• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

2 years ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

55 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

1 hour ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

9 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

editor by editor
August 26, 2024
in বিবিধ, বিশ্ব
0
ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত
0
SHARES
473
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে বাহনৰ পৰা নমাই আনি ২৩ লোকক গুলি সন্ত্ৰাসবাদীৰ, ৫ জন আহত

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত অঘটন। ৰাজপথতে বাহন ৰখাই ২৩ লোকক গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। দেশখনৰ বেলুচিস্তানত সন্ত্ৰাসবাদীয়ে ২৩ জন লোকক হত্যা কৰে। দক্ষিণ-পশ্চিম পাকিস্তানত সোমবাৰে বন্দুকধাৰীয়ে বলপূৰ্বকভাৱে ২৩ জন লোকক বাহনৰ পৰা আঁতৰাই গুলীয়াই হত্যা কৰে।

এ এফ পিৰ প্ৰতিবেদন অনুসৰি বেলুচিস্তান প্ৰদেশৰ মুছাখেল জিলাত সন্ত্ৰাসবাদীয়ে কেইবাখনো বাছ, ট্ৰাক আৰু ভেন আদি ৰখাই দিয়ে। সন্ত্ৰাসবাদীয়ে নিজৰ জাতি চিনাক্ত কৰি মানুহক গুলীয়াই হত্যা কৰে। এই ঘটনাত ৫জন লোকো আহত হৈছে।

মুছাখেলৰ জ্যেষ্ঠ বিষয়া নাজিবুল্লাহ কাকাৰে কয় যে পঞ্জাৱক বেলুচিস্তানৰ সৈতে সংযোগ কৰা ঘাইপথত সন্ত্ৰাসবাদীয়ে কেইবাখনো বাছ, ট্ৰাক আৰু ভেন ৰখাই দিয়ে। এই সময়ছোৱাত কমেও ২৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন আহত হয়। তেওঁ কয় যে পঞ্জাৱলৈ অহা-যোৱা কৰা বাহনসমূহ পৰীক্ষা কৰি পঞ্জাৱৰ পৰা অহা লোকসকলক চিনাক্ত কৰি গুলীচালনা কৰা হয়।

দেশখনৰ এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সহকাৰী আয়ুক্ত নাজিব কাকাৰে জনোৱা মতে, মুছাখেলত অস্ত্ৰধাৰী লোকে ঘাইপথ অৱৰোধ কৰি যাত্ৰীসকলক নমাই দি ১০খন বাহনত অগ্নিসংযোগ কৰে।

এই ঘটনাৰ পাছতে বেলুচিস্তানৰ মুখ্যমন্ত্রী ছাৰফৰাজ বুগটিয়ে এক বিবৃতি প্রকাশ কৰিছে৷ এই সন্ত্ৰাসবাদী ঘটনাক তেওঁ তীব্ৰ গৰিহণা দিয়ে। বিবৃতি অনুসৰি তেওঁ সন্ত্ৰাসবাদীৰ কাপুৰুষালিত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহায়কক ৰেহাই দিয়া নহ’ব বুলিও তেওঁ কয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: On road attackpakistanPakistan Terrorist attackterrorist attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

মোবাইল বন্ধ, বাহনৰ তেল শেষ, খাদ্য-পানীৰ অভাৱ, ৪ দিনৰ অন্তত মৰভুমিৰ মাজত উদ্ধাৰ ২ যুৱকৰ নিথৰ দেহ

মোবাইল বন্ধ, বাহনৰ তেল শেষ, খাদ্য-পানীৰ অভাৱ, ৪ দিনৰ অন্তত মৰভুমিৰ মাজত উদ্ধাৰ ২ যুৱকৰ নিথৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.