• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন ব্যক্তিয়ে এদিনত কিমান পৰিমানৰ নিমখ খাব লাগে? শৰীৰত ছডিয়ামৰ পৰিমান কমিলে এইকেইটা ভয়ংকৰ ৰোগ হ’ব পাৰে?

এজন ব্যক্তিয়ে এদিনত কিমান পৰিমানৰ নিমখ খাব লাগে? শৰীৰত ছডিয়ামৰ পৰিমান কমিলে এইকেইটা ভয়ংকৰ ৰোগ হ’ব পাৰে?

3 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

11 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

11 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

12 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

12 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

13 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

14 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

15 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

15 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

16 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

17 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

18 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এজন ব্যক্তিয়ে এদিনত কিমান পৰিমানৰ নিমখ খাব লাগে? শৰীৰত ছডিয়ামৰ পৰিমান কমিলে এইকেইটা ভয়ংকৰ ৰোগ হ’ব পাৰে?

editor by editor
May 5, 2023
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
এজন ব্যক্তিয়ে এদিনত কিমান পৰিমানৰ নিমখ খাব লাগে? শৰীৰত ছডিয়ামৰ পৰিমান কমিলে এইকেইটা ভয়ংকৰ ৰোগ হ’ব পাৰে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহুদিন ধৰি উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি? নিয়মিত ঔষধ খালেও উচ্চ ৰক্তচাপ কণ্ট্ৰল হোৱা নাই। চিকিৎসকে উচ্চৰক্তচাপ থকা ৰোগীক নিমখ খোৱাত বাধা আৰোপ কৰে। নিমখ খালেও পৃথক এক নিমখ এইসকল ৰোগীক খাবলৈ অনুমতি দিয়ে চিকিৎসকে। চিকিৎসকে কোৱা অনুসৰি পটাছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম মিলি মানৱদেহৰ ইলেক্ট্ৰলাইটছ তৈয়াৰ হয়। এই সকলো উপাদান কম বেছি হ’লেই শৰীৰত ইলেক্ট্ৰলাইটছৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হয়। শৰীৰত ছডিয়াম বা পটাছিয়াম যিকোনো এবিধৰ অসামঞ্জস্য ঘটিলেই মৃত্যু পৰ্যন্ত হ’ব পাৰে। আমাৰ স্নায়ুতন্ত্ৰ, মাংসপেশী আৰু হৃদযন্ত্ৰকে আদি কৰি সকলো কামতেই এই দুবিধ যৌগৰ বিশেষ প্ৰয়োজন আছে। সেয়ে শৰীৰত ছডিয়ামৰ অকণমান সামঞ্জস্য ঘটিলেই অসুবিধাৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ অভাৱত কি কি ৰোগে দেখা দিব পাৰে?

‘হাইপন্যাট্ৰিমিয়া’ হ’ব পাৰে?
তেজত ছডিয়ামৰ মাত্ৰা স্বাভাৱিকতকৈ কমি গ’লে ‘হাইপন্যাট্ৰিমিয়া’ত আক্ৰান্ত হ’ব পাৰে। এই ৰোগৰ লক্ষণসমূহ হৈছে মূৰ ঘূৰোৱা, সিদ্ধান্তহীনতা, বমি ভাৱ, কামত অনীহা, ক্লান্তিভাৱ উপসৰ্গই দেখা দিব পাৰে।

এই ৰোগত কি কি সমস্যাই দেখা দিয়ে?
৪৮ ঘণ্টা বা তাতোকৈ বেছি সময় ধৰি তেজত ছডিয়ামৰ মাত্ৰা কমি থাকিলে মস্তিষ্কৰ কাৰ্যকলাপ সুচাৰুৰূপে চলাত বাধাগ্ৰস্থ হয়। আনকি জ্ঞানহীনো হৈ পৰিব পাৰে। যাৰবাবে মৃত্যুৰ সম্ভাৱনা বহু পৰিমানে বাঢ়ি যায়। মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত সেয়ে খাদ্যৰ ৰুটিন সঠিককৈ ৰাখিব লাগে।

প্ৰাকৃতিকভাৱে শৰীৰত কেনেকৈ ছডিয়ামৰ ভাৰসাম্য ঠিকে ৰাখিব?

খাদ্যত নিমখৰ মাত্ৰা সঠিককৈ ৰাখিব

ৰক্তচাপ বেছি থাকিলে নিমখ কমকৈ খাব লাগে। কিন্তু তাৰো নিৰ্দিষ্ট পৰিমান আছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিমখৰ মাত্ৰা সঠিককৈ ৰাখিব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই দিয়া নিৰ্দেশনা অনুসৰি প্ৰাপ্তবয়স্ক এজন লোকে প্ৰতিদিনে ৫ গ্ৰাম নিমখ খাব পাৰে।

ছডিয়ামযুক্ত খাদ্য কি কি খাব?
চিজ, সামুদ্ৰিক খাদ্য, বিট, গাজৰ আদি ছডিয়ামযুক্ত নিয়মিত খাব পাৰে। এইসমূহ খাদ্যই ছডিয়ামৰ ভাৰসাম্য বজায় ৰাখে।

শৰীৰত পানীৰ পৰিমান নিয়ন্ত্ৰণত ৰখা
অতিৰিক্ত গৰমত বা শৰীৰচৰ্চা কৰাৰ সময়ত ঘাম ওলায়। তেজত ছডিয়ামৰ মাত্ৰা সঠিক কৰি ৰাখিবলৈ পানীৰ ভূমিকা অপৰিসীম। সেয়ে নিয়মিত পানী খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়
জীৱনশৈলী

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

August 16, 2026
Next Post
পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন…

পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন...

‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ

'দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.