• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছায়া নপৰে, শুনা নাযায় সমুদ্ৰৰ গৰ্জন, ৰথৰ পূৰ্বে জানক পুৰীৰ মন্দিৰৰ ১০ টা ৰহস্য

ছায়া নপৰে, শুনা নাযায় সমুদ্ৰৰ গৰ্জন, ৰথৰ পূৰ্বে জানক পুৰীৰ মন্দিৰৰ ১০ টা ৰহস্য

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছায়া নপৰে, শুনা নাযায় সমুদ্ৰৰ গৰ্জন, ৰথৰ পূৰ্বে জানক পুৰীৰ মন্দিৰৰ ১০ টা ৰহস্য

ছায়া নপৰে, শুনা নাযায় সমুদ্ৰৰ গৰ্জন, ৰথৰ পূৰ্বে জানক পুৰীৰ মন্দিৰৰ ১০ টা ৰহস্য

editor by editor
June 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ছায়া নপৰে, শুনা নাযায় সমুদ্ৰৰ গৰ্জন, ৰথৰ পূৰ্বে জানক পুৰীৰ মন্দিৰৰ ১০ টা ৰহস্য
0
SHARES
411
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২৭ জুন ২০২৫ শুকুৰবাৰে পালিত হব জগন্নাথৰ ৰথযাত্ৰা৷ পুৰীৰ মন্দিৰৰ পৰা ৰথত উঠি মাহিয়েক গুণ্ডিচাৰৰ ঘৰলৈ যাত্ৰা কৰে জগন্নাথ, বলৰাম আৰু সুভদ্ৰা৷ প্ৰচলিত বিশ্বাস যে কলিযুগত পুৰীৰ জগন্নাথৰূপে অৱস্থান কৰিছে শ্ৰীকৃষ্ণই৷ ককায়েক বলৰাম আৰু ভনীয়েক সুভদ্ৰাৰ সৈতে সকলোকে পূজা কৰা হয়৷ পুৰীৰ জগন্নাথ মন্দিৰৰ কেইবাটাও ৰহস্য আজিও বহুতে নাজানে৷ এনে কেইটামান ৰহস্যৰ কথা ৰথযাত্ৰাৰ পূৰ্বে জানি থোৱা প্ৰয়োজন৷

বতাহৰ ওলোটা দিশে উৰে পতাকাখন

জগন্নাথ মন্দিৰৰ  শীৰ্ষ যি পতাকা উৰে সেয়া সকলো সময়তে ওলোটা দিশেৰে উৰে৷ ১৮০০ বছৰৰ পুৰণি প্ৰথা মানি প্ৰতিদিনে মন্দিৰৰ চূড়াচ উঠি এই পতাকা পৰিবৰ্তন কৰা হয়৷ ৪৫ মহলীয়া বিল্ডিঙৰ সমান ওখ মন্দিৰত কোনো সুৰক্ষা কবচ অবিহনে খালি হাতেৰেই প্ৰতিদিনে মন্দিৰৰ চূড়াত উঠে সেৱক৷

জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ কাঠৰ মূৰ্তি

মন্দিৰত জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ মূৰ্তিসমূহ কাঠেৰে তৈয়াৰী৷ প্ৰতি ৮, ১২, ১৯ বছৰৰ পাছত এই মূৰ্তি সলনি কৰা হয়৷ ইয়াক কোৱা হয় নবকলেবৰ৷ কোনো পূৰ্ণবয়স্ক নিম গছৰ মাজত শুভ লক্ষণ চাই সেয়া মূৰ্তি নিৰ্মাণৰ বাবে চিহ্নিত কৰা হয়৷ গছ চিহ্নিত কৰি, গোপনীয়তা ৰক্ষা কৰি মূৰ্তি তৈয়াৰ কৰা ২১ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰথাও আছে৷ শেষবাৰ জগন্নাথদেৱৰ নবকলেবৰ হৈছিল ২০১৫ চনত৷ কেইবালাখ মানুহ সেই ঘটনাৰ সাক্ষী আছিল৷

পুৰীৰ মন্দিৰৰ ছায়া নপৰে

দিনৰ যি সময়েই নহওক কিয় সূৰ্য আকাশত যি অৱস্থানেই নলওক কিয় জগন্নাথ মন্দিৰৰ ছায়া মাটিত নপৰে৷ কি প্ৰযুক্তিত তৈয়াৰ হোৱাৰ ফলত এই সুউচ্চ মন্দিৰৰ ছায়া মাটিত নপৰে সেয়া আজিও বিষ্ময়৷ এই ৰহস্যৰ উদঘাটন আজিও সম্ভৱ নহয়৷

