• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেদিনাই বুদ্ধপূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ! গ্ৰহণৰ সময়ছোৱাত খাদ্য খোৱা উচিত নে?

একেদিনাই বুদ্ধপূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ! গ্ৰহণৰ সময়ছোৱাত খাদ্য খোৱা উচিত নে?

3 years ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

2 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

3 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

3 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

3 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

4 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

5 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

6 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

6 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

7 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

7 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

8 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেদিনাই বুদ্ধপূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ! গ্ৰহণৰ সময়ছোৱাত খাদ্য খোৱা উচিত নে?

editor by editor
May 5, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
একেদিনাই বুদ্ধপূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ! গ্ৰহণৰ সময়ছোৱাত খাদ্য খোৱা উচিত নে?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৩ চনৰ আজি প্ৰথমটো চন্দ্ৰগ্ৰহণ। ৫ মে’ অৰ্থাৎ আজি বুদ্ধ পূৰ্ণিমাও। বুদ্ধ পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেলগে পৰিছে। নিজৰ কক্ষপথত ঘূৰোতে পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই একেলগে অৱস্থান কৰে। এই বিশেষ সময়খিনিকেই চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। এইবাৰৰ চন্দ্ৰগ্ৰহণৰ কিছু বিশেষত্ব আছে। এই চন্দ্ৰগ্ৰহণত পৃথিৱী, সূৰ্য আৰু চন্দ্ৰই একে সৰলৰেখাত অৱস্থান নকৰে। সৰলৰেখাত অৱস্থান নকৰে বাবেই পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণ ঢাকি ধৰিব নোৱাৰে যাৰবাবে আংশিক পোহৰ আহিব। কেৱল চন্দ্ৰৰ পোহৰ কিছু হ্ৰাসহে হ’ব এই গ্ৰহণত। এয়া আংশিক চন্দ্ৰগ্ৰহণো নহয়। এই চন্দ্ৰগ্ৰহণক ‘পেনাম্ব্ৰাল’ গ্ৰহণ বুলি কোৱা হয়।

আজিৰ দিনটো বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বাবেও বিশেষ দিন। কিয়নো আজিৰ দিনটোতেই গৌতম বুদ্ধৰ জন্ম হৈছিল। এই তিথিতেই বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক ভগৱান গৌতম বুদ্ধৰ নেপালৰ লুম্বিনীনগৰত জন্ম। এই দিনটো সেয়ে বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বাবে বিশেষ দিন। ইফালে চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব ৮বাজি ৪৬ মিনিটত। গ্ৰহণ সমাপ্ত হ’ব ১ বাজি ২০ মিনিটত। ভাৰততো এই গ্ৰহণ দৃশ্যমান নহয়। এই গ্ৰহণ নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ইউৰোপৰ দক্ষিণ পূবৰ কিছু অংশ, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰৰ কিছু অংশতো এই গ্ৰহণ দৃশ্যমান হ’ব।

ইফালে চন্দ্ৰগ্ৰহণক লৈ কিছু লোকবিশ্বাসো মানুহে মানি চলে। বহুতেইভাৱে চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য খালে শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এই প্ৰভাৱৰ পৰা মুক্তি পাবৰ বাবে বহুতেই চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য বা খোৱা পানীত তুলসীপাত দি থয়। বহুতেই আকৌ গ্ৰহণৰ সময়ছোৱাত বগা পোছাক, বগা খাদ্য, গাখীৰ, দৈ, পনীৰ আদি খোৱাৰ পৰা বিৰত থাকে। কিন্তু এই বিষয়টোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বুলিয়েই বিজ্ঞানীসকলে উল্লেখ কৰি আহিছে।

উল্লেখ্য যে এই সময়ছোৱাত অতি বেঙুনীয়া ৰশ্মিৰ বাবে বেক্টেৰিয়াৰ পৰিমান বাঢ়ি যাব পাৰে যাৰবাবে মুকলিত খাদ্যগ্ৰহণ কৰিলে বিষক্ৰিয়া হোনাৰ সম্ভাৱনা থাকে। কিন্তু এই গ্ৰহণ যিহেতু ভাৰতৰ পৰা দেখা নাযায় তেনেক্ষেত্ৰত বিশেষ সাৱধানতা লোৱাৰো প্ৰয়োজন নাই বুলিয়েই বিজ্ঞানীমহলে জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল
জীৱনশৈলী

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

April 1, 2026
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
Next Post
এজন ব্যক্তিয়ে এদিনত কিমান পৰিমানৰ নিমখ খাব লাগে? শৰীৰত ছডিয়ামৰ পৰিমান কমিলে এইকেইটা ভয়ংকৰ ৰোগ হ’ব পাৰে?

এজন ব্যক্তিয়ে এদিনত কিমান পৰিমানৰ নিমখ খাব লাগে? শৰীৰত ছডিয়ামৰ পৰিমান কমিলে এইকেইটা ভয়ংকৰ ৰোগ হ’ব পাৰে?

পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন…

পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.