• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱীপক্ষ আৰম্ভণিৰ পূৰ্বে এইকেইটা কাম কৰিবই! ৫৯ বছৰ পিছত মহালয়াত শুভ যোগ…

দেৱীপক্ষ আৰম্ভণিৰ পূৰ্বে এইকেইটা কাম কৰিবই! ৫৯ বছৰ পিছত মহালয়াত শুভ যোগ…

4 years ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

10 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

52 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

1 hour ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দেৱীপক্ষ আৰম্ভণিৰ পূৰ্বে এইকেইটা কাম কৰিবই! ৫৯ বছৰ পিছত মহালয়াত শুভ যোগ…

editor by editor
September 24, 2022
in অসম, গুৱাহাটী, বিবিধ
0
দেৱীপক্ষ আৰম্ভণিৰ পূৰ্বে এইকেইটা কাম কৰিবই! ৫৯ বছৰ পিছত মহালয়াত শুভ যোগ…
0
SHARES
60.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চণ্ডীপাঠেৰে কাইলৈ মৰ্ত্যলৈ আহিব দেৱী। ২৫ চেপ্টেম্বৰ অৰ্থাৎ কাইলৈ মহালয়া। মহালয়াৰ পৰাই আৰম্ভ হয় দেৱী বন্দনা। এই বৰ্ষৰ মহালয়া কিছু ব্যতিক্ৰম। কিয়নো ৫৯ বছৰৰ পিছত এইবাৰ মহালয়াত এক শুভ যোগ পৰিছে। মহালয়াত মৰ্ত্যলৈ কেৱল দেৱীৰেই আগমন হয় এনে নহয় এই দিনটোক পিতৃ-তৰ্পণৰ দিন হিচাপেও পালন কৰা হয়।

শাস্ত্ৰ অনুসৰি এই দিনটোত পৰলোকলৈ গতি কৰা সকলো আত্মা মৰ্ত্যলৈ আহে। মৰ্ত্যলৈ অহাৰ সময়ত পূৰ্বপুৰুষক সন্তুষ্ট কৰাবৰ বাবে তেওঁলোকক উদ্দেশ্যি খাদ্য-জল অৰ্পণ কৰা হয়। এই পৰম্পৰা কেতিয়াৰে পৰা আৰম্ভ হৈছিল সঠিককৈ জনা নাযায় যদিও ৰামায়ণ, মহাভাৰততো এই পৰম্পৰাৰ কথা উল্লেখ আছে। ৰামায়ণত উল্লেখ থকা অনুযায়ী ৰাৱনৰ পৰা লংকা উদ্ধাৰৰ বাবে হোৱা যুদ্ধৰ আগমুহূৰ্তত ৰামে দূৰ্গোৎসৱ পালন কৰিছিল। ৰামায়ণত উল্লেখ থকা অনুসৰি বসন্ত কালতহে দুৰ্গোৎসৱ পতা হয়। ৰামে পতা এই দূৰ্গোৎসৱক অকাল বোধন বুলিও কোৱা হয়। এই পূজাৰ প্ৰাৰম্ভিক কালত ৰামে সনাতন ধৰ্ম অনুসৰি পূৰ্বপুৰুষক উদ্দেশ্যি অঞ্জলি দিছিল। তেতিয়াৰে পৰাই দূৰ্গোৎসৱৰ পূ্‌ৰ্বে মহালয়াৰ দিনটোত পূৰ্বপুৰুষলৈ জল-অৰ্পণৰ নিয়ম পালন কৰি অহা হৈছে।

মহাভাৰততো মহালয়া আৰু পিতৃ-তৰ্পণৰ কথা উল্লেখ আছে। মহাভাৰতত উল্লেখ থকা অনুযায়ী কৰ্ণই পৰলোকলৈ গতি কৰাৰ পিছতেই কৰ্ণক খাদ্য হিচাপে সোণ, ৰত্ন আদি দিয়া হৈছিল। এনেদৰে খাদ্যত সোণ, ৰত্ন দিয়াত কৰ্ণই হতবাক হৈ স্বৰ্গৰাজ ইন্দ্ৰক এই সন্দৰ্ভত প্ৰশ্ন কৰে। ইন্দ্ৰই কৰ্ণৰ প্ৰশ্নৰ উত্তৰত ক’লে, ‘তুমি জীৱিত কালত সদায়ে দানেই কৰি আহিছা। সোণ, ৰত্ন সম্পদ সকলো দান কৰিছা কিন্তু প্ৰয়াত পূৰ্বপুৰুষক উদ্দেশ্যি কোনো খাদ্য কাহানিও অৰ্পণ কৰা নাই। কোনো পানীয় বা খোৱা খাদ্য অৰ্পণ কৰা নাই সেইবাবেই তোমাক স্বৰ্গতো খাদ্য হিচাপে সোণ, ৰত্ন দিয়া হৈছে।’ কৰ্ণই ইন্দ্ৰৰ উত্তৰত ক’লে যে তেওঁ অবিবাহিত আছিল। সেয়ে ইচ্ছা কৰিয়েই পূৰ্বপুৰুষক খাদ্য পানীয় অৰ্পণ কৰা নাছিল। ইন্দ্ৰই কৰ্ণৰ এই উত্তৰৰ পিছতেই কৰ্ণক পুনৰ মৰ্ত্যলৈ ১৬ দিনৰ বাবে যাবলৈ অনুমতি দিয়ে। এই ১৬ দিনৰ ভিতৰতেই কৰ্ণই তেওঁৰ পূৰ্বপুৰুষলৈ খাদ্য-পানীয় অৰ্পণ কৰি পুনৰ স্বৰ্গলৈ উভতি যায়। কৰ্ণই মৰ্ত্যলৈ উভতি অহাৰ দিনটোকেই শাস্ত্ৰত পিতৃপক্ষ নামেৰে উল্লেখ থকা বুলি একাংশই ক’ব খোজে।

পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো দেৱীপক্ষ আৰম্ভৰ পূৰ্বেই অঞ্জলি-অৰ্পণৰ বাবে গংগালৈ ৰাওনা হৈছে বহুলোক। দেৱীক আৰাধনা কৰাৰ পূৰ্বেই পূৰ্বপুৰুষক সন্তুষ্ট কৰিলেহে দেৱী পূজা সাৰ্থক হয় বুলি বহুলোকেই বিশ্বাস কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
Next Post
দেশত আৰম্ভ ‘মেঘচক্ৰ অভিযান’… সাৱধান অসমতো চলিব অভিযান!

দেশত আৰম্ভ 'মেঘচক্ৰ অভিযান’... সাৱধান অসমতো চলিব অভিযান!

মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী… দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী... দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.