• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, ঘৰৰ বাহিৰত শুই আছিল পৰিয়াল, তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক দেৱাল ভাঙি বাগৰি ৮ নিহত

অতিকে শোকাৱহ, ঘৰৰ বাহিৰত শুই আছিল পৰিয়াল, তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক দেৱাল ভাঙি বাগৰি ৮ নিহত

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

9 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

9 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

11 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

12 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

13 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

14 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, ঘৰৰ বাহিৰত শুই আছিল পৰিয়াল, তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক দেৱাল ভাঙি বাগৰি ৮ নিহত

editor by editor
June 12, 2024
in বিবিধ, ভাৰত
0
অতিকে শোকাৱহ, ঘৰৰ বাহিৰত শুই আছিল পৰিয়াল, তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক দেৱাল ভাঙি বাগৰি ৮ নিহত
0
SHARES
488
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, ঘৰৰ বাহিৰত শুই আছিল পৰিয়াল, তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক দেৱাল ভাঙি বাগৰি ৮ নিহত

পুৱাই এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। গৰমৰ বাবে ঘৰৰ বাহিৰত শুই আছিল এটা পৰিয়াল। পাছে নিয়তিয়ে ভাগ্যত লিখি থৈছে অন্য এক কাহিনী। শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱালে পৰিয়ালটোৰ ৮জনকৈ লোকে।

এখন তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক পৰিয়ালটোৰ ওপৰত বাগৰি পৰাত ঠাইতে নিহয় হয় পৰিয়ালটোৰ ৮ জনকৈ লোক। যি ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

উত্তৰ প্ৰদেশৰ হৰদয় জিলাত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই বৃহৎ পথ দুৰ্ঘটনাটো। মাল্লাৱান থানা এলেকাত ৰাজপথৰ কাষতে থকা এঘৰ লোকে ঘৰৰ বাহিৰত শুই থকা অৱস্থাত তেঁওলোকৰ ওপৰত বালিৰে ভৰা এখন ট্ৰাক উলটি যায়। এই মৰ্মান্তিক দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী ছোৱালী আহত হয়।

ঘটনাৰ বিষয়ে জানিব পৰা লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। জেচিবি আৰু হাইড্ৰাৰ সহায়ত আৰক্ষীয়ে ট্ৰাকৰ তলত বালিত পোত খাই থকা মৃতদেহবোৰ উলিয়াই আনে।

নিশা আনন্দৰে একেলগে খাই বৈ ঘৰৰ বাহিৰত শুই পৰিছিল পৰিয়ালটো। হঠাৎ গভীৰ নিশা অতিমাত্ৰা বোজাই কৰা বালিৰে ভৰা এখন ট্ৰাক নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ঘৰৰ বাহিৰত পথৰ দাঁতিত শুই থকা পৰিয়ালটোৰ ওপৰত বাগৰি পৰে। যাৰ ফলত একেটা পৰিয়ালৰ আঠজন লোকৰ মৃত্যু হয়। বৰ্তমানে প্ৰাণ ৰক্ষা পৰা কন্যা শিশুটি চিকিৎসকৰ তত্বাবধানত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentroad accidenttruck accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
আজি দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ, এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ’ব এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা

আজি দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল'ব শপত গ্ৰহণ, এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ'ব এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা

ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.