• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত আৰম্ভ ‘মেঘচক্ৰ অভিযান’… সাৱধান অসমতো চলিব অভিযান!

দেশত আৰম্ভ ‘মেঘচক্ৰ অভিযান’… সাৱধান অসমতো চলিব অভিযান!

4 years ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

23 minutes ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

1 hour ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

2 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

2 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

3 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

4 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

5 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

6 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

6 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

24 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

1 day ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দেশত আৰম্ভ ‘মেঘচক্ৰ অভিযান’… সাৱধান অসমতো চলিব অভিযান!

editor by editor
September 24, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
দেশত আৰম্ভ ‘মেঘচক্ৰ অভিযান’… সাৱধান অসমতো চলিব অভিযান!
0
SHARES
947
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত দিনকদিনে বাঢ়িছে শিশু পৰ্ণগ্ৰাফীৰ প্ৰসাৰ। এই প্ৰসাৰ দূৰীকৰণৰ বাবে চেষ্টা চলাই থকা হৈছে যদিও সম্পূৰ্ণৰূপে দূৰীকৰণ এতিয়াও সম্ভৱ হৈ উঠা নাই। শেহতীয়াভাৱে এই দৌৰাত্ম ৰোধৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে CBI-য়ে। দেশত  ‘মেঘচক্ৰ অভিযান’ নামেৰে অভিযান আৰম্ভ কৰিছে CBI-এ। মেঘচক্ৰ অভিযানত দেশৰ ২০খন ৰাজ্যৰ ৫৬ টা স্থানত অভিযান আৰম্ভ কৰিছে CBI-এ।

বিগত কিছু সপ্তাহত চলোৱা এক সমীক্ষাৰ ভিত্তিতেই এই অভিযান আৰম্ভ কৰিছে CBI-এ। চাইবাৰ নেটৱৰ্কিং চাইটযোগে চলোৱা সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি একাধিক মোবাইলত শিশু পৰ্ণগ্ৰাফী ডাউনলোড হোৱাৰ তথ্য পোহৰলৈ আহিছে। কেৱল ডাউনলোড কৰাই নহয় এনে ভিডিঅ’ কম্পিউটাৰ যোগে এজনৰ পৰা আনজনলৈ আদান প্ৰদানো কৰা বুলি CBI-এ তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে ।

ছিংগাপুৰ, নিউজিলেণ্ডত চলোৱা ইণ্টাৰপুলৰ ভিত্তিত অভিযান আৰম্ভ কৰা CBI-এ দেশত শিশু সৰবৰাহকাৰী চক্ৰইয়ো বাহৰ পতাৰ কথা উল্লেখ কৰিছে।  ইপিনে সামাজিক মাধ্যমতো দিনকদিনে বৃদ্ধি পাইছে শিশু পৰ্ণগ্ৰাফীৰ প্ৰচাৰ। ফেচবুক, টুইটাৰ, ইউটিউবকে ধৰি ৬ সামাজিক মাধ্যমত পর্ণগ্ৰাফীৰ প্ৰসাৰ বৃদ্ধিকলৈ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল এটা সংস্থাই। সংস্থাৰ গোচৰৰ পিছতেই ১৯ চেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে এই ৬ সামাজিক মাধ্যমৰ স্বত্বাধিকাৰীলৈ জৱাব দিবলৈ জাননী প্ৰেৰণ কৰিছে।

উল্লেখ্য যে পূৰ্বেও দেশৰ ১৪ ৰাজ্যত CBI-য়ে পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে অভিযান চলাইছিল। এই অভিযানকালত শিশু পৰ্ণগ্ৰাফী প্ৰচাৰত জড়িত ৫০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

২০১৯ চনত CBI-এ পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে অভিযান চলাবলৈ এই বিশেষ টিম তৈয়াৰ কৰিছিল। চাইবাৰ নেটৱৰ্কিং চাইটযোগে প্ৰত্যেকসময়তেই নজৰ ৰাখে এই টিমটোৱে। জাতীয় শিশু অধিকাৰ সংৰক্ষণ কমিছনে ইণ্টাৰনেট শিশু পৰ্ণগ্ৰাফীক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছতেই CBI-এ এই সন্দৰ্ভত তৎপৰতাৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
Next Post
মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী… দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী... দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা…

অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.