• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাংশৰ আক্ষেপ, কলিযুগত এইবোৰ হ’বই! ২১ বছৰীয়া যুৱকৰ সৈতে বিয়াত বহিল ৫২ বছৰীয়া মহিলা…

একাংশৰ আক্ষেপ, কলিযুগত এইবোৰ হ’বই! ২১ বছৰীয়া যুৱকৰ সৈতে বিয়াত বহিল ৫২ বছৰীয়া মহিলা…

4 years ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

29 minutes ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

59 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

3 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

16 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

16 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

18 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

18 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

19 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

19 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাংশৰ আক্ষেপ, কলিযুগত এইবোৰ হ’বই! ২১ বছৰীয়া যুৱকৰ সৈতে বিয়াত বহিল ৫২ বছৰীয়া মহিলা…

editor by editor
December 15, 2022
in জীৱনশৈলী, ভাৰত
0
একাংশৰ আক্ষেপ, কলিযুগত এইবোৰ হ’বই! ২১ বছৰীয়া যুৱকৰ সৈতে বিয়াত বহিল ৫২ বছৰীয়া মহিলা…
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহ দুটি হৃদয় এক হোৱাৰ অনুশীলন৷ বিবাহ জীৱনজোৰা এক সম্বন্ধৰ নাম৷ কণ্টকময় পথত এজনে আনজনৰ সাহস হৈ থিয় দিয়াৰ অন্য নাম বিবাহ৷ কিন্তু বিবাহে যেন কৰোবাৰ সংজ্ঞা সলাইছে৷ বিবাহ এতিয়া জনপ্ৰিয় হোৱাৰ অন্য এক অচিলা৷ বিবাহৰ অনুষ্ঠানত কৰা অদ্ভুত কাৰ্যকলাপে আনে ছচিয়েল মিডিয়াত আনে জোৱাৰ৷ ক্ষন্তেকীয়া হ’লেও ক্ষন্তেকতেই ভাইৰেল হ’ল একোটা যুঁটি৷ তেনে এটি ঘটনাই সংঘটিত হৈছে দেশত৷ সামাজিক মাধ্যমত ট্ৰেণ্ড কৰিছে বিবাহৰ এটা ভিডিঅ’ ক্লিপে৷

ভিডিঅ’টোত এজন ২১ বছৰীয়া লৰাই এগৰাকী ৫২ বছৰীয়া মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷ ভিডিঅটো দেশজুৰি ভাইৰেল হৈ পৰাৰ পাছতেই বহুতেই এই বিষয়টোক লৈ মিমো নিৰ্মাণ কৰিছে৷ সামাজিক মাধ্যম ইউজাৰকাৰীৰ কমেণ্টেও দৃষ্টি কাঢ়িছে বহুতৰে৷ কোনোৱে যদি যোগাত্মকভাৱে বিষয়টো লৈছে, বেছিসংখ্যকেই কিন্তু সমালোচনাহে কৰিছে এই বিবাহক৷ উদাহৰণস্বৰূপে নেটিজেনে দিয়া কমেণ্টত আছে, ‘পুত্ৰৰ সৈতেও বিয়া হয়নে?’ এই কমেণ্টৰ প্ৰত্যুত্তৰ দিবলৈ গৈ একাংশই আকৌ লিখিছে, পুৰুষে যেতিয়া কন্যাসম যুৱতীৰে বিয়াত বহে তেতিয়া কিয় দৃষ্টি নপৰে? সকলোৰে ক্ষেত্ৰত ভাৱধাৰা কিয় একেই হ’ব নোৱাৰে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
Next Post
টংক মামাৰ শব্দৰ সাধু শুনাবলৈ শিৱনাথ বৰ্মন আৰু নাই! ৮০ বছৰীয়া জীৱন নাট সামৰি গ’লগৈ ‘ৰচনা সম্ভাৰ’ৰ প্ৰণেতা বৰ্মন…

টংক মামাৰ শব্দৰ সাধু শুনাবলৈ শিৱনাথ বৰ্মন আৰু নাই! ৮০ বছৰীয়া জীৱন নাট সামৰি গ’লগৈ 'ৰচনা সম্ভাৰ'ৰ প্ৰণেতা বৰ্মন...

শোকাৱহ দুৰ্ঘটনা! ৰে’লৰ তলত সোমাই মৃত্যুক সাবটিলে অধ্যাপিকাই…

শোকাৱহ দুৰ্ঘটনা! ৰে’লৰ তলত সোমাই মৃত্যুক সাবটিলে অধ্যাপিকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.