• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ

IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ

editor by editor
March 21, 2025
in ক্ৰীড়া, ভাৰত
0
IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ

বিগত দশকত আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে এনেদৰে বেটিং কৰিছে যিটো খুব কমেইহে দেখা যায়। বিশেষকৈ যেতিয়া বিপক্ষই লক্ষ্য বান্ধি দিয়ে, তেতিয়া অধিক আক্ৰমণাত্মক হৈ কোহলীৰ বেট। যাৰ বাবে কোহলীক “চেজ মাষ্টাৰ” বুলিও জনা যায়।

কোহলীৰ ৰেকৰ্ড বুকত বহুতো ডাঙৰ ডাঙৰ অভিলেখ লিপিবদ্ধ হৈ আছে, যাৰ বাবে কোহলীক বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলীৰ লগতে আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো তেওঁৰ হাতত আছে।

২০০৮ চনৰ পৰা আই পি এলত খেলি থকা বিৰাট কোহলীয়ে প্ৰথম ছিজনৰ পৰা কেৱল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ খেলিছে। ২০২৫ চনৰ আই পি এলতো আৰ চি বিৰ হৈ খেলা দেখা যাব কোহলীক। আই পি এলৰ ১৭টা ছিজনত এতিয়ালৈকে মাত্ৰ এটা দলৰ হৈ খেলা একমাত্ৰ বেটছমেন কোহলী। অন্য খেলুৱৈয়ে এইদৰে খেলিব পৰা নাই।

মহেন্দ্ৰ সিং ধোনীয়ে ২০০৮ চনৰ পৰা চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলিছিল যদিও চি এছ কেত দুবছৰীয়া নিষেধাজ্ঞাৰ বাবে ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ হৈও খেলিছিল। একে সময়তে ৰোহিত শৰ্মাই ডেকান চাৰ্জাৰ্ছৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পিছলৈ তেওঁ মুম্বাই ইণ্ডিয়ানছ (এম আই) দলত যোগদান কৰে।

বিৰাট কোহলীৰ এই অভিলেখে তেওঁক আই পি এলৰ ইতিহাসৰ আটাইতকৈ নিষ্ঠাবান খেলুৱৈ হিচাপে গঢ়ি তুলিছে, যিয়ে এতিয়ালৈকে কেৱল আৰ চি বিৰ হৈ খেলিছে। কিন্তু বিৰাট কোহলীয়ে এতিয়াও আই পি এলৰ খিতাপ অৰ্জন কৰিব পৰা নাই।

কোহলীয়ে এই পৰ্যন্ত আই পি এলৰ ২৫২খন খেলত মুঠ ৮০০৪ ৰান সংগ্ৰহ কৰিছে, য’ত ৮টা শতক আৰু ৫৫টা অৰ্ধশতক অন্তৰ্ভুক্ত। আই পি এলত ৮০০০ৰো অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন কোহলী। কোহলীয়ে আই পি এলৰ প্ৰতিটো কৃতিত্ব অৰ্জন কৰিছে যিটো যিকোনো বেটছমেনৰ বাবে সপোন।

কিন্তু ইমান উজ্জ্বল বেটিঙৰ পিছতো তেওঁ এতিয়ালৈকে এটাও আই পি এল খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে অনুৰাগীসকল আশাবাদী যে এইবাৰ কোহলীৰ ইচ্ছা পূৰণ হ’ব আৰু ২০২৫ চনত প্ৰথমবাৰৰ বাবে আৰচিবিয়ে ট্ৰফী লাভ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 'iplIPL 2025rcbVirat Kolhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা
অসম

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

April 9, 2026
Next Post
৩ এপ্ৰিলৰ পৰা ৩ ৰাশিৰ লোকৰ জয়জয় ময়ময়, মঙল গ্ৰহই আনিব এই সময়ম

৩ এপ্ৰিলৰ পৰা ৩ ৰাশিৰ লোকৰ জয়জয় ময়ময়, মঙল গ্ৰহই আনিব এই সময়ম

ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ

ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.