পুৰীৰ মন্দিৰৰ মহাপ্ৰসাদ

দিনত পাঁচবাৰ মহাপ্ৰসাদ দিয়া হয় জগন্নাথদেৱক৷ ইয়াৰ মাজত থাকে ৫৬ধৰণৰ ভোগ৷ এইয়া দুটা ভাগত ভাগ কৰা হয়৷ এটা সুখিলা, অন্যটো শানখুডি৷ সুখিলাত থাকে নানান ধৰণৰ শুকান মিঠাই আৰু শানখুড়িত থাকে ভাত, দাইল, পোলাও আৰু অন্য ধৰণৰ ব্যঞ্জন৷

মহাপ্ৰসাদ প্ৰস্তুত প্ৰণালী

জগন্নাথদেৱৰ বাবে মহাপ্ৰসাদ তৈয়াৰৰ পদ্ধতিটোও খুবেই আশ্চৰ্যজনক৷ মন্দিৰত কেইবা হাজাৰ সেৱকে মিলি প্ৰতিদিনে মহাপ্ৰসাদ প্ৰস্তুত কৰে৷ সাতটা মাটিৰ পাত্ৰক এটাৰ ওপৰত আনটো বহুৱাই ৰন্ধা হয়৷ জুই দিয়া হয় একেবাৰে তলত৷ কিন্তু সকলোৰে ওপৰত যি পাত্ৰ থাকে তাত থকা অন্নহে সকলোতকৈ আগতে সিদ্ধ হয়৷ তাৰপিছতেই দ্বিতীয় ওপৰত থকা পাত্ৰৰ ভাত সিদ্ধ হয়৷ কেনেকৈ এয়া সম্ভৱ, সেয়া সঠিকভাৱে ক’ব নোৱাৰি৷

পুৰীৰ মন্দিৰত সমুদ্ৰৰ গৰ্জন শুনা নাযায়

সমুদ্ৰৰ নিছেই কাষত অৱস্থিত পুৰীৰ জগন্নাথ মন্দিৰ৷ কিন্তু আশ্চৰ্যৰ বিষয় হল এই মন্দিৰৰ ভিতৰত সমুদ্ৰৰ গৰ্জন শুনা নাযায়৷ এবাৰ এই মন্দিৰৰ ভিতৰত সোমালে আৰু সমুদ্ৰৰ গৰ্জন আপুনি শুনা নাপায়৷ প্ৰচলিত বিশ্বাস অনুসৰি সমুদ্ৰৰ গৰ্জনত সুভদ্ৰাৰ বিশ্ৰাম ভংগ হৈছিল সেয়ে তেওঁৰ অনুৰোধতেই মন্দিৰৰ ভিতৰত সমুদ্ৰৰ গৰ্জন প্ৰৱেশ কৰিবলৈ নিদিছিল জগন্নাথদেৱে৷

পুৰীৰ মন্দিৰৰ ওপৰেৰে প্লেন বা চৰাই পাৰ নহয়

পুৰীৰ মন্দিৰৰ ঠিক ওপৰেৰে চৰাই কাহানিও উৰি নাযায়৷ মন্দিৰৰ ওপৰেৰে প্লেনো পাৰ নহয়৷ মন্দিৰৰ গাতো কেতিয়াও চৰাই নপৰে৷ ইয়াৰ কোনো যুক্তসংগত বাখ্যা পোৱা নাযায়৷

পুৰীৰ মন্দিৰৰ শীৰ্ষৰ চক্ৰ

মন্দিৰৰ শীৰ্ষত প্ৰায় এক টন ওজনৰ এটা চকা আছে৷ আশ্চৰ্যৰ বিষয় হৈছে আপুনি পুৰীৰ যিকোনো ওখ স্থানৰ পৰা চক্ৰৰ দিশলৈ চালে সকলোবোৰেই আপোনাৰ দিশতেই মুখ কৰি থকা যেন দেখিব৷ আৰু দ্বাদশ শতকতেই এয়া নিৰ্মিত৷ এই মন্দিৰৰ ওপৰত কেনেকৈ ইমান ওজন থকা চকা উঠোৱা হল সেয়া আজিও ৰহস্যৰ আৱৰ্তত৷

সমুদ্ৰৰ ওলোটা বতাহ

সমুদ্ৰৰ নিকটবৰ্তী যি কোনো এলেকাতেই সাধাৰণতে দিনৰ সময়ত সমুদ্ৰৰ পৰা পাৰৰ দিশলৈ বতাহ বয় আৰু নিশা পাৰৰ পৰা বতাহৰ দিশলৈ সমুদ্ৰৰ বতাহ বয়৷ কিন্তু পুৰীত এয়া ওলোটা৷ পুৰীত দিনত পাৰৰ পৰা সমুদ্ৰৰ দিশলৈ বতাহ বয় আৰু নিশা সমুদ্ৰৰ পৰা পাৰৰ দিশলৈ বতাহ বয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত

জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত

দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.