• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট BAN-কৰা হ’ল এইখন দেশত, নতুন আইনত কি কি উল্লেখ আছে?

বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট BAN-কৰা হ’ল এইখন দেশত, নতুন আইনত কি কি উল্লেখ আছে?

4 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

12 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

14 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

14 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

14 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

15 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

15 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

17 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

18 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

18 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

18 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

19 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট BAN-কৰা হ’ল এইখন দেশত, নতুন আইনত কি কি উল্লেখ আছে?

editor by editor
December 15, 2022
in খাদ্য, জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট BAN-কৰা হ’ল এইখন দেশত, নতুন আইনত কি কি উল্লেখ আছে?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বত প্ৰথমবাৰৰ বাবে এখন দেশত চৰকাৰে ধূমপানৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছ। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ চৰকাৰে আনিছে এই নুতন আইন। চিগাৰেট ক্ৰয় কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ধপাত সেৱন, ধূমপান সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ এখন আইন গৃহীত কৰিছে নিউজিলেণ্ড চৰকাৰে।

নতুন আইনত কি উল্লেখ আছে?
ধপাতমুক্ত দেশ হোৱাৰ দিশত দ্ৰুতগতিত আগবঢ়া এইখন দেশে যুৱকসকলক যাতে ধুমপানৰ পৰা আঁতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যেৰেই আইন প্রণয়ন কৰিছে। নতুন আইন অনুসৰি নিউজিলেণ্ডত ধপাতৰ তাৎক্ষণিক প্ৰভাৱৰ বাবে ১ জানুৱাৰী ২০০৯ পিছত জন্ম হোৱা কোনো যুৱকেই ক্ৰয় কৰিব নোৱাৰিব চিগাৰেট। নতুন আইনৰ অধীনত, সময়ৰ সৈতে চিগাৰেট ক্ৰয় কৰাৰ নিম্নতম বয়স বৃদ্ধি হ’ব। এতিয়াৰ পৰা ৫০ বছৰৰ পাছত চিগাৰেটৰ পেকেট ক্ৰয় কৰিবলৈ যুৱকজনক ৬৩ বছৰ বয়স হোৱা বুলি এখন প্ৰমাণপত্ৰৰ দাখিল কৰিব লাগিব।

চিগাৰেট ক্ৰয়ৰ বাবে দেখুৱাব লাগিব বয়সৰ প্ৰমাণপত্ৰ

চিগাৰেট ক্ৰয় কৰিবলৈ মানুহে এতিয়া সকলো ঠাইতে তেওঁলোকৰ বয়সৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব। প্ৰতিবেদন অনুসৰি, নিউজিলেণ্ডে ২০২৫ চনৰ ভিতৰত দেশখনক ধঁপাতমুক্ত কৰাৰ পৰিকল্পনা কৰিছে। নিউজিলেণ্ড চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, নিউজিলেণ্ডৰ প্ৰায় ৮% প্ৰাপ্তবয়স্কই ধূমপান কৰে। চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত মোটা কৰ আৰোপ কৰাৰ পিছতেই এই নিষেধাজ্ঞা জাৰি কৰিছে।

নিউজিলেণ্ডৰ স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য

নিউজিলেণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত কয় যে, এই আইনে দেশত ধূমপান কৰা লোকৰ সংখ্যা হ্ৰাস কৰিব। লগতে তেওঁ কয়, ‘দেশত ধপাত বিক্ৰী কৰিবলৈ অনুমতি দিয়া দোকানীৰ সংখ্যা ৬০০০ ৰ পৰা ৬০০ লৈ হ্ৰাস কৰা হ’ব। ধূমপান কৰা লোকৰ সংখ্যাও হ্ৰাস হ’ব।’ ইয়াৰোপৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এনে সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়াটোত কাৰোৱেই লাভ হোৱা নাই। ধূমপানে লাখ লাখ লোকৰ প্ৰাণহে লৈছে। আমি ভৱিষ্যতে আমাৰ দেশত সম্পূৰ্ণৰূপে ধূমপান নিষিদ্ধই কৰিম। নতুন স্বাস্থ্য প্ৰণালী গঢ়ি তুলিম, যি প্ৰণালীয়ে ধূমপান সম্পৰ্কীয় ৰোগ, যেনে কৰ্কট ৰোগ, হৃদৰোগ আদি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব। তেতিয়া আমাৰ দেশত চিকিৎসাৰ নামত ব্যয় হোৱা বিলিয়ন ডলাৰ ৰাহি হ’ব।’

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
Next Post
কংগ্ৰেছ কৰ্মীলৈ ৰাহুলৰ তিনিটা পৰামৰ্শ! পিতৃ-আইতাকৰ পৰিচয়েৰে ৰাহুলে দিব নিবিচাৰে নেকি নিজা পৰিচয়?

কংগ্ৰেছ কৰ্মীলৈ ৰাহুলৰ তিনিটা পৰামৰ্শ! পিতৃ-আইতাকৰ পৰিচয়েৰে ৰাহুলে দিব নিবিচাৰে নেকি নিজা পৰিচয়?

একাংশৰ আক্ষেপ, কলিযুগত এইবোৰ হ’বই! ২১ বছৰীয়া যুৱকৰ সৈতে বিয়াত বহিল ৫২ বছৰীয়া মহিলা…

একাংশৰ আক্ষেপ, কলিযুগত এইবোৰ হ’বই! ২১ বছৰীয়া যুৱকৰ সৈতে বিয়াত বহিল ৫২ বছৰীয়া মহিলা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.