• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য

কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য

2 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

8 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

8 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

9 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

9 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

9 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

10 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

11 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

11 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

11 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

12 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

13 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য

editor by editor
August 26, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত মহিলা চিকিৎসকক নৃশংসভাৱে আক্ৰমণ কৰা সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট কৰা হৈছে। চিবিআইৰ সৈতে কলকাতাৰ প্ৰেচিডেন্সি জেইলত উপস্থিত হোৱা চিএফএছএলৰ দলটোৱে দেওবাৰ ২৫ আগষ্ট তাৰিখে অভিযুক্ত সঞ্জয় ৰায়ৰ ওপৰত পলিগ্ৰাফ টেষ্ট কৰে। তিনি ঘণ্টাৰ ওপৰ ধৰি চলা এই পৰীক্ষাৰ সময়ছোৱাত সঞ্জয় ৰায়ক বহু প্ৰশ্ন কৰা হৈছিল। সঞ্জয় ৰায়ৰ লগতে আন দুজন লোকৰো পলিগ্ৰাফ টেষ্টো কৰা হৈছিল, যাতে গোচৰৰ সত্যতা জানিব পৰা যায়।

পলিগ্ৰাফ টেষ্টৰ সময়ত সঞ্জয় ৰায়ক সোধা হৈছিল যে কলকাতা গোচৰত ৮ আৰু ৯ আগষ্টৰ নিশাটোৰ সমগ্ৰ সত্যতা কি? এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ সৈতে আন কোনোবা জড়িত আছিল নেকি? সেইদিনা সঞ্জয়ে হাস্পতালত হত্যাৰ উদ্দেশ্যেৰে আহিছিল নেকি? চিকিৎসালয়ত সংঘটিত হোৱা দুৰ্নীতি ধৰ্ষণ-হত্যাৰ গোচৰৰ সৈতে জড়িত নেকি? এই প্ৰশ্নবোৰৰ স্পষ্ট উত্তৰ নিদিলেও নিশ্চিতভাৱে ভুল উত্তৰ দিয়ে সঞ্জয়ে।

প্ৰকাশ কৰা অনুসৰি পলিগ্ৰাফ টেষ্টৰ সময়ত অভিযুক্ত সঞ্জয় ৰয়ে কয় যে চিকিৎসালয়খনৰ চেমিনাৰ হলত ​উপস্থিত হোৱাৰ সময়ত ইতিমধ্যে ভুক্তভোগীজন মৃত অৱস্থাত পৰি আছিল। পৰীক্ষাৰ সময়ত বহু ভুৱা আৰু জটিল উত্তৰ পোহৰলৈ আহে। মিছা ধৰা পেলোৱা পৰীক্ষাৰ সময়ত সঞ্জয় ৰায় নাৰ্ভাছ আৰু চিন্তিত যেন দেখা গৈছিল। চিবিআইয়ে বহু প্ৰমাণৰ সৈতে মুখামুখি হোৱাৰ লগে লগে তেওঁ অজুহাত দেখুৱাবলৈ আৰম্ভ কৰিছিল।

সূত্ৰই জনোৱা মতে, পলিগ্ৰাফ টেষ্টৰ সময়ত সঞ্জয় ৰয়ে কোৱা অনুসৰি, ঘটনাৰ দিনা মদ্যপান কৰা বুলি দাবী কৰিছিল আৰু ভুলবশতঃ চিকিৎসালয়খনৰ চেমিনাৰ ৰুমত ভুক্তভোগীক দেখা পাইছিল। অভিযুক্তই কয় যে তেওঁৰ হেলমেটে ভুলবশতঃ দুৱাৰত খুন্দা মৰাৰ পিছত দুৱাৰখন খোল খালে। লগতে তেওঁ দাবী কৰে যে যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ভুক্তভোগী মহিলাগৰাকীক দেখিছিল তেতিয়া ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হৈছিল আৰু তেওঁ ভয়তে পলাই গৈছিল। সূত্ৰই জনোৱা মতে, ৮ আৰু ৯ আগষ্টৰ ঘটনা সন্দৰ্ভত দিয়া উত্তৰবোৰ মিছা আৰু বিশ্বাসৰ বাহিৰত যেন লাগে।

অভিযুক্তক এইটোও সোধা হৈছিল যে যদি তেওঁ নিৰ্দোষী তেন্তে তেওঁ তাৰ পৰা কিয় পলাই গ’ল। কিয় আৰক্ষীক অৱগত নকৰিলে ভুক্তভোগীৰ মৃত্যুৰ কথা? সঞ্জয় ৰয়ক ধৰ্ষণ আৰু হত্যাৰ সন্দৰ্ভত কিয় তেওঁৰ বিৰুদ্ধে ইমান ফৰেনছিক প্ৰমাণ পোৱা গৈছে বুলিও সোধা হৈছিল। সূত্ৰসমূহে জনোৱা মতে, অভিযুক্তই এই প্ৰশ্নসমূহৰ প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰা বিৰত থাকি আতংকিত হৈ পলাই যোৱা বুলি কয়। অৱশ্যে অভিযুক্তৰ উত্তৰত চিবিআইৰ বিষয়া সন্তুষ্ট হোৱা যেন নালাগে। এনে পৰিস্থিতিত তেওঁৰ নাৰ্কো টেষ্টো কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata IncidentKolkata rape and murder caseKolkata rape CasePolygraph test
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
Next Post
ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.