• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত

জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত

1 year ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

32 minutes ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

1 hour ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

2 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

3 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

3 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

4 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

13 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

14 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

15 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

16 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

16 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত

জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত

editor by editor
June 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জগন্নাথৰ আশীৰ্বাদত বাহুবলী চন্দ্ৰ-শুক্ৰ! ৫ৰাশিৰ জীৱনলৈ আহিব সাফল্য, ভিক্ষাৰীও ৰজা হ’ব এই বিশেষ সময়ত
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৰথযাত্ৰা৷ বিশ্ববাসীৰ বাবে আজিৰ দিনটো খুবেই পবিত্ৰ৷ আকৌ জ্যোতিষশাস্ত্ৰ অনুসৰি আজি চন্দ্ৰ কৰ্কট ৰশিত আৰু শুক্ৰই মেষ ৰাশিত গোচৰ কৰিব৷ ফলত তৈয়াৰ হব বিৰল চতুৰ্থ দশম যোগ৷ চতুৰ্থ দশম যোগে পাৰিবাৰিক স্বস্তি, আৰাম, যশ খ্যাতি প্ৰভৃতিক নিৰ্দেশ কৰে৷ ফলত জগন্নাথৰ আশীৰ্বাদত এই পবিত্ৰ দিনটোত ভাগ্য খুলিব একাধিক ৰাশিৰ৷ জ্যোতিষশাস্ত্ৰই কৈছে আজিৰ দিনটো বিশেষ কিছু ৰাশিৰ বাবে আশীৰ্বাদস্বৰূপ হব৷

মেষ ৰাশি

চাকৰিয়াল প্ৰাৰ্থীৰ বাবে শুভ সংবাদ আহিব পাৰে৷ যিসকলে কৰ্মজীৱনত বঞ্চিত তেওঁলোকৰ বাবে আজিৰ দিনটোত নতুন সুযোগৰ দ্বাৰ খুলিব পাৰে৷ পাৰিবাৰিক জীৱনত মানসিক শান্তি থাকিব৷

কৰ্কট ৰাশি

ৰথযাত্ৰাৰ দিনটোত চন্দ্ৰৰ অৱস্থানৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ নতুন গতি আহিব৷ ব্যৱসায়িক সাফল্য আহিব পাৰে৷ দাম্পত্য জীৱনত ৰোমান্স থাকিব৷

কন্যা ৰাশি

আৰ্থিক দিশৰ পৰা আজিৰ দিনটো বেছ ইতিবাচক৷ পুৰণি ঋণ দূৰ হোৱাৰ সম্ভাৱনা৷ পুৰণি বন্ধুৰ সৈতে যোগাযোগত নতুন দিশা লাভ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই মঙ্গলময়৷ আজিৰ দিনটো ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যকলাপ অতিবাহিত কৰিব পাৰে৷ দূৰযাত্ৰাৰ সম্ভাৱনা আছে৷ ভাগ্যৰ সহায়তাত ৰৈ থকা কাম আকৌ গতিশীল হব পাৰে৷

মীন ৰাশি

চাকৰি আৰু ব্যৱসায় দুই দিশতেই উন্নতিৰ ইংগিত৷ ৰথযাত্ৰাৰ পুণ্য দিনটোত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আদৰ্শ সময়৷ স্বাস্থ্যৰ অনুকূল থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…
বিনোদন

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
Next Post
দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.