• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ দ্বিতীয় বিয়াত সুখী মালাইকা! দিলে দামী উপহাৰ…

স্বামীৰ দ্বিতীয় বিয়াত সুখী মালাইকা! দিলে দামী উপহাৰ…

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

স্বামীৰ দ্বিতীয় বিয়াত সুখী মালাইকা! দিলে দামী উপহাৰ…

মালাইকাই প্ৰায় ৮লাখ টকাৰ এডাল হীৰাৰ চেইন উপহাৰ হিচাপে দিছে

editor by editor
December 28, 2023
in বিনোদন
0
স্বামীৰ দ্বিতীয় বিয়াত সুখী মালাইকা! দিলে দামী উপহাৰ…
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মলাইকাৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ পাছতে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা চলমানৰ ভাতৃ আৰবাজ খানক লৈ চৰ্চা অব্যাহত আছে। ৰবীনা টেণ্ডনৰ মেকআপ আৰ্টিষ্ট চুৰা খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা আৰবাজ খানে ইতিমধ্যে বিয়াৰ সকলো ফটো ৰাজহুৱা কৰিছে। বিয়া হৈ যোৱাৰ পাছতে এতিয়া আন এক বিষয় পুনৰ চৰ্চালৈ আহিছে।  সেয়া হ’ল, আৰবাজৰ বিয়াত প্ৰথমা পত্নী মলাইকা আৰোৰাই দিয়া উপহাৰ।

আৰবাজৰ বিয়াৰ দিনা নিজে উপস্থিত নাথাকিলেও পুত্ৰৰ হাতত আৰবাজলৈ উপহাৰ পঠাইছিল মলাইকাই। পূৰ্বৰ স্বামীৰ নতুন পত্নীলৈ মালাইকাই প্ৰায় ৮লাখ টকাৰ এডাল হীৰাৰ চেইন উপহাৰ হিচাপে পঠাই দিছিল। অৱশ্যে মলাইকাই আৰবাজ খানলৈ কোনো বিশেষ উপহাৰ নপঠালেও তেওঁৰ পত্নী চুৰা খানৰ বাবে এই বিশেষ উপহাৰটিৱে বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, আৰবাজ খানৰ বিয়াত ভাতৃ চলমান খানেও এটা বিশেষ উপহাৰ দিছে। দুয়ো নৱ দম্পত্তীক এটা ফ্লেট চলমান খানে উপহাৰ দিয়া বুলি চৰ্চিত হৈছে। ইফালে বিয়াত সমবেত হোৱা বহু ঘনিষ্ঠ বন্ধুয়েও দামী-দামী উপহাৰ দিছে আৰবাজক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা
জীৱনশৈলী

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

January 26, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
পুৰণা বিজেপিৰ সদস্যসকল লাঞ্চিত হৈ বহি আছে ঘৰতে…

পুৰণা বিজেপিৰ সদস্যসকল লাঞ্চিত হৈ বহি আছে ঘৰতে...

সেইবাবেই তেওঁ বাদশ্বাহঃ শ্বাহৰুখৰ ৩খন ছবিয়ে উপাৰ্জন কৰিলে ২৫শ কোটি…

সেইবাবেই তেওঁ বাদশ্বাহঃ শ্বাহৰুখৰ ৩খন ছবিয়ে উপাৰ্জন কৰিলে ২৫শ কোটি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.