• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’

সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’

2 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

5 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

5 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

6 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

6 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

7 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

8 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

9 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

10 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

10 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

11 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

11 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’

editor by editor
June 5, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’

সুৰজ বৰজাত্যাৰ চিনেমা আৰু ছলমান খানৰ মাজত চিনেমাৰ কথা সকলোৱে জানে। সুৰজ বৰজাত্যাৰ চিনেমা মানেই ছলমান , ছলমান মানেই চিনেমাখনত সেই চৰিত্ৰটোৰ নাম প্ৰেম। পাছে এইবাৰ সুৰজৰ ছবিত প্ৰেম হব অন্যহে। ছলমান খানত ৰিপ্লেছ কৰিছে সুৰজ বৰজাত্যাই।

মেইনে প্যাৰ কিয়া, হম আপকে হ্যে কোন, প্ৰেম ৰতন ধন পায়ো, হম সাথ সাথ হ্যে , আদি ছবিত বৰজাত্যাৰ সৈতে প্ৰেম হিচাপে কাম কৰিছে ছলমানে। পাছে এইবাৰ প্ৰেম হ’ব অন্যহে।

এইবাৰ ছলমান খানৰ ঠাইত দেখা পোৱা যাব কাৰ্তিক আৰয়ানক। প্ৰেমৰ চৰিত্ৰত কাম কৰিব কাৰ্তিকে। সফলতাৰ জখলাত অহৰহ বগাই গৈ আছে কাৰ্তিক আৰ্যানে। যাৰ বাবে এতিয়া অবিৰতভাৱে বহু ছবিৰ অফাৰ লাভ কৰি আছে।

বৰ্তমান কাৰ্তিক বহু প্ৰত্যাশিত ছবি ‘চণ্ডু চেম্পিয়ন’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে। কাৰ্তিকৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁৰ প্ৰতিখন ছবিৰ বাবে। বৰ্তমান তেওঁলোকে অপেক্ষা কৰি আছে কাৰ্তিকৰ ছবি ‘চণ্ডু চেম্পিয়ন’ৰ বাবে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পৰিচালক সুৰজ বৰজাত্যাৰ আগন্তুক ছবিত ছলমান খানৰ ঠাইত কাৰ্তিক আৰয়ানক চুক্তিবদ্ধ কৰা হৈছে।

আনহাতে ছলমান খানৰ প্ৰায়বোৰ ছবিতে তেওঁৰ নাম প্ৰেম থকা দেখা যায়। পৰিচালক সুৰজ বৰজাত্যাৰ আগন্তুক ছবিৰ মুখ্য অভিনেতাগৰাকীৰ নামো ৰখা হ’ব প্ৰেম। কিন্তু এতিয়া এই ছবিখন ছলমানৰ হাতৰ পৰা কাৰ্তিক আৰয়ানলৈ গৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখন সন্দৰ্ভত ইতিমধ্যে সুৰজ বৰজাত্যা আৰু কাৰ্তিকৰ মাজত এখন বৈঠক হৈ গৈছে। সুৰজৰ আগন্তুক ছবিখনৰ নাম ‘প্ৰেম কি শাদি’। ছবিখনৰ বাবে ইতিমধ্যে অভিনেতা-অভিনেত্ৰী কাষ্টিং আৰম্ভ কৰিছে। এই ছবিখন পৰিয়ালৰ পটভূমিৰ ওপৰত আধাৰিত হ’ব। ‘চন্দু চেম্পিয়ন’ মুক্তি পোৱাৰ পিছতে এই ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodKartic AryanMoviePrem CharacterSalman KhanSuraj Barjatya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
Next Post
মুহুৰ্ততে সলনি হ’ব পাৰে সকলো, ইণ্ডিয়া গোটলৈ সকলো দলকে মুকলি অফাৰ

মুহুৰ্ততে সলনি হ'ব পাৰে সকলো, ইণ্ডিয়া গোটলৈ সকলো দলকে মুকলি অফাৰ

ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট

ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.