• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ

ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ

2 years ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

37 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

1 hour ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

6 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ

editor by editor
June 5, 2024
in ভাৰত, ৰাজনীতি
0
ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ
0
SHARES
896
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ

এপ্ৰিলৰ পৰা আৰম্ভ কৰি জুনৰ ১ তাৰিখলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতে দেখা দিয়া দৃশ্যপটে ৰাজনৈতিক মহলত  জোৱাৰ আনিছিল। বিজেপিয়ে ২৪০খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে যদিও সংখ্যাগৰিষ্ঠতাৰ পৰা ৩২খন আসন দূৰত।

অৱশ্যে বিজেপি নেতৃত্বাধীন এন ডি এৰ সংখ্যাগৰিষ্ঠতা আছে ২৯৪খন আসন। কিন্তু ইয়াৰ পাছতো চৰকাৰখন কেৱল বিজেপিয়েহে গঠন কৰিব বুলি কোনেও নিশ্চয়তা দিব পৰা নাছিল। কিয়নো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ পৰা প্ৰকাশ পোৱা নাছিল স্পষ্টতা।

দ্বিতীয় কাৰ্যকালৰ অন্তিমখন কেবিনেট বৈঠকত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – বিজয় আৰু পৰাজয় ৰাজনীতিৰ অংশ। তাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰে। আৰু পাছত নতুন চৰকাৰ গঠনৰ বাবে এক ৰুদ্ধদ্বাৰ বৈঠকৰ আয়োজন কৰে। সেই বৈঠকত মিলিত হয় নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু।

প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত অনুষ্ঠিত এনডিএৰ বৈঠকত নীতিশ কুমাৰ আৰু টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে সমৰ্থন পত্ৰ প্ৰদান কৰা বুলি সূত্ৰ প্ৰকাশ। আজি এন ডি এৰ মিত্ৰশক্তিয়ে চৰকাৰ গঠনৰ বাবে অংশীদাৰিত্ব দাবী কৰিব আৰু একে কামৰ বাবে প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

সমৰ্থন পত্ৰ  লাভৰ পাছতে এতিয়া এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। অহা ৮ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। পাছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী পূৰণ হ’ল নে নাই সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই।  সময়তহে জানিব পৰা যাব কোনে কোনে লাভ কৰিব কি কি মন্ত্ৰীত্ব পদ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chandrababu Naiduindiaministrynarendra-modiNew Cabinet Ministrynitish kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’

সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ'ব 'প্ৰেম'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.