুনাই ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ এই দুদিনীয়া ভ্ৰমণ ঐতিহাসিক হ’বলৈ গৈ আছে। ব্ৰুনাই ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। ব্ৰুনাইৰ চুলতান হাছানাল বলকিয়াৰৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী ব্ৰুনাই ভ্ৰমণলৈ গৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত ব্ৰুনাই আৰু ইয়াৰ চুলতানৰ জীৱন সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ পৰিছে বহুজন৷

১) এছিয়াৰ ছিংগাপুৰ আৰু ফিলিপাইনছৰ মাজত অৱস্থিত দেশ ব্ৰুনাই৷ ১৯৮৪ চনত ব্ৰুনাইয়ে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। বৰ্তমানৰ চুলতান ১৯৬৮ চনৰ পৰাই ক্ষমতাত আছে। তেওঁৰ সম্পূৰ্ণ নাম হ’ল হাছানাল বলকিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয়। ব্ৰুনাইৰ অৰ্থ হ’ল That’s it! এই দেশত থকা প্ৰধান নিষেধাজ্ঞা হৈছে শ্বাৰ্কৰ পাখি কটা আৰু ইয়াৰ ব্যৱসায়িক ব্যৱহাৰত নিষেধাজ্ঞা ৷

২) চুলতান হাছানালৰ সম্পত্তি প্ৰায় ৩০ বিলিয়ন ডলাৰ। তেওঁ পৃথিৱীৰ অন্যতম ধনী ব্যক্তি। বৰ্তমান তেওঁ যিকোনো দেশৰ ভিতৰতে সৰ্বাধিক দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৭ চনত চুলতানে ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰে। চুলতানে দ্বিতীয় ৰাণী এলিজাবেথৰ পিছত ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাজত্বৰ অভিলেখ গঢ়ি তুলিছে।

৩) চুলতান হাছানাল বলকিয়াৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৬ জুলাইত। চুলতানে কুৱালালামপুৰৰ ভিক্টোৰিয়া ইনষ্টিটিউটত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছতে ১৯৬৭ চনত ব্ৰিটেইনৰ ৰয়েল মিলিটাৰী একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ব্ৰুনাই দেশ ধৰ্মক লৈ যথেষ্ট কঠোৰ৷

৪) ১৯৬৮ চনত চুলতান হাছানালে ব্ৰুনাইৰ ৰাজপাটত বহে। চুলতানে নিজৰ দেশক আগুৱাই নিবলৈ ব্ৰুনাইক এছিয়ান আৰু ৰাষ্ট্ৰসংঘৰ অংশ কৰি তুলিছে। বিলাসী জীৱনশৈলীৰ বাবে পৰিচিত সম্ৰাট হাছানাল। চুলতানৰ আয়ৰ আটাইতকৈ ডাঙৰ উৎস হৈছে তেল আৰু প্ৰাকৃতিক গেছ। ব্ৰুনাইৰ অৰ্থনীতিত তেল আৰু গেছৰ অৰিহণা ৯০ শতাংশতকৈও অধিক। ব্ৰুনাইৰ ৭০ শতাংশ বৰ্ষাৰণ্যৰে আবৃত হৈ আছে।

৫) ব্ৰুনাইৰ চুলতানৰ ৰাজপ্ৰসাদ ‘ইস্তানা নুৰুল ইমান প্ৰাসাদ’ নামেৰে জনাজাত। এই ৰাজপ্ৰসাদটো ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভৰ স্মৃতিসৌধ হিচাপে নিৰ্মাণ কৰা হৈছে। বিশ্বৰ সৰ্ববৃহৎ আৱাসিক প্ৰাসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে এই আৱাস৷ ২০ লাখ বৰ্গফুটত নিৰ্মাণ কৰা হৈছে এই ৰাজপ্ৰাসাদ৷ ৰাজপ্ৰাসাদৰ গম্বুজ ২২ কেৰেট সোণেৰে সজাই তোলা হৈছে। এই ৰাজপ্ৰসাদৰ মূল্য ২৫৫০ কোটিতকৈও অধিক বুলি অনুমান কৰা হৈছে। ইয়াত পাঁচটা চুইমিং পুল, ২৫৭টা বাথৰুম আৰু ১৭০০ৰো অধিক কোঠা আছে। ১১০টা গেৰেজৰ উপৰিও ২০০টা ঘোঁৰাৰ বাবে এয়াৰ কণ্ডিচনাৰযুক্ত ঘোঁৰাশাল আছে।

৬) ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি চুলতানে নিজৰ ব্যৱহাৰৰ বাবে বয়িং ৭৪৭ বিমানৰ বাবে প্ৰায় ৩০০০ কোটি টকা বিনিয়োগ কৰিছে। ইয়াত সোণৰ বেচিনৰ বহু দামী দামী সামগ্ৰী আছে৷ তেওঁৰ প্ৰাসাদত থকা এটা সোণৰ বেচিনৰ দামেই ১২ কোটি ডলাৰ। খবৰ অনুসৰি চুলতানে জন্মদিনৰ উপহাৰ হিচাপে কন্যাক এয়াৰবাছ এ ৩৪০ দিছিল।

৭) খবৰ অনুসৰি চুলতানৰ হাতত বিশ্বৰ আটাইতকৈ বিৰল গাড়ীৰ সংকলন আছে। বাহনৰ ভিতৰত আছে সোণ প্লেটেড ৰোলছ ৰয়েচ গাড়ীও। খবৰ অনুসৰি চুলতানৰ ৭০০০ বাহনৰ কালেকছন আছে। ইয়াৰ আনুমানিক মূল্য ৫ বিলিয়ন ডলাৰ। চুলতানৰ হাতত আছে ৩০০খন ফেৰাৰী আৰু ৫০০খন ৰ’লছ ৰয়েচ। খবৰ অনুসৰি চুলতানৰ নিজা চিৰিয়াখানাও আছে। তাত ৩০ টা বেংগল টাইগাৰ আছে। ঈগল আৰু ফ্লেমিংগোও আছে৷

৮) ব্ৰুনাইত সমকামিতাৰ শাস্তি প্ৰদানৰ ব্যৱস্থা আছে। ব্ৰুনাইত শিক্ষাৰ অধিকাৰ সকলোৰে বাবে সমান৷ ব্ৰুনাইত ছিংগাপুৰ ডলাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াত অৱস্থিত এখন চহৰক ভেনিচ অৱ দ্য ইষ্ট বুলি কোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assambrunei KingnarendramodiSultan of BruneiSultan Of Brunei Hassanal Bolkiah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.