• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমবাপে নে লিয়োনেল মেচি! গল্ডেন বুট জিলিকিব কাৰ দুভৰিত?

এমবাপে নে লিয়োনেল মেচি! গল্ডেন বুট জিলিকিব কাৰ দুভৰিত?

3 years ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

15 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

44 minutes ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

57 minutes ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

1 hour ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

4 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এমবাপে নে লিয়োনেল মেচি! গল্ডেন বুট জিলিকিব কাৰ দুভৰিত?

editor by editor
December 15, 2022
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
এমবাপে নে লিয়োনেল মেচি! গল্ডেন বুট জিলিকিব কাৰ দুভৰিত?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লিয়োনেল মেছি নে কেলিয়ান এমবাপে! কোনে লাভ কৰিব গল্ডেন বুট? ফিফা বিশ্বকাপ ২০২২ ত গল্ডেন বুটৰ দৌৰত চামিল হৈছে দুই তাৰকা খেলুৱৈ। ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল খেল ১৮ তাৰিখে অনুষ্ঠিত হ’ব। আৰ্জেণ্টিনা-ফ্ৰান্সে লুচাইল ষ্টেডিয়ামত মুখামুখি হ’ব ফাইনেলৰ বাবে। কিন্তু এই সময়ত ফাইনেল খেলখনতকৈও সৰ্বাধিক চৰ্চা হৈছে গোল্ডেন বুটক লৈ।

আৰ্জেণ্টিনাৰ লিয়োনেল মেছিয়ে বৰ্তমানলৈকে ৫ টা গল আৰু ৩ টা এচিষ্টেৰে ফিফা বিশ্বকাপ ২০২২ৰ গোল্ডেন বুটৰ দৌৰত এক নম্বৰ স্থানত আছে। দ্বিতীয়তে গল্ডেন বুটৰ দাবীদাৰ হৈছে ফ্ৰান্স দলৰ খেলুৱৈ কেলিয়ান এমবাপে। কেলিয়েন এমবাপে বৰ্তমানলৈকে ৫টা গল আৰু ২টা এছিষ্টেৰে এই দৌৰত চামিল হৈছে।

তৃতীয় স্থানত আছে জুলিয়ান আলভাৰেজ, আৰ্জেণ্টিনাৰ খেলুৱৈ জুলিয়ানে বৰ্তমানলৈকে ৪ টা গলেৰে এই বুট লাভৰ দৌৰত চামিল হৈ আছে। আৰ্জেণ্টিনাৰ জুলিয়ান আলভাৰেজে ৪ টা গল দিয়াৰ লগতে ফিফা বিশ্বকাপ ২০২২ ৰ ছেমিফাইনেলত ৩৬৪ মিনিটত ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে হোৱা খেলত ২ টা গ’ল দিছিল।

তাৰপাছতেই আছে অলিভিয়াৰ গিৰোড। ফ্ৰান্সৰ অলিভিয়াই ৪ টা গল দি এই দৌৰত চামিল হৈছে। ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ অলিভিয়েৰ গিৰোডে ৩৮৩ মিনিটত ৪ টা গল দিবলৈ সক্ষম হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
Next Post
দেৰী নকৰিব! আকৌ ওলাইছে ৬০০ চাকৰি, কেনেকৈ কৰিব আবেদন? সবিশেষ…

দেৰী নকৰিব! আকৌ ওলাইছে ৬০০ চাকৰি, কেনেকৈ কৰিব আবেদন? সবিশেষ...

বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট BAN-কৰা হ’ল এইখন দেশত, নতুন আইনত কি কি উল্লেখ আছে?

বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট BAN-কৰা হ’ল এইখন দেশত, নতুন আইনত কি কি উল্লেখ আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.