• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

1 year ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

16 minutes ago
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

1 hour ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

2 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

3 hours ago
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

3 hours ago
আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

4 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

4 hours ago
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

6 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

6 hours ago
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

7 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

7 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

editor by editor
May 6, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ জনসংখ্যা প্ৰায় ডেৰশ কোটিয়েই হ’ল যদিও আজিও যৌনস্বাস্থ্যক লৈ কথা ক’বলৈ নাকত লাজে ধৰে প্ৰায়সংখ্যকৰেই৷ আৰু সেই লাজৰ বাবেই আজিও বহু লোকে বিভিন্ন যৌন সমস্যাত ভূগি আছে৷ তেনে এক সমস্যা হৈছে প্ৰিমেচিউৰ ইজাকুলেছন বা অকাল বীৰ্যপাত৷

প্ৰিমেচিওৰ ইজাকুলেছন বা অকাল বীৰ্যপাত এনে এক অৱস্থা য’ত  যৌন মিলনৰ সময়ত পুৰুষাংগ যোনিত প্ৰৱেশৰ পূৰ্বে অথৱা প্ৰৱেশৰ কম সময়ৰ ভিতৰতেই (১ৰ পৰা ৩) মিনিটৰ ভিতৰত) সামান্য যৌন উত্তেজনাতেই বীৰ্যস্খলন ঘটে৷

এই দ্ৰুত বীৰ্যপাতৰ ওপৰত ব্যক্তিৰ নিয়ন্ত্ৰণ খুবেই কম বা একেবাৰেই নিয়ন্ত্ৰণ নাই৷ ইয়াৰ ফলত সংশ্লিষ্ট ব্যক্তিয়ে নিজে আৰু তেওঁৰ সংগীও যৌন অতৃপ্তিত ভূগিব পাৰে, যি পৰবৰ্তীকালত মানসিক চাপ, উদ্বেগ, হতাশা আৰু যৌনমিলন এৰাই চলাৰ দৰে সমস্যাৰ সৃষ্টি কৰে৷

প্ৰিমেচিউৰ ইজাকুলেছন কিয় হয়?

প্ৰিমেচিউৰ ইজাকুলেছনৰ নিৰ্দিষ্ট কাৰণ সকলো সময়তে পৰিষ্কাৰ নহলেও এটা সাধাৰণত শাৰীৰিক আৰু মনস্তাত্ত্বিক কাৰণৰ সমন্বয়ত ঘটে৷ তাৰভিতৰত আছে-

উদ্বেগঃ যৌন কৰ্মক্ষমতাক লৈ অতিৰিক্ত চিন্তা বা ব্যৰ্থতাৰ ভয়৷ যৌনমিলনৰ আৰম্ভণিতে অতিৰিক্ত উত্তেজিত হৈ পৰাৰ কাৰণেও এনে হ’ব পাৰে৷

মানসিক চাপঃ জীৱনৰ অন্যান্য ক্ষেত্ৰৰ চাপে যৌন জীৱনত প্ৰভাৱ পেলাব পাৰে৷

সম্পৰ্কৰ সমস্যাঃ সংগীৰ সৈতে বুজাপৰাৰ অভাৱ বা মানসিক দূৰত্ব৷

ডিপ্ৰেছনঃ বিষন্নতাই যৌন ইচ্ছাৰ ওপৰিও বীৰ্যপাত নিয়ন্ত্ৰণতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷

হৰমনৰ ভাৰসাম্যহীনতাঃ টেষ্টোষ্টেৰণ বা থাইৰয়েড হৰমনৰ অস্বাভাৱিক মাত্ৰা প্ৰিমেচিউৰ ইজাকুলেছনৰ কাৰণ হব পাৰে৷

নিউৰোট্ৰান্সমিটাৰৰ সমস্যাঃ মস্তিষ্কই যি ৰাসায়নিক পদাৰ্থই সংবেদন বহন কৰে তাক নিউৰোট্ৰান্সমিটাৰ বুলি কোৱা হয়৷ নিউৰোট্ৰান্সমিটাৰত চেৰোটোনিনৰ মাত্ৰা কম থাকিলে দ্ৰুত বীৰ্যপাত হব পাৰে৷

প্ৰষ্টেট বা মূত্ৰনলীত সংক্ৰমনঃ প্ৰোষ্টাটাইটিছ বা ইউৰেথ্ৰাইটিছৰ দৰে সমস্যা৷ লিংগৰ অগ্ৰভাগ অতিৰিক্ত সংবেদনশীল হলেও এই সমস্যা হব পাৰে৷

অন্যান্য শাৰীৰিক অসুস্থতাঃ যেনে স্নায়ুৰোগ বা মেৰুদণ্ডৰ আঘাত, ইৰেকটাইল ডিছফাংছন প্ৰভৃতিৰ কাৰণেও এনে হব পাৰে৷

কেনেকৈ প্ৰিমেছিউৰ ইজাকুলেছন প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰি?

ষ্টাৰ্ট ষ্টপ পদ্ধতিঃ এই পদ্ধতিত যৌন উত্তেজনা চৰম পৰ্যায়ত পোৱাৰ ঠিক পূৰ্বে যৌন কাৰ্যকলাপ ৰখাই দিয়ক৷ বীৰ্যপাতৰ ইচ্ছা কমি যোৱাৰ পাছত আকৌ কাৰ্যকলাপ আৰম্ভ কৰক৷ এই কাম পুনৰাবৃত্তি কৰিব৷

স্কুইজ পদ্ধতিঃ এই পদ্ধতিত বীৰ্যপাতৰ ইচ্ছা জাগিলে লিংগৰ অগ্ৰভাগ কেই ছেকেণ্ডৰ বাবে ধৰি ৰাখক৷ বীৰ্যপাতৰ ইচ্ছা কমি নোযোৱা পৰ্যন্ত এয়া কৰিব৷

কেগেল ব্যায়ামঃ পেলভিক ফ্লোৰ পেশী যি পেশীয়ে প্ৰস্ৰাৱ আৰু বীৰ্যপাত নিয়ন্ত্ৰণত সহায় কৰে৷ নিয়মিত সংকোচন আৰু প্ৰসাৰণৰ মাধ্যমেৰে শক্তিশালী কৰিলে বীৰ্যপাত নিয়ন্ত্ৰণত সহায়ক হয়৷

মানসিক চিকিৎসা বা কাউন্সেলিংঃ মনোবিদ বা কাউন্সেলাৰৰ সৈতে উদ্বেগ, মানসিক চাপ, অপৰাধবোধ বা সম্পৰ্কৰ সমস্যাসমূহ আলোচনা কৰক৷ কগনিটিভ বিহেভিৱেল থেৰাপি এই ক্ষেত্ৰত সহায়ক হব পাৰে৷ সংগীৰ সৈতে বুজাপৰা খুবেই জৰুৰী৷

সংকোচ ত্যাগ কৰি এজন চিকিৎসক বা যৌন স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱা অত্যন্ত জৰুৰী৷ তেওঁ সঠিক কাৰণ নিৰ্ণয় কৰি উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ
জীৱনশৈলী

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

May 19, 2026
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই
জীৱনশৈলী

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

May 19, 2026
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!
জীৱনশৈলী

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

May 19, 2026
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!
জীৱনশৈলী

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

May 19, 2026
Next Post
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.