• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

4 years ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

7 minutes ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

47 minutes ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

3 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

3 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

4 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

5 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

5 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

17 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

17 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

19 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

editor by editor
February 5, 2022
in ভাৰত, ৰাজনীতি
0
‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘‘মা সৰস্বতীয়ে কোনো বৈষম্য নিবিচাৰে৷’’ সৰস্বতী পূজাত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰীৰ হিজাব পৰিধানৰ সমৰ্থন কৰি এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

সৰস্বতী পূজাৰ দিনা কৰ্ণাটকৰ এখন কলেজত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰীয়ে হিজাব পৰিধান কৰাতো নিষিদ্ধকৰণ কৰাৰ পিছতে এই মন্তব্য কৰিছে কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধীয়ে।

কৰ্ণাটকৰ এখন কলেজৰ সিদ্ধান্ত বিৰোধিতা কৰি ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ হেণ্ডলত হিজাবৰ সমৰ্থনত টুইট কৰি  লিখিছে, ‘‘আমি দেশৰ কন্যাসকলৰ ভৱিষ্যৎ ধ্বংস কৰি আছো।’’

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, ‘‘হিজাব পৰিধান কৰি ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ আহে। মা সৰস্বতীয়ে আমাক সকলোকে জ্ঞান দিয়ে, আমাৰ মাজত বৈষম্য নিবিচাৰে।’’

সৰস্বতী পূজাত ইছলাম ছাত্ৰীসকলে হিজাব পৰিধান কৰাটোক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমৰ্থন কৰাৰ পিছতে কৰ্ণাটক বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৰ্ণাটক বিজেপিয়ে ওলোটাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিক্ষাক সাম্প্ৰদায়িক কৰণ কৰাৰহে গুৰুতৰ অভিযোগ কৰিছে।

ৰাহুল গান্ধীক আক্ৰমণ কৰি কৰ্ণাটক বিজপিয়ে কয়, ‘‘শিক্ষাক সাম্প্ৰদায়িককৰণ কৰি কংগ্ৰেছৰ সহ স্বত্বাধিকাৰী ৰাহুল গান্ধীয়ে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে যে ভাৰতৰ ভৱিষ্যৎ অতি বিপদজ্জনক। যদি শিক্ষাৰ বাবে হিজাব পৰিধান কৰাটো ইমানেই গুৰুত্বপূ্ৰ্ণ তেনে কংগ্ৰেছ শাসিত ৰাজ্যসমূহত ইয়াক বাধ্যতামূলক নকৰে কিয়?’’

উল্লেখ্য যে কৰ্ণাটকৰ উদুপীৰ কুণ্ডাপুৰৰ ভাণ্ডাকাৰছ আৰ্ট এণ্ড চাইন্স ডিগ্ৰী কলেজৰ ৪০ গৰাকী ইছলামন ধৰ্মাৱলম্বী শিক্ষাৰ্থীয়ে সৰস্বতী পূজাত হিজাব পৰিধান কৰিবলৈ কলেজ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছিল৷

ছাত্ৰীসকলে কলেজৰ গেটৰ সন্মুখত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি শুকুৰবাৰে শ্ৰেণীকক্ষৰ পৰাও বিতাৰিত হৈছিল৷

ইয়াৰ পিছতে সমগ্ৰ বিষয়টোৱে দেশৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইছলাম ধৰ্মাৱলম্বী ছাত্ৰীৰ হিজাব পৰিধানৰ সমৰ্থনত নিজৰ মতামত অতি শক্তিশালীভাৱে ব্যক্ত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalhijab rowkarnatakarahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
স্বাস্থ্যৰ দ্ৰুত অৱনতি; ICUত সংকটজনক অৱস্থাত লতা মংগেশকাৰ

স্বাস্থ্যৰ দ্ৰুত অৱনতি; ICUত সংকটজনক অৱস্থাত লতা মংগেশকাৰ

যুদ্ধ অৱশ্যম্ভাৱী! : ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নে ইউক্ৰেইন?

যুদ্ধ অৱশ্যম্ভাৱী! : ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নে ইউক্ৰেইন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.