• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

2 years ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

26 minutes ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

1 hour ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

2 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

2 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

3 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

4 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

4 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

19 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

20 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

20 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ ছেপ্টেম্বৰ ২০২৪ বুধবাৰে পালিত হয় ভাদ পূৰ্ণিমা৷ আজিৰ পৰাই আৰম্ভ হৈছে পিতৃপক্ষ৷ ইয়াৰোপৰি আজি হৈছে এই বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ৷ আজি পুৱা ৬ বাজি ১১ মিনিটত গ্ৰহণ লাগি চন্দ্ৰগ্ৰহণ শেষ হৈছে ১০ বাজি ১৭ মিনিটত৷ মীন ৰাশিত পূৰ্বৰে পৰাই অৱস্থান কৰি আছে ৰাহুৱে৷ তাতেই চন্দ্ৰ প্ৰৱেশ কৰাৰ ফলত গঠিত হৈছে গ্ৰহণ যোগ৷ ইয়াৰোপৰি গ্ৰহণৰ মাজতেই গঠিত হৈছে শুক্ৰ আৰু চন্দ্ৰৰ সমসপ্তক যোগ৷ ইয়াৰ সৈতে চন্দ্ৰ আৰু মঙ্গলে গঠন কৰিছে চতুৰ্থ দশম যোগ৷ যাৰ ফলত গঠিত হৈছে ধন যোগো৷ জ্যোতিষ গণনাই কৈছে যে এইসমূহ যোগৰ প্ৰভাৱত পিতৃপক্ষৰ মাজতেই ভাগ্য সোণৰ দৰে চমকি উঠিব ৫ৰাশিৰ জাতকৰ৷ জানি থওক এই সময়ত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মিথুন ৰাশি

চন্দ্ৰ আৰু ৰাহুৰ গ্ৰহণ যোগ অত্যন্ত শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি আৰ্থিকভাৱে প্ৰচুৰ লাভ কৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ নতুন চাকৰি পাব পাৰে৷ বৰ্তমানৰ চাকৰিতো পদোন্নতিৰ যোগ আছে৷ নিজৰ উপাৰ্জনৰ ধনেৰে ঘৰত সম্পদ গোটাব পাৰে৷ কোনো সমস্যাই এই সময়ত আপোনাক স্পৰ্শ কৰিব নোৱাৰিব৷

কন্যা ৰাশি

গ্ৰহণৰ সময়ত চন্দ্ৰৰ অৱস্থান কন্যা ৰাশিৰ সপ্তম ঘৰত৷ ইয়াৰ প্ৰভাৱত আত্মনিৰ্ভৰশীল হৈ উঠিব কন্যা ৰাশিৰ জাতক৷ নিদৰ সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ এই সময়ত বেছি আৱেগপ্ৰৱণ হৈ উঠিব আপুনি৷ খুব সুন্দৰ অভিজ্ঞতা এই সময়ত লাভ কৰিব আপুনি৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব৷ জীৱনসংগীৰ সৈতে বুজাপৰা থাকিব৷ হঠাৎ কোনো সূত্ৰৰ পৰা অতিৰিক্ত অৰ্থলাভ কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত গঠিত হৈছে গ্ৰহণ যোগ৷ ৰাহু আৰু চন্দ্ৰৰ মিলনৰ ফলত বোধবুদ্ধি বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকৰ৷  এই সময়ত আপোনাৰ জ্ঞান বাঢ়িব আৰু নিজৰ জ্ঞান বুদ্ধি কামত লগাই বহু কাম সহজেই সম্পন্ন কৰিব পাৰিব৷ আত্মবিশ্বাসেৰে তুংগত থাকিব বৃশ্চিক ৰাশিৰ জাতক৷ শৰীৰ স্বাস্থ্য পূৰ্বতকৈ মজবুত হ’ব আপোনাৰ৷

মকৰ ৰাশি

মকৰ ৰাশিৰ তৃতীয় ঘৰত চন্দ্ৰ আৰু ৰাহুৰ মিলনত গ্ৰহণ যোগ গঠিত হৈছে৷ এই যোগে আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ ইয়াৰ ফলত পিতৃপক্ষৰ মাজত নানান দিশৰ পৰা লাভৱান হ’ব মকৰ ৰাশিৰ জাতক৷ পৰিশ্ৰম কৰিলে তাৰ সুফল আপুনি অৱশ্যই লাভ কৰিব৷ ব্যক্তিগত জীৱনত সুখ শান্তি বিৰাজ কৰিব৷ আৰ্থিকভাৱে আৰু পেছাগত জীৱনতো উন্নতিৰ যোগ আছে৷

মীন ৰাশি

২০২৪ চনৰ দ্বিতীয় চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ বাবে বেছ সুখকৰ হ’ব৷ আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰ আকৰ্ষণীয় হৈ উঠিব৷ আপোনাৰ প্ৰতি আকৃষ্ট হ’ব বহুতেই৷ কৰ্মক্ষেত্ৰত সকলোৰে সৈতে ভাল সম্পৰ্ক বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ৷ অন্যসকলৰ পৰা আপুনি প্ৰয়োজনত সহায় পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো
জীৱনশৈলী

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

April 1, 2026
Next Post
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.