• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন খেলুৱৈয়ে UPSCত উৰুৱালে বিজয় পতাকা, লাভ কৰিল  সংখ্যক ১৭৮ স্থান

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন খেলুৱৈয়ে UPSCত উৰুৱালে বিজয় পতাকা, লাভ কৰিল  সংখ্যক ১৭৮ স্থান

editor by editor
April 17, 2024
in ক্ৰীড়া, ভাৰত
0
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন খেলুৱৈয়ে UPSCত উৰুৱালে বিজয় পতাকা, লাভ কৰিল  সংখ্যক ১৭৮ স্থান
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন খেলুৱৈয়ে UPSCত উৰুৱালে বিজয় পতাকা, লাভ কৰিল  সংখ্যক ১৭৮ স্থান

কালি ঘোষণা হোৱা সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ ফলাফলৰ পাছতে সমগ্ৰ দেশৰ বিভিন্ন ঠাইৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ মাজত দেখা গৈছে উচাহ-উদ্দীপনা। পাছে এই সকলোবোৰ বিপৰীতে এগৰকী প্ৰাৰ্থীৰ সফলতাই সঁচাকৈ সকলোকে গৰ্বিত কৰাইছে।

দেশৰ সকলো প্ৰাৰ্থীৰ ভিতৰত সেই প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৭৮ সংখ্যক স্থান। পাছে কিয় বিশেষ এই প্ৰাৰ্থী। কিয়নো পঢ়াৰ সমানে ভাল খেল খেলে এইগৰাকী প্ৰাথীয়ে।

দেশৰ এগৰাকী আগশাৰীৰ বেটমিণ্টল খেলুৱৈ কুহু গাৰ্গ নামৰ খেলুৱৈগৰাকীয়ে লাভ কৰিছে এইবাৰৰ ইউ পি এছ চিত। উত্তৰাখণ্ডৰ প্ৰাক্তন ডিজিপি অশোক কুমাৰৰ কন্যা কুহুৱে বেডমিণ্টনৰ জগততো সফলতা লাভ কৰিছে।

বৰ্তমানলৈ কুহুৱে সৰ্বভাৰতীয় পৰ্যায়ত ৫৬ টা মেডেল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৮ টা মেডেল লাভ কৰিছে। মিক্সড ডাৱলত আন্তঃৰাষ্ট্ৰীয় শাখাত ৩৪ ৰেংক আৰু দেশৰ ভিতৰত ১ নম্বৰ খেলুৱৈ হিচাপে স্থান আছে কুহু গাৰ্গৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Badminton playerupscUPSC 2024UPSC result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
শিৱৰ অতিকে প্ৰিয় এই ফল, আছে চমৎকাৰী গুণ, মানৱ শৰীৰৰ বাবে মহৌষধ

ৰে’ল বিভাগে দিবলৈ গৈ আছে এক বৃহৎ খবৰ, ভাৰতে নিজে তৈয়াৰ কৰিব বুলেট ট্ৰেইন

ৰে'ল বিভাগে দিবলৈ গৈ আছে এক বৃহৎ খবৰ, ভাৰতে নিজে তৈয়াৰ কৰিব বুলেট ট্ৰেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন