• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

3 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

23 minutes ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

35 minutes ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

1 hour ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

1 hour ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

2 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

4 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

5 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

6 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

7 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

7 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

editor by editor
April 13, 2023
in জীৱনশৈলী, বিশ্ব
0
চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…
0
SHARES
23.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিমান সময় সংগম কৰিব পাৰিব? বান্ধৱীৰ সৈতে বাজি ধৰিছিল এজন যুৱকে। নিজৰ ক্ষমতাক লৈ যথেষ্ট বিশ্বাসীও আছিল যুৱকজন। এই আত্মবিশ্বাসেই বিপদ মাতি আনিলে যুৱকজনলৈ। যুৱতীগৰাকীয়ে দিয়া চেলেঞ্জ গ্ৰহণ কৰিয়েই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল যুৱকজন। যৌনসুখেই মৃত্যুৰ কাৰণ হৈ পৰিল যুৱকজনৰ। ঘটনাটো ৰাছিয়াৰ। যুৱকজনৰ নাম ছাৰ্জাৰি তুগানভ।

২৮ বছৰ বয়সীয়া তুগনাভ মস্কোৰ বাসিন্দা আছিল। ২০০৯ চনত তুগনাভৰ আকস্মিক মৃত্যুৰ খবৰে শিৰোনামো দখল কৰিছিল। তুগনাভ পেছাত এগৰাকী মেকানিক আছিল। দুই বান্ধৱীৰ সৈতে তেওঁ এটা চেলেঞ্জ কৰাই জীৱনৰ শেষ দিন হ’ল তেঁওৰ বাবে। চেলেঞ্জ কৰি ১২ ঘণ্টা সময় একেলগে সংগমত লিপ্ত হয় তুগনাভ। ১২ ঘণ্টা সংগমৰ বাবে তুগনাভক ৩ লাখ টকা দিয়া হ’ব বুলি বাজিও ৰাখিছিল। যদি হাৰি যায় তেন্তে তুগনাভে যুৱতীক সেই ধন দিব লাগিব।

সংগমৰ বাবে ক্ষমতা ধৰি ৰাখিবলৈ তুগনাভে ভায়েগ্ৰাও লৈছিল। ৰাছিয়াৰ যুৱকজনে এই চেলেঞ্জ কৰিবলৈ গৈ এটা দুটা নহয় এবটল ভায়েগ্ৰা পিল লৈছিল। ভায়েগ্ৰা খাই যুৱকজনে জয়লাভ কৰিবলৈ সক্ষম হয়। ১২ ঘণ্টা ধৰি বান্ধৱীৰ সৈতে সংগম কৰিছিল যুৱকজনে। ১২ঘণ্টা সংগমৰ অন্তত যুৱকজন অসুস্থ হৈ পৰে। তেওঁ হৃদৰোগত আক্ৰান্ত হৈ পৰে। যুৱকজনক লগে লগে হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও বাটতেই যুৱকৰ মৃত্যু হয়।

মৃত্যুৰ কাৰণ কি বুলি ক’লে চিকিৎসকে। চিকিৎসকে কোৱা অনুসৰি অতিৰিক্ত ভায়েগ্ৰা খোৱাৰ বাবেই যুৱকৰ মৃত্যু হৈছে। এনিশাতেই বেছি পৰিমানে যৌন শক্তিবৰ্ধক ঔষধ খোৱা অনুচিত বুলিও জনাইছে চিকিৎসকে। ইপিনে মদ্যপান কৰিলে এইধৰণৰ ঔষধ খালে বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
Next Post
তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

ক্লিভেজ ওলোৱা পোছাক পিন্ধি আহিলে শ্বুটিঙত সোমাব নোৱাৰিব! ছলমানে ‘কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙত জাৰি কৰা ফতোৱাক লৈ মুখ খুলিলে পালক তিৱাৰীয়ে…

ক্লিভেজ ওলোৱা পোছাক পিন্ধি আহিলে শ্বুটিঙত সোমাব নোৱাৰিব! ছলমানে 'কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙত জাৰি কৰা ফতোৱাক লৈ মুখ খুলিলে পালক তিৱাৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.