• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছবিত অভিনয় কৰিবলৈকো অন্তৰ্বাস খুলিব লাগে! ছাজিদ খানৰ বিৰুদ্ধে আকৌ কোনে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ?

ছবিত অভিনয় কৰিবলৈকো অন্তৰ্বাস খুলিব লাগে! ছাজিদ খানৰ বিৰুদ্ধে আকৌ কোনে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ?

3 years ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

19 minutes ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

40 minutes ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

2 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

3 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

4 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

6 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

8 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ছবিত অভিনয় কৰিবলৈকো অন্তৰ্বাস খুলিব লাগে! ছাজিদ খানৰ বিৰুদ্ধে আকৌ কোনে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ?

editor by editor
October 7, 2022
in অপৰাধ, চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
ছবিত অভিনয় কৰিবলৈকো অন্তৰ্বাস খুলিব লাগে! ছাজিদ খানৰ বিৰুদ্ধে আকৌ কোনে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ?
0
SHARES
16.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিতৰ্কই লগ এৰা দিয়া নাই পৰিচালক ছাজিদ খানক। জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ-১৬ ত অংশগ্ৰহণ কৰাৰ পিছতেই ছাজিদৰ বিতৰ্কবোৰো বেছিকৈয়ে ভাইৰেল হ’ব ধৰিছে। ছাজিদৰ বিৰুদ্ধে উত্থাপিত হৈছে অইন কেইবাটাও যৌন নিৰ্যাতনৰ অভিযোগ।

ছাজিদৰ বিৰুদ্ধে প্ৰয়াত অভিনেত্ৰী জিয়া খানৰ ভগ্নী কৰিশ্মা খানে আনিছে এই অভিযোগ। ছাজিদে জিয়াক অভিনয়ৰ ৰিহাৰ্ছেল চলি থকাৰ সময়তে অন্তৰ্বাস খুলিবলৈ জোৰ কৰিছিল। জিয়াই স্ক্ৰিপ্ট পঢ়ি থকাৰ সময়তে এই আহ্বান জনাইছিল। জিয়াৰ ভগ্নীয়ে উল্লেখ কৰা অনুসৰি জিয়াক ছবিখনৰ শ্বুটিঙৰ পূৰ্বেই যৌন নিৰ্যাতনৰো চেষ্টা চলাইছিল ছাজিদে।

কেৱল জিয়াকেই যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল এনে নহয়। জিয়াৰ ভগ্নী কৰিশ্মাকো ছাজিদে চলাইছিল যৌন নিৰ্যাতন। কৰিশ্মাই এই সন্দৰ্ভত তেওঁৰ মন্তব্যত কয়,’মই এবাৰ জিয়া বাৰ সৈতে ছাজিদৰ ঘৰলৈ গৈছিলো। ডাইনিং হলতেই ছাজিদে মোক স্পৰ্শ কৰাৰ চেষ্টা চলাইছিল। তেতিয়া মোৰ বয়স মাত্ৰ ১৬ বছৰ। তেওঁ মোক নৈশ যাপনৰ বাবেও প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱ শুনি জিয়া বাই লগে লগে প্ৰতিবাদ কৰি উঠে। লগে লগেই মোক লৈ তেওঁৰ ঘৰৰ পৰা ওলাই আহে।’ দেশৰ সংবাদ সংস্থা বিবিচি-ত দিয়া এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে জিয়াৰ ভগ্নী কৰিশ্মাই।

ছাজিদৰ সৈতে থকা এই তিক্ত অভিজ্ঞতাৰ পিছতো জিয়াই ছাজিদৰ ছবিত অভিনয় কৰে। কাৰণ পূৰ্বেই ছবিখন কৰাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল জিয়াই। ইয়াৰোপৰি কৰিশ্মাই উল্লেখ কৰিছে যে তেওঁৰ ছবিত স্বাক্ষৰ কৰিবলৈ হ’লে অভিনেত্ৰীসকলে পূৰ্বে নগ্ন ছবি তেওঁলৈ প্ৰেৰণ কৰিব লাগে। কেৱল সেয়াই নহয় ছাজিদে তেওঁৰ শ্বুটিঙৰ স্থানতেই অভিনেত্ৰীসকলৰ উপস্থিতিতেই এডাল্ট ছবি চোৱাৰ লগতে অভিনেত্ৰীসকলকো চাবলৈ বাধ্য কৰোৱাই।

উল্লেখ্য যে, ২০১৮ চনত হোৱা ‘Me Too’ আন্দোলনৰ সময়তো ছাজিদৰ বিৰুদ্ধএ যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল কেইবাগৰাকীও অভিনেত্ৰীয়ে। ছাজিদৰ বিৰুদ্ধে ছবিত অভিনয়ৰ প্ৰস্তাৱ দি যৌনাকাংক্ষা পূৰণৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ পিছতেই ছাজিদক এবছৰৰ বাবে ‘ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছনৰ ডাইৰেক্টৰছ এছচিয়েছন’ৰ পৰা আঁতৰাই দিয়া হৈছিল। এই বিতৰ্ক অব্যাহত থকাৰ মাজতেই সম্প্ৰতি বিগ বছ ১৬- ত অংশগ্ৰহণ কৰিছে ছাজিদে। বিগ বছ১৬-ত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিবনে? এইসকল অভিনেত্ৰীয়ে ছাজিদৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ থকাৰ পিছত দৰ্শকে এইগৰাকী পৰিচালকক ভোট দিবনে? সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 16, 2026
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

March 16, 2026
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

March 16, 2026
Next Post
‘শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

'শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা...?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.