• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

2 years ago
ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

3 minutes ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

30 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

60 minutes ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

18 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

20 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

22 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

editor by editor
July 1, 2024
in জীৱনশৈলী, লেখা, শিক্ষা
0
কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হনুমানক কলিযুগৰ জাগ্ৰত দেৱতা হিচাপে গণ্য কৰা হয়৷ বজৰংবলী অষ্ট চিৰঞ্জীবীৰ মাজত অন্যতম বুলি কোৱা হয়৷ ধৰ্মশাস্ত্ৰ অনুসৰি কলিযুগত বজৰংবলীয়ে মৰ্ত্যত বাস কৰি আছে৷ কলিযুগত ক’ত বাস কৰে সংকটমোচন হনুমান?

কলিযুগত ক’ত আছে বজৰংবলী?

ত্ৰেতা যুগত হনুমানক চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ দিছিল ৰামে৷ দ্বাপৰ যুগতো তেওঁৰ সৈতে সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰামচন্দ্ৰই৷ দ্বাপৰ যুগত কৃষ্ণই অৱতাৰ লোৱাৰ পাছত মহাভাৰতৰ যু্দ্ধৰ সময়তো কৃষ্ণক দেখা দিছিল বজৰংবলীয়ে৷ মহাভাৰতৰ যুদ্ধত কৃষ্ণ যেতিয়া অৰ্জুনৰ ৰথৰ সাৰথী হৈছিল তেতিয়াই বজৰংবলীতে তেওঁক দেখা দিছিল৷ তেওঁৰ ধ্বজাত বজৰংবলী বিৰাজমান হৈ থাকি অৰ্জুনক ৰক্ষা কৰিছিল দুয়োৱে৷ ইয়াৰপাছতেই কলিযুগত বজৰংবলী মৰ্ত্যলৈ আহে৷ শ্ৰীমদ্ভাগৱত পুৰাণ অনুসৰি কলিযুগত বজৰংবলীয়ে গন্ধমদন পৰ্বতত বাস কৰে৷ তাতেই তেওঁ ৰামৰ পূজা কৰে৷

প্ৰচলিত বিশ্বাস অনুসৰি হিমালয়ৰ কৈলাশ পৰ্বতৰ উত্তৰত আছে গন্ধমদন পৰ্বত৷ দক্ষিণ দিশত আছে কেদাৰ পৰ্বত৷ সুমেৰু পৰ্বতৰ চাৰিও দিশত অৱস্থিত গজদন্ত পৰ্বতৰ মাজৰ এটি পৰ্বতক প্ৰাচীন কালত গন্ধমদন পৰ্বত নামেৰে নামকৰণ কৰা হৈছিল৷ বৰ্তমান সেয়া তিব্বতত অৱস্থিত৷ নেপাল পথৰ মানসসৰোবৰ হৈ এই পৰ্বতলৈ যাব পাৰি৷ ইয়াৰোপৰি ভূটানৰ পাৰ্বত্য পথ অথৱা অৰুণাচলৰ পথেৰেও চীন হৈ গন্ধমদন পৰ্বতলৈ যাব পাৰি৷

অন্যান্য স্থান

এইসমূহৰ ওপৰিও অন্য কেইবাটাও স্থানত বজৰংবলীয়ে অৱস্থান কৰে৷ তাৰভিতৰত আছে

কিষ্কিন্ধা অঞ্জনী পৰ্বত

ৰামায়ণত এই পৰ্বতৰ কথা উল্লেখ আছে৷ কৰ্ণাটকৰ কোপ্পল আৰু বেল্লাৰী জিলাৰ ওচৰত কিষ্কিন্ধাৰ এই পৰ্বততেই অঞ্জনীয়ে তপস্যা কৰিছিল৷ ৰাম আৰু হনুমানৰ সাক্ষাৎ এই পৰ্বততেই হৈছিল৷ প্ৰচলিত বিশ্বাস অনুসৰি কলিযুগত এই পৰ্বতত হনুমানে বাস কৰে৷

ৰামায়ণ পাঠ

শাস্ত্ৰ মতে য’ত ৰামায়ণ পাঠ হয় সেই স্থানতেই কিবা নহয় কিবা ৰূপ ধাৰণ কৰি বজৰংবলী উপস্থিত হয়৷ ৰামায়ণ পাঠৰ সময়ত বান্দৰৰ উপস্থিতি বিভিন্ন স্থানত দেখা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!
জীৱনশৈলী

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

April 4, 2026
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম
বাণিজ্য

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

April 4, 2026
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!
জীৱনশৈলী

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

April 4, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
Next Post
মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.