• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

2 years ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

12 minutes ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

46 minutes ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

2 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

2 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

3 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

4 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

5 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

5 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

7 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

8 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

8 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

editor by editor
June 5, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

১৬ বছৰৰ অপেক্ষাৰ অন্ত পেলাবলৈ সাজু হৈছে টিম ইণ্ডিয়া। মাথো কেইটামান মুহুৰ্তৰ পাছতে খেলপথাৰত নামিব ভাৰত। বিপক্ষত আয়াৰলেণ্ড। যাৰ বাবে আজিৰ খেল খনত জয় হোৱাৰ সম্ভাৱনা অধিক। আজিৰ খেল খন অনুষ্ঠিত হব নিউয়ৰ্কত। টিম ইণ্ডিয়াই প্ৰথম তিনিখন খেল নিউয়ৰ্কত আৰু অন্তিমখন গ্ৰুপ খেল ফ্ল’ৰিডাত খেলিব।

অধিনায়ক হিচাপে দ্বিতীয় টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই। তেওঁ পূৰ্বৰ টি-২০ বিশ্বকাপ সংস্কৰণতো ভাৰতক নেতৃত্ব দিছিল আৰু লগতে দলটোক ছেমি ফাইনেললৈ লৈ গৈছিল। ৰাহুলৰ অধীনতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে।

এইবাৰৰ টি ২০ বিশ্বকাপত ভাৰতক জয়ৰ প্ৰৱল দাবীদাৰ হিচাপে ধৰা হৈছে। দলৰ প্ৰত্যক খেলুৱৈলে ফৰ্মত থকাও পৰলক্ষিত হৈছে। আজিৰ খেলখনত স্থান পোৱা ১১ গৰাকী খেলুৱৈ হৈছে-

ৰোহিত শৰ্মা (কেপ্টেইন)
ভাৰতৰ হৈ অপেনিং কৰিব ৰোহিতে। ভাৰতৰ হৈ আইচিচি প্ৰতিযোগিতাত ভাল ফৰ্মত আছিল ৰোহিত। ২০২৪ চনৰ আই পি এলত তেওঁ ৪১৭ ৰান সংগ্ৰহ কৰে।

যশস্বী জয়ছৱাল
ৰোহিতৰ লগতে জয়ছোৱালে ভাৰতৰ হৈ অপেনিং কৰিব।

বিৰাট কোহলী
কোহলীয়ে তিনি নম্বৰত বেটিং কৰিব আহিব। কোহলীয়ে বৰ্তমানে সম্পূৰ্ণ ফৰ্মত থকা খেলুৱৈ। ২০২৪ চনৰ আই পি এলত তেওঁ ৭০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছিল।

সূৰ্য্যকুমাৰ যাদৱ
বৰ্তমান বিশ্বৰ এক নম্বৰ ৰেংকিং T20I বেটছমেন। অৱশ্যে আই চি চি টি-২০ বিশ্বকাপত ভাৰতৰ হৈ এতিয়াও প্ৰদৰ্শন কৰিব পৰা নাই। এয়া সূৰ্যকুমাৰৰ তৃতীয় টি-২০ বিশ্বকাপ।

হাৰ্দিক পাণ্ডিয়া
অলৰাউণ্ডাৰ হিচাপে ভাৰতৰ হৈ ভল প্ৰদৰ্শন কৰি আহিছে যদিও মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে আই পি এলত প্ৰদৰ্শন ভাল নাছিল।

ঋষভ পন্ত (উইকেটকিপাৰ)
৬ নম্বৰ খেলুৱৈ হিচাপে আহিবললগীয়া ঋষভে বাংলাদেশৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত ৩২টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। আই পি এলতো তেওঁক ভাল ফৰ্মত দেখা গৈছিল।

ৰবীন্দ্ৰ জাডেজা
প্ৰতিষ্ঠিত টি-২০ বলাৰ। অলৰাউণ্ডাৰ হিচাপ দলত স্থান পালেও এতিয়ালৈ বেটিঙৰ জৰিয়তে ভাল ফল লাভ কৰা নাই।

যশপ্ৰীত বুমৰাহ
ভাৰতীয় বলিং আক্ৰমণত বুমৰাহে নেতৃত্ব দিব । আই পি এলত ২০টা উইকেটৰে অন্ত পেলায়।

কুলদীপ যাদৱ
লাইনআপৰ বিশেষ স্পিনাৰ ভিতৰত কুলদীপ অন্যতম। আই পি এ ছিজনত তেওঁ ১৬টা উইকেট দখল কৰাৰ লগতে দিল্লী কেপিটেলছৰ হৈ বলাৰৰ ভিতৰত শ্ৰেষ্ঠ হৈছিল।

যুজবেন্দ্ৰ চহল
ভাৰতীয় দলৰ নিয়মিত খেলুৱৈ নহয় যদিও আই পি এলতভাল প্ৰদৰ্শনৰা বাবে এইবাৰ স্থান লাভ কৰিছে। দলে বহু আশা কৰিছে চহলৰ পৰা।

মহম্মদ ছিৰাজ অথবা আৰ্ছদীপ সিং
ছিৰাজ বা আৰ্ছদীপৰ ভিতৰত এজন দ্বিতীয় স্পিনাৰ হিচাপে থাকিব পাৰে। দুয়ো সুন্দৰ ফৰ্মত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket Indian Cricketindian teamT 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
Next Post
সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’

সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ'ব 'প্ৰেম'

মুহুৰ্ততে সলনি হ’ব পাৰে সকলো, ইণ্ডিয়া গোটলৈ সকলো দলকে মুকলি অফাৰ

মুহুৰ্ততে সলনি হ'ব পাৰে সকলো, ইণ্ডিয়া গোটলৈ সকলো দলকে মুকলি অফাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.