• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

2 years ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

6 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

7 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

8 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

9 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

10 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

11 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

12 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

13 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

editor by editor
August 26, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা
0
SHARES
942
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ 9/11ৰ দৰে শিহৰণকাৰী আক্ৰমণ ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত, চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অধিক ভয়ংকৰ হৈ পৰিছে। কিছুদিনৰ আগলৈকে ইউক্ৰেইন ৰাছিয়াৰ সন্মুখত সৰু হৈ আছিল যদিও এতিয়া ইউক্ৰেইনে সন্মুখৰ পৰা অধিক শক্তিৰে আক্ৰমণ কৰিবলৈ ধৰিছে। ইউক্ৰেইনে প্ৰথমে ৰাছিয়াৰ মাটি দখল কৰি নিজৰ সীমাৰ ভিতৰত লয়।

এতিয়া জেলেনস্কিৰ ইউক্ৰেইন সেনাই পুটিনক গভীৰ ভাৱে আক্ৰমণ কৰিবলৈ ধৰিছে। ইউক্ৰেইনে ৰাছিয়াত ব্যাপক আক্ৰমণ চলাইছে। ৰাছিয়াৰ ছাৰাটভ চহৰৰ সৰ্ববৃহৎ অট্টালিকাটোত ড্ৰ’নেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ সেনাই। এই আক্ৰমণৰ পিছত ৰাছিয়াৰ ওখ অট্টালিকাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে।

ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ সেনাৰ এই আক্ৰমণে আমেৰিকাৰ ৯/১১ৰ আক্ৰমণলৈ মনত পেলাই দিছে সকলো লোককে। ছাৰাটভৰ আৱাসিক এলেকাত থকা এই ৩৮ মহলীয়া অট্টালিকাত ড্ৰোনেৰে আক্ৰমণ ইউক্ৰেইনৰ। কোৱা হৈছে যে ইউক্ৰেইনৰ লক্ষ্য আছিল ৰাছিয়াৰ এংগেলছ এয়াৰবেছ।

কিন্তু তাৰ ১২ কিলোমিটাৰ আগতেই ইউক্ৰেইনৰ ড্ৰ’নে চাৰাটভৰ এটা অট্টালিকাৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ পিছত এক বৃহৎ বিস্ফোৰণ ঘটে আৰু অট্টালিকাটো সম্পূৰ্ণৰূপে ধোঁৱাই আগুৰি ধৰে। এই আক্ৰমণত ৰাছিয়াৰ ক্ষতিৰ পৰিসৰ এতিয়াও জানিব পৰা হোৱা নাই। এতিয়া ৰাছিয়াই এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰে নে নাই সেয়াহে লক্ষ্যনীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Drone AttackrussiaRussia AttackRussia Vs Ukraine WarUkraine Attack on RussiaUkraine Drone Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
Next Post
মোবাইল বন্ধ, বাহনৰ তেল শেষ, খাদ্য-পানীৰ অভাৱ, ৪ দিনৰ অন্তত মৰভুমিৰ মাজত উদ্ধাৰ ২ যুৱকৰ নিথৰ দেহ

খোল খাব ভাগ্যৰ দুৱাৰ, ২৭ দিনলৈ দুই হাতে টকা আনিব পাৰিব ৩ ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন