• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

11 months ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

17 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

18 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

18 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

19 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

20 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

20 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

21 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

23 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

23 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

24 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

1 day ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

editor by editor
February 21, 2025
in জীৱনশৈলী
0
৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালিত হয় মহাশিৱৰাত্ৰি৷ এই বছৰ মহাশিৱৰাত্ৰি পৰিছে ২৬ ফেব্ৰুৱাৰীত৷ পুৰাণ অনুসৰি ধাৰণা কৰা হয় এই দিনটোতেই বিবাহ বন্ধনত আৱদ্ধ হৈছিল মহাদেৱ আৰু পাৰ্বতী৷ মহাদেৱৰ আৰাধনা কৰাৰ বাবে সমগ্ৰ বছৰৰ ভিতৰত মহাশিৱৰাত্ৰি সকলোতকৈ গুৰুত্বপূৰ্ণ দিন৷ সেয়ে শিৱভক্তসকলে এই দিনটোত উপবাসে থাকি বা নিশা জাগি থাকি শিৱপূজা কৰে৷

মহাশিৱৰাত্ৰিৰ শুভ যোগ

জ্যোতিষ গণনা অনুসৰি এই বছৰ মহাশিৱৰাত্ৰিত অত্যন্ত শুভ যোগ পৰিছে৷ মহাশিৱৰাত্ৰিত থাকিব ধনিষ্ঠা নক্ষত্ৰ, পৰিঘ যোগ, শকুনি কৰণ আৰু সেই সময়ত চন্দ্ৰইয়ো গোচৰ কৰিব মকৰ ৰাশিত৷ ৬০ বছৰৰ পাছত মহাশিৱৰাত্ৰিত এই শুভ যোগ পৰিছে৷ জ্যোতিষবিদে জনাইছে যে মহাশিৱৰাত্ৰিত এই শুভ যোগৰ প্ৰভাৱত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব তিনি ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক মহাশিৱৰাত্ৰিত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মহাশিৱৰাত্ৰিৰ শুভ যোগ

জ্যোতিষ গণনা অনুসৰি এই বছৰ মহাশিৱৰাত্ৰিত অত্যন্ত শুভ যোগ পৰিছে৷ মহাশিৱৰাত্ৰিত থাকিব ধনিষ্ঠা নক্ষত্ৰ, পৰিঘ যোগ, শকুনি কৰণ আৰু সেই সময়তেই চন্দ্ৰই গোচৰ কৰিব মকৰ ৰাশিত৷ ৬০ বছৰৰ পাছত মহাশিৱৰাত্ৰিত এইসমূহ শুভ যোগ পৰিছে৷ জ্যোতিষবিদে জনাইছে যে মহাশিৱৰাত্ৰিত এইসমূহ যোগৰ প্ৰভাৱত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব তিনি ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক মহাশিৱৰাত্ৰিত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

বৈদিক জ্যোতিষৰ হিচাপত মহাশিৱৰাত্ৰি শুভ ফলদায়ী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ মহাশিৱৰাত্ৰীৰ পৰাই সোনালী সময় আৰম্ভ হ’ব মেষৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ টকা পইছা আপোনাৰ হাতলৈ আহিব আৰু নিজৰ খৰচো আপুনি হিচাপত কৰিব৷ ইয়াৰোপৰি এই সময়ত পছন্দমতে চাকৰি পাব পাৰে মেষ ৰাশিৰ জাতকে৷ অফিচত আপোনাৰ কামত প্ৰশংসা পাব আৰু সমাজত প্ৰতিপত্তি বাঢ়িব৷

মিথুন ৰাশি

মহাশিৱৰাত্ৰিৰ পৰা ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি বেছ মজবুত হ’ব৷ আৰ্থিক ভাৱেই সৌভাগ্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ প্ৰেমত মাধুৰ্য বাঢ়িব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ অফিচত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ত লাভ বাঢ়িব আৰু পিতৃ মাতৃক নিজৰ কাষত পাব৷ এই সময়ত আপোনাৰ মনত সুখ ভৰপুৰ থাকিব৷

সিংহ ৰাশি

মহাশিৱৰাত্ৰিৰ পৰা প্ৰচুৰ সুখ সৌভাগ্য থাকিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত কোনো আৰ্থিক প্ৰকল্পত বিনিয়োগ কৰি বৃহৎ মুনাফা লাভ কৰিব পাৰিব আপুনি৷ স্বাস্থ্য ভালে থাকিব৷ দীৰ্ঘদিনৰ কোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ কৰোবাত পাবলগীয়া টকা উভতাই পাব৷ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷ মাটি সংক্ৰান্তিয় কামত সাফল্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ
জীৱনশৈলী

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

January 14, 2026
Next Post
২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.