• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি

২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি

3 years ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

9 minutes ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

44 minutes ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

1 hour ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

3 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

4 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

6 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

7 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

7 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

8 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি

editor by editor
December 28, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ ২০ বছৰ বয়সতেই পৃথিৱীক বিদায় জনালে তুনিছা শৰ্মাই৷ ‘দাস্তান ই কাবুল’ খ্যাত অভিনেত্ৰী তুনিছা শৰ্মাই বাথৰুমতেই আত্মহত্যা কৰাৰ পাছতেই দেশজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ ইফালে তুনিছাৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতেই ভাইৰেল হৈছে আন এটা খবৰ৷

মাত্ৰ ২০ বছৰ বয়সতেই মিলিয়নাৰ আছিল তুনিছা৷ ২০ বছৰতেই ১৫ কোটি টকা সম্পত্তিৰ গৰাকী অভিনেত্ৰী তুনিছা৷ ২০ বছৰ বয়স হ’লেও অভিনয়জগতত আছিল বিশেষ জনপ্ৰিয়তা৷ অভিনয় দক্ষতাৰ বাবেই কম বয়সতে কেটৰীণা কাঈফ, বিদ্যা বালানৰ দৰে তাৰকা অভিনেত্ৰীৰ সৈতে অভিনয় কৰিছিল তুনিছাই৷

‘ফিতুৰ’ত কেটৰ সৈতে অভিনয়ত আছিল তুনিছা৷ পৰিয়ালৰ অন্যতম উপাৰ্জনকাৰী আছিল তুনিছা৷ একাধিক ধাৰাবাহিক, মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল তুনিছাই৷ কমবয়সতেই আৰ্থিকভাৱে স্বচ্ছল এটা জীৱন অতিবাহিত কৰিছিল তুনিছাই৷ মৃত্যুৰ পাছতো পৰিয়ালে কোনো কাৰণতে আৰ্থিক সংকটত পৰিব নলগা ধৰণেই বহু টকাৰ সম্পত্তি থৈ গৈছে তুনিছাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

March 16, 2026
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?
স্বাস্থ্য

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

March 16, 2026
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
Next Post
ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.