মই মুখ্য সচিবক এৰি দিব নোৱাৰোঁ আৰু এৰি নিদিওঁ, প্ৰধানমন্ত্ৰীক পত্ৰযোগে জনাই দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতাই। কলকাতাতে ৰৈ গ’ল মুখ্য সচিব আলাপন বন্দোপধ্যায়।