• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

1 month ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

6 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

6 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

7 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

7 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

8 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

9 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

10 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

11 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

11 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

11 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

13 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

প্ৰেমিক বা প্ৰেমিকাক Love Bite দিয়াৰ পূৰ্বে সাৱধান!

editor by editor
June 26, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
0
SHARES
743
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি দম্পতীয়ে প্ৰেম প্ৰকাশৰ বাবে প্ৰেমিক-প্ৰেমিকাই লাভ বাইটৰ ব্যৱহাৰ কৰে। কিন্তু লাভ বাইটে কিমান ভয়াৱহ ক্ষতি কৰিব পাৰে সেয়া আপুনি হয়তো উপলব্ধি নকৰে। বহু পুৰুষ মহিলাই ডিঙিৰ ওচৰত লাভ বাইট দি ভাল পায়। ডিঙিৰ চাৰিওফালে থকা স্নায়ুবোৰ অতি সুক্ষ্ম, আৰু সেই অংশত অত্যধিক চাপ দিলে আনকি মাৰাত্মকও হ’ব পাৰে। গতিকে অন্তৰংগ মুহূৰ্তত আপোনাৰ সংগীক কেতিয়া আৰু কিয় ৰখাব লাগে সেইটো জনাটো অতি গুৰুত্বপূৰ্ণ, যাতে আপুনি এনে বিপদজনক পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে।

  • ডিঙিৰ শিৰাবোৰ অতি সংবেদনশীল, যেতিয়া কোনো সংগীয়ে জোৰকৈ কামুৰে, তেতিয়া ছালৰ তলৰ শিৰাবোৰত তেজৰ গোট গঠন হ’ব পাৰে। এই ক্লট যদি তেজৰ সোঁতৰ সৈতে মগজুলৈ যায় তেন্তে ই তেজৰ সোঁত বন্ধ কৰি দিব পাৰে, যিটো মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।
  • যিসকল লোকৰ শৰীৰত আইৰণৰ অভাৱ হয়, তেওঁলোকে প্ৰেমৰ কামোৰৰ পৰা আঁতৰি থাকিব লাগে কাৰণ তেনে কৰিলে তেওঁলোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
  • লাভ বাইটে আপোনাৰ মুখত স্থায়ী দাগ পৰিব পাৰে, গতিকে ইয়াক পৰিহাৰ কৰা উচিত।
  • লাভ বাইটৰ ফলত তেজ জমা হৈ মগজুলৈ গৈ ভয়াৱহ ক্ষতি কৰিব পাৰে, আনকি পক্ষাঘাতৰো সৃষ্টি কৰিব পাৰে।
  • লাভ বাইটে আপোনাৰ স্নায়ুতন্ত্ৰত বিপজ্জনক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰৱল।
  • আনকি কিছুমান লোকে লাভ বাইটৰ ফলতো সংক্ৰমণ হ’ব পাৰে। যদি আপুনি ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ভুলতেও এইবোৰ নকৰিব।
  • লাভ বাইটৰ বাবে এজন ব্যক্তিয়ে ষ্ট্ৰোকত আক্ৰান্ত হোৱা কেইবাটাও ঘটনাৰ খবৰ পোৱা গৈছে। আচলতে ডিঙিৰ কেৰটিড ধমনীত অত্যধিক চাপ দিলে মগজুলৈ অক্সিজেনৰ যোগান বন্ধ হৈ যাব পাৰে আৰু সম্ভাৱ্যভাৱে হঠাতে ষ্ট্ৰোক আহিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ
প্ৰযুক্তি

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

August 6, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ
ভাৰত

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

August 6, 2026
Next Post
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ'লে কিমান বাঢ়িব দৰমহা?

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

'ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়', প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.