• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

editor by editor
December 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ বুলিলেই লাখ লাখ টকা খৰচৰ কথা পোনতেই মনলৈ আহে৷ কাৰণ এখন সামাজিক বিবাহ কৰিবলৈ ভাৰতীয়ই এই ধন খৰচ কৰাটো এক পৰম্পৰাই৷ পোছাক, খোৱাবোৱা, উপহাৰ, বিবাহৰ অনুষ্ঠান মানেই বিপুল পৰিমাণৰ অৰ্থ ব্যয়৷ যাৰবাবে বিয়া বুলিলেই দুঃশ্চিন্তা বাঢ়ে বহু পৰিয়ালৰ৷ কিন্তু জানেনে, এই যুগতো মাত্ৰ ২০ টকাতেই বিবাহৰ অনুষ্ঠান সম্পন্ন কৰিব পাৰি ভাৰতৰেই এক স্থানত৷

মাত্ৰ ২০ টকা খৰচ কৰিলেই কইনা পক্ষই বিয়া দি কন্যা পঠিয়াব পাৰে পাত্ৰৰ ঘৰলৈ৷ ভাৰতৰ এই গাওঁত বিবাহ মানেই লাখ লাখ ধনৰ অংক সেই কথা মিছা প্ৰমাণিত হৈছে৷ ছত্তিশগড়ৰ গাড়িয়া উপজাতিৰ মাজত মাত্ৰ ২০ টকাতেই বিয়া কৰোৱাৰ এক ৰীতি এতিয়াও প্ৰচলিত আছে৷ যুগ যুগ ধৰি এই নিয়ম জাৰি আছে ছত্তিশগড়ত৷ ছত্তিশগড়ৰ বাটাগাওঁ এলেকাত থাকে গাড়িয়া উপজাতিৰ বাসিন্দাসকল৷ এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ এই ৰীতি তেওঁলোকে পালন কৰি আহিছে৷ ৰীতি অনুসৰি কোনো পাত্ৰী পছন্দ হ’লে পাত্ৰী পৰিয়ালক ২০ টকা দিব লাগে দৰাপক্ষই৷ তাৰপিছতেই কন্যাপক্ষই কইনাক দৰাঘৰলৈ পঠিয়াই দিয়ে৷

স্থানীয় বাসিন্দাসকলে জনাইছে যে কোনো কাৰণত বিয়া ভাঙিলে সেই টকা পাত্ৰৰ ঘৰক ঘূৰাই দিব লাগে কইনাপক্ষই৷ তাৰপাছতেই কন্যাক নিজ ঘৰলৈ লৈ যাব পাৰে কইনাপক্ষই৷ এই বিবাহৰ আৰু কেইটামান নিয়ম আছে৷ যেনে বিয়াৰ পূৰ্বে পাত্ৰ-পাত্ৰীক এটা ঘৰত তিনিদিনৰ বাবে বন্ধ কৰি ৰখা হয়৷ এইদৰে একেলগে ৰখাৰ ফলত দুয়োৰে মাজত পৰিচয় গঢ়ি উঠে৷

গাড়িয়া উপজাতিৰ বাসিন্দাসকলে জনোৱা অনুসৰি বহু বছৰ আগতে তেওঁলোকৰ মাত্ৰ ৬টকাতো বিয়া হৈছিল৷ এতিয়া সামগ্ৰীৰ দাম বাঢ়িছে বাবে বহুতে বিবাহৰ বাবে ৫০০ টকা খৰচ কৰে৷ আৰু যদি কোনো ৫০০ টকা খৰচ কৰিব নিবিচাৰে তেন্তে ২০ টকাতো এই বিবাহ সম্পন্ন হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মঙ্গলৰ বক্ৰী দশাত ৩ৰাশিৰ অৰ্থভাগ্য তুংগত! চাকৰি ব্যৱসায়ত সাফল্য, ৰাজযোগ কাৰ কাৰ?

মঙ্গলৰ বক্ৰী দশাত ৩ৰাশিৰ অৰ্থভাগ্য তুংগত! চাকৰি ব্যৱসায়ত সাফল্য, ৰাজযোগ কাৰ কাৰ?

‘বিদেশলৈ গ’লে লাজতে মুখ লুকুৱাও!’ কিয় বিদেশত নাক লুকুৱাব লগা হয় পৰিবহনমন্ত্ৰী নীতিন গাডকাৰীয়ে?

‘বিদেশলৈ গ’লে লাজতে মুখ লুকুৱাও!’ কিয় বিদেশত নাক লুকুৱাব লগা হয় পৰিবহনমন্ত্ৰী নীতিন গাডকাৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.