আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫সংখ্যক তিৰোভাৱ তিথি। ভক্তিৰসেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। কোভিড প্ৰট’কল মানি তিৰোভাৱ তিথিৰ আয়োজন।