• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

4 years ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

15 minutes ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

37 minutes ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

1 hour ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

1 hour ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

2 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

3 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

3 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

4 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

5 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

6 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

7 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

editor by editor
May 13, 2022
in বিবিধ, বিশ্ব
0
২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধু কথা আৰু ৰজা-মহাৰজা কাহিনীত চাগে শুনিছিল যে ৰজা-মহাৰজাই বহু সুন্দৰীৰ যুৱতীক বিয়া কৰায়৷ অৰ্থাৎ ডজনে ডজনে ৰাণীৰ লগত ৰজাৰ বিয়া হোৱাৰ কাহিনী আমি শুনি আহিছো৷

অৱশ্যে একবিংশ শতিকাত ইমানবোৰ পত্নী থকা কথা আমি খুব কমেই শুইনিছো৷ কিন্তু আজি আমি এনে এজন স্বামীৰ কথা ক’ব খুজিছো যিগৰাকীয়ে তাহানিৰ ৰজা-মহাৰজাকো হেলাৰঙে চেৰ পেলাইছে৷

লোকজনে এক ডজন বা দুই ডজন নহয়, তিনি ডজনৰো অধিক স্ত্ৰীক বিয়া কৰাইছে৷ লোকজনে আজিৰ কেইমাহমানