• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা…

অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা…

4 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

3 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

3 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

4 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

5 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

6 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

6 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

7 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

9 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

10 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

11 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা…

editor by editor
September 25, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, শিক্ষা
0
অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা…
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমীয়া ভাষাৰ বিশ্বমুখী যাত্ৰাক কোনে বাধা দিব পাৰে? হেমকোষৰ চৰ্চা ক’ত নহয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি সম্বোধন কৰা ‘মন কি বাত’ত শুনা গ’ল হেমকোষৰ প্ৰসংগ। অসমত চলা শৈক্ষিক আন্দোলনৰ প্ৰশংসা কৰাৰ প্ৰাৰম্ভিকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে হেমকোষৰ কথা উল্লেখ কৰে। অসমীয়া সাহিত্য তথা সমাজ জীৱনকৈ হেমকোষৰ অবদানৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসমত হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা শিক্ষাৰ উত্তৰণমুখী এই যাত্ৰা প্ৰশংসনীয়।

কিছুদিনপূৰ্বেই জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীগৰাকীৰ হাতত তুলি দিছিল হেমকোষ। সেই ছবিয়ে অসমত চৰ্চাও লাভ কৰিছিল। তাৰ পিছতেই দেওবাৰে ‘মন কি বাত’ ত হেমকোষৰ নতুন সংস্কৰণ, দৃষ্টিহীন লোকে পঢ়িব পৰাকৈ ব্ৰেইলী লিপিৰ নতুন হেমকোষৰ কথাও উল্লেখ কৰে। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশিষ্ট সাহিত্যিক হেমচন্দ্ৰ বৰুৱাৰ হেমকোষে নতুন সংস্কৰণ লাভ কৰিব। ব্ৰেইলী সংস্কৰণৰ কথাই মোক নথৈ আনন্দিত কৰিছে। এইয়া সমাজ জীৱনলৈ ডাঙৰ অবদান। ইয়াৰ বাবে জয়ন্ত বৰুৱা নিশ্চয় ধন্যবাদৰ পাত্ৰ।’

দীনদয়াল উপাধ্যায়ৰ জন্মদিনৰ সৈতে সংগতি ৰাখি দেশবাসীক উদ্দেশ্যি দিয়া ‘মন কি বাতত’ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক শ্ৰদ্ধা জনোৱাৰ উপৰিও অসমত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ভাল কাম হ’ব। শিক্ষাৰ লগতে সমাজ জীৱনৰ উত্তৰণৰ বাবে এইখন চৰকাৰে বহু ভাল কাম কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.