• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

1 year ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

6 minutes ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

44 minutes ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

2 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

3 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

3 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

5 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

7 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

20 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

editor by editor
June 20, 2025
in জীৱনশৈলী
0
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল কালীপূজাৰ নিশাই নহয় প্ৰতিদিনেই সন্ধিয়া ঘৰত প্ৰদীপ জ্বলোৱা উচিত৷ সন্ধিয়া ঘৰত যদি সদায়ে প্ৰদীপ জ্বলাই তেন্তে সুখী হ’ব মা লক্ষ্মী৷ বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত দৈনিক প্ৰদীপ জ্বলালে সেই ঘৰত অভাৱ অনাটনে প্ৰৱেশ কৰিব নোৱাৰে৷ সুখ সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক সুখী কৰিবলৈ সন্ধিয়া ঘৰৰ কোন কোন স্থানত প্ৰদীপ জ্বলাব?

উত্তৰ দিশ

বাস্তুশাস্ত্ৰ অনুসৰি প্ৰতি সন্ধিয়া ঘৰৰ উত্তৰ দিশত এটা প্ৰদীপ অৱশ্যেই জ্বলিব৷ উত্তৰ দিশত মা লক্ষ্মী আৰু সম্পদৰ দেৱতা কুবেৰৰ বাস৷ সেই কাৰণেই সন্ধিয়া এই দিশত প্ৰদীপ জ্বলালে এওঁলোকৰ আশীৰ্বাদত সংসাৰত সুখ, শান্তি আৰু সমৃদ্ধি অক্ষয় হ’ব৷ উত্তৰ দিশত অন্ধকাৰ থাকিলে ঘৰত নিগেটিভ এনাৰ্জি বিয়পি পৰে৷

মূল দুৱাৰ

বাস্তুশাস্ত্ৰই কৈছে প্ৰত্যেক সন্ধিয়া উত্তৰ দিশত প্ৰদীপ জ্বলোৱা অত্যন্ত শুভ৷ কোৱা হৈছে যে সন্ধিয়াবেলা ঘৰৰ মূল দুৱাৰে দি সংসাৰত প্ৰৱেশ কৰে মা লক্ষ্মী৷ সেয়ে মূল দুৱাৰৰ সন্মুখত এটাকৈ প্ৰদীপ জ্বলাই ৰখা অত্যন্ত শুভ৷ লক্ষ্মীক স্বাগত জনালে মূল দুৱাৰৰ কাষত প্ৰদীপ জ্বলোৱাৰ ওপৰিও আলপনাও আঁকি ৰাখিব পাৰে৷ ইয়াৰ ফলত শুভ শক্তি প্ৰবাহিত হয়৷

টকাৰ কাষত

ঘৰত যি স্থানত ধন ৰাখে, সেই আলমাৰি, লকাৰ, কাবাৰ্ড বা ছন্দুকৰ সন্মুখত দৈনিক সন্ধিয়া এটাকৈ প্ৰদীপ জ্বলাওক৷ ইয়াৰ ফলত মা লক্ষ্মীৰ আশীৰ্বাদত সম্পদৰ পৰিমাণ বাঢ়ে৷

তুলসী গছ

সনাতন ধৰ্ম অনুসৰি ঘৰত তুলসী গছ থাকিলে পজিটিভ এনাৰ্জি প্ৰবাহিত হয়৷ ঘৰৰ সন্মুখত বা ছাদত তুলসী গছ ৰোপন কৰক৷ তুলসী গছতেই মা লক্ষ্মীৰ বাসস্তান৷ সন্ধিয়া সেয়ে এই স্থানত প্ৰদীপ জ্বলাব পাৰে৷

পানীৰ উৎস

ঘৰত পানীৰ মূল উৎস পূৰ্বে পুখুৰী বা কুঁৱা আছিল৷ এতিয়া দমকল প্ৰায়সংখ্যকৰেই আছে৷ পানীৰ উৎসৰ পৰা সন্ধিয়াবেলা প্ৰদীপ জ্বলাওক৷

মন্দিৰ

ঘৰৰ মন্দিৰ বা গুৰু আসনৰ কাষত সন্ধিয়া প্ৰদীপ জ্বলোৱা অত্যন্ত জৰুৰী৷ ইয়াৰ ফলত কেৱল মা লক্ষ্মী নহয় সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

July 19, 2026
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!
জীৱনশৈলী

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

July 19, 2026
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!
জীৱনশৈলী

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

July 19, 2026
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
Next Post
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

গ্ৰহৰাজ শনিৰ দিনটোতেই পৰিছে যোগিনী একাদশীৰ ছায়া! মহাবিপদত পৰিব পাৰে এই ৩ ৰাশি, ভুলতো আজি এইকেইটা কাম নকৰিব

গ্ৰহৰাজ শনিৰ দিনটোতেই পৰিছে যোগিনী একাদশীৰ ছায়া! মহাবিপদত পৰিব পাৰে এই ৩ ৰাশি, ভুলতো আজি এইকেইটা কাম নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.