সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ৷ ই তেজ পৰিষ্কাৰ কৰা, খাদ্য হজমত সহায় কৰা আৰু শৰীৰক শক্তি যোগান ধৰাৰ কাম কৰে৷ লিভাৰৰ কোষত কৰ্কটৰ বীজাণুৱে বাঁহ বান্ধিলে প্ৰাৰম্ভিক অৱস্থাত বহুতেই গম নাপায়৷ ফলত চিকিৎসাত দেৰী হৈ পৰে৷ লিভাৰত এই ৰোগ হলে প্ৰথমে কিছু প্ৰাথমিক সংকেত পঠিয়াই৷ যি সময়ত গুৰুত্ব দিলে দ্ৰুত ৰোগ চিহ্নিত কৰা সম্ভৱ হৈ পৰে৷ এইক্ষেত্ৰত কি কি লক্ষণ দেখিলে সতৰ্ক হব?

১. ভোক কমি যোৱা বা খোৱাবোৱাত অনীহাঃ যদি হঠাৎ খাদ্য খোৱাৰ ইচ্ছা কমি যায় বা সামান্য খালেই পেট ভৰি যায় বা খাদ্যৰ গোন্ধত অৰুচি আহে তেতিয়া সেয়া লিভাৰৰ সমস্যাৰ ইংগিত হব পাৰে৷ কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত এই লক্ষণ খুবেই সাধাৰণ৷

৩. পেটৰ সোঁফালে বিষ বা ভাৰী ভাৰী লগাঃ লিভাৰ পেটৰ সোঁফালে থাকে. সেয়ে ইয়াত বিষ, চাপ অনুভৱ হোৱা, ভাৰী ভাৰী লগা বা দীৰ্ঘদিন অস্বস্তি থাকিলে সেয়া গেষ্ট্ৰিক ভাৱি অৱহেলা কৰা ঠিক নহয়৷ লিভাৰৰ টিউমাৰ তৈয়াৰ হলে এনে বিষে দেখা দিব পাৰে৷ পেট ফুলি যোৱাৰ দৰে অস্বস্তিও হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *