• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

4 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

editor by editor
December 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হব ২০২৬ চন৷ আপুনি সিংহ ৰাশিৰ জাতক হলে নতুন বছৰ পেছাগত জীৱনত বৃহৎ পৰিবৰ্তন আহিব৷ জানি থওক টেৰো কাৰ্ডৰ গণনা অনুসৰি ২০২৬ চন কেনে হ’ব সিংহ ৰাশিৰ জাতকৰ ভাগ্য? ২০২৬ চনত শনিৰ দশা চলিব সিংহ ৰাশিত৷ এই কাৰণত আগন্তুক বছৰ খুব এটা ভালেৰে কটাব নোৱাৰিব এই ৰাশিৰ জাতকে৷ টেৰো কাৰ্ডৰ গণনাত দেখা গৈছে যে আগন্তুক বছৰ এই ৰাশিৰ জাতকৰ ব্যক্তিগত সম্পৰ্কত নানান ভুল বুজাবুজিয়ে দেখা দিব৷ আপোনাৰ সামাজিক পৰিচিতিয়ে নতুন মাত্ৰা পাব৷ এক কথাত ক’বলৈ গলে ২০২৬চনে সিংহ ৰাশিৰ জাতকক ধৈৰ্য্যৰ পৰীক্ষা লব৷ আৰ্থিক ওঠানমাৰ মাজেৰে বছৰটো যাব৷

কেনে থাকিব আৰ্থিক পৰিস্থিতি?

২০২৬ চনত আৰ্থিকভাৱে নানান ওঠানমা আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ বছৰৰ আৰম্ভণিতে মিশ্ৰ ফল পাব৷ নতুন উপাৰ্জনৰ পথ মুকলি হব৷ এই সময়ত অতিৰিক্ত অৰ্থ উপাৰ্জন হব পাৰে৷ ইয়াৰ সৈতে খৰচ বাঢ়িব৷ হাতত টকা পইছা নাথাকিব৷ একাধিক আৰ্থিক দায়িত্ব আপুনি পালন কৰিব লাগিব৷ খৰচ কৰাৰ পূৰ্বে বাজেট তৈয়াৰ কৰি লওক৷ বিনিয়োগ নকৰাই ভাল৷

সাংসৰিক জীৱনত চেলেঞ্জ আহিব

আগন্তুক বছৰত পাৰিবাৰিক জীৱনত বেছ কিছু চেলেঞ্জৰ মুখত পৰিব সিংহ ৰাশিৰ জাতক৷ সংসাৰত নানান অশান্তিৰ মুখত পৰিব পাৰে৷ পৰিয়ালৰ প্ৰতি আপোনাৰ ভালপোৱা আৰু দায়বদ্ধতা প্ৰশ্নৰ মুখত পৰিব পাৰে৷ বছৰৰ মাজভাগত আপুনি পূৰ্বে কৰা ভুলৰ ফল ভূগিব লাগিব৷ মানসিকভাৱে আপুনি কিছু অশান্তিত থাকিব৷ সম্পৰ্কত কিছু ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷

স্বাস্থ্য কেনে থাকিব?

২০২৬ চনত কিছু শাৰীৰিক সমস্যাত ভূগিব সিংহ ৰাশিৰ জাতক৷ অম্বল, বদহজম, বিষ আদি সমস্যাত ভূগিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

৭ অভিযুক্তৰ ভাৰ্চুৱেল শুনানি সম্পন্ন, পৰবৰ্তী শুনানি হ’ব ২২ ডিচেম্বৰত, চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব ৭ অভিযুক্ত

৭ অভিযুক্তৰ ভাৰ্চুৱেল শুনানি সম্পন্ন, পৰবৰ্তী শুনানি হ’ব ২২ ডিচেম্বৰত, চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব ৭ অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.