• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

1 year ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

15 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

1 hour ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

3 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

4 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

4 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

12 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

13 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

14 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

editor by editor
June 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শুকুৰবাৰৰ দিনটোতেই আছে সুখবৰ৷ ৰথযাত্ৰাৰ দিনটোতেই কমিল সোণৰ দাম৷ বিগত কেইবাদিন ধৰি লেথাৰিকৈ বাঢ়িছিল সোণৰ দাম৷ বহুতেই ধাৰণা কৰিছিল এয়া সোণ ক্ৰয়ৰ সঠিক সময় হয় জানো? আগন্তুক দিনত আৰু বাঢ়িব নে কমিব সোণৰ দাম? বহুতেই ধাৰণা কৰিছিল সোণৰ দাম সৰ্বোচ্চ পৰ্যায় পাইছেগৈ৷ ফলত এইবাৰ দাম কমিবহে! স্বাভাৱিকভাৱেই সোণৰ দামৰ ওঠা নমাক লৈ বহুতৰেই কৌতুহল আছে৷ শেষত ৰথৰ দিনটোতেই আহিছে সুখবৰ৷
বৰ্তমান সোণৰ দাম মধ্যবিত্তই ক্ৰয় কৰিব পৰা অৱস্থাত নাই৷ প্ৰাচীন কালৰে পৰাই আমাৰ দেশত সোণ এক সুৰক্ষিত বিনিয়োগৰ মাধ্যম৷ ফলত দাম আকাশলংঘী হলেও সোণ সকলোৱে অলপকৈ হলেও ক্ৰয় কৰিব খোজে৷ কেৱল সোণেই নহয় দাম বাঢ়িছে ৰূপৰো৷ সম্প্ৰতি ৰূপৰ দামো ১লাখ পাৰ হৈছে৷
চলিত বছৰত সোণৰ দাম ১ লাখ টকা হব পাৰে বুলি জনাইছিল মাৰ্কেট বিশেষজ্ঞই৷ আন্তৰ্জাতিক বজাৰত চলি থকা অনিশ্চয়তাৰ মাজতেই সোণৰ দাম আৰু বাঢ়িব পাৰে ধাৰণা কৰিছিল বহুজনে৷ সম্প্ৰতি যেনেকৈ দাম বৃদ্ধি হৈছে সোণৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে৷

শুকুৰবাৰে ২৭ জুনত কিমান হৈছে সোণৰ দাম?

  • ২২ কেৰেট সোণৰ দাম ৯১২৫টকা হৈছে৷
  • ১৮ কেৰেটৰ দাম হৈছে ৭৪৯০ টকা৷
  • ১ কিঃগ্ৰাঃ ৰূপৰ দাম হৈছে ১০৭০২৯ টকা৷
সোণ আৰু ৰূপ ক্ৰয়ৰ সময়ত ওপৰত দিয়া দামৰ সৈতে আৰু ৩ শতাংশ GST যুক্ত হব৷
বিগত কেইবাবছৰত সোণৰ দাম অভাৱনীয়হাৰত বৃদ্ধি পাইছে৷ সোণালী ধাতুৰ ওপৰত বিনিয়োগ লাভজনক বুলি ভাৱি বহুতেই এতিয়া সোণত বিনিয়োগ আৰম্ভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
Next Post
এয়াৰ ইণ্ডিয়াত আকৌ বিপত্তি! বিমানতেই হঠাৎ অসুস্থ এগৰাকী যাত্ৰী, হাস্পতাললৈ লৈ যাওঁতেই মৃত ঘোষণা চিকিৎসকৰ, কি হৈছিল যাত্ৰীগৰাকীৰ?

এয়াৰ ইণ্ডিয়াত আকৌ বিপত্তি! বিমানতেই হঠাৎ অসুস্থ এগৰাকী যাত্ৰী, হাস্পতাললৈ লৈ যাওঁতেই মৃত ঘোষণা চিকিৎসকৰ, কি হৈছিল যাত্ৰীগৰাকীৰ?

উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট

উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.