• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

3 years ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

11 minutes ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

1 hour ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

1 hour ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

3 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

3 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

4 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

4 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

6 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

6 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

7 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

7 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

editor by editor
April 13, 2023
in জীৱনশৈলী, বিশ্ব
0
চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…
0
SHARES
23.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিমান সময় সংগম কৰিব পাৰিব? বান্ধৱীৰ সৈতে বাজি ধৰিছিল এজন যুৱকে। নিজৰ ক্ষমতাক লৈ যথেষ্ট বিশ্বাসীও আছিল যুৱকজন। এই আত্মবিশ্বাসেই বিপদ মাতি আনিলে যুৱকজনলৈ। যুৱতীগৰাকীয়ে দিয়া চেলেঞ্জ গ্ৰহণ কৰিয়েই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল যুৱকজন। যৌনসুখেই মৃত্যুৰ কাৰণ হৈ পৰিল যুৱকজনৰ। ঘটনাটো ৰাছিয়াৰ। যুৱকজনৰ নাম ছাৰ্জাৰি তুগানভ।

২৮ বছৰ বয়সীয়া তুগনাভ মস্কোৰ বাসিন্দা আছিল। ২০০৯ চনত তুগনাভৰ আকস্মিক মৃত্যুৰ খবৰে শিৰোনামো দখল কৰিছিল। তুগনাভ পেছাত এগৰাকী মেকানিক আছিল। দুই বান্ধৱীৰ সৈতে তেওঁ এটা চেলেঞ্জ কৰাই জীৱনৰ শেষ দিন হ’ল তেঁওৰ বাবে। চেলেঞ্জ কৰি ১২ ঘণ্টা সময় একেলগে সংগমত লিপ্ত হয় তুগনাভ। ১২ ঘণ্টা সংগমৰ বাবে তুগনাভক ৩ লাখ টকা দিয়া হ’ব বুলি বাজিও ৰাখিছিল। যদি হাৰি যায় তেন্তে তুগনাভে যুৱতীক সেই ধন দিব লাগিব।

সংগমৰ বাবে ক্ষমতা ধৰি ৰাখিবলৈ তুগনাভে ভায়েগ্ৰাও লৈছিল। ৰাছিয়াৰ যুৱকজনে এই চেলেঞ্জ কৰিবলৈ গৈ এটা দুটা নহয় এবটল ভায়েগ্ৰা পিল লৈছিল। ভায়েগ্ৰা খাই যুৱকজনে জয়লাভ কৰিবলৈ সক্ষম হয়। ১২ ঘণ্টা ধৰি বান্ধৱীৰ সৈতে সংগম কৰিছিল যুৱকজনে। ১২ঘণ্টা সংগমৰ অন্তত যুৱকজন অসুস্থ হৈ পৰে। তেওঁ হৃদৰোগত আক্ৰান্ত হৈ পৰে। যুৱকজনক লগে লগে হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও বাটতেই যুৱকৰ মৃত্যু হয়।

মৃত্যুৰ কাৰণ কি বুলি ক’লে চিকিৎসকে। চিকিৎসকে কোৱা অনুসৰি অতিৰিক্ত ভায়েগ্ৰা খোৱাৰ বাবেই যুৱকৰ মৃত্যু হৈছে। এনিশাতেই বেছি পৰিমানে যৌন শক্তিবৰ্ধক ঔষধ খোৱা অনুচিত বুলিও জনাইছে চিকিৎসকে। ইপিনে মদ্যপান কৰিলে এইধৰণৰ ঔষধ খালে বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
Next Post
তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

ক্লিভেজ ওলোৱা পোছাক পিন্ধি আহিলে শ্বুটিঙত সোমাব নোৱাৰিব! ছলমানে ‘কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙত জাৰি কৰা ফতোৱাক লৈ মুখ খুলিলে পালক তিৱাৰীয়ে…

ক্লিভেজ ওলোৱা পোছাক পিন্ধি আহিলে শ্বুটিঙত সোমাব নোৱাৰিব! ছলমানে 'কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙত জাৰি কৰা ফতোৱাক লৈ মুখ খুলিলে পালক তিৱাৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.