• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

3 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

8 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

editor by editor
April 6, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

বিহুৰ আগমুহুৰ্তত এক সংবাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ চন্দ্ৰপুৰত এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা। বিহু শিকাবলৈ অহা প্ৰশিক্ষককৰ হাততেই ধৰ্ষণৰ বলি যুৱতীষ।

ধৰ্ষণ কৰি আৰক্ষী জালত লখিমপুৰৰ যুৱক। চন্দ্ৰপুৰৰ ধামখুন্দাত সংঘটিত হৈছে এই ঘটনা। লম্পট চৰিত্ৰৰ যুৱকজন লখিমপুৰৰ বৈৰৱজ্যোতি বৰা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট চৰিত্ৰ যুৱকজনক । বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ ।

লখিমপুৰৰ যুৱকজনে ধামখুন্দাত বিহু নৃত্যৰ প্ৰশিক্ষণ দিবলৈ আহিছিল আৰু তাতে চিনাকি হৈছিল স্থানীয় এগৰাকী যুৱতীৰ সৈতে ।

পিছত দুদিনৰ চিনাকি যুৱতীগৰাকীক কালি নিশা বিহু নৃত্য প্ৰশিক্ষণৰ পিছত অকলে লগ পাই বলপূৰ্বক ধৰ্ষণ কৰে । পিছত স্থানীয় ৰাইজে এই কথা জানিব পাৰি যুৱকজনক আটক কৰি উত্তম মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে ।

প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 448/376 C(a) IPC আৰু 56/2024 নম্বৰত এক গোচৰ ৰুজু কৰি আজি অভিযুক্ত আটক কৰি জেললৈ প্ৰেৰণ কৰে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamchandrapurguwahatirape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.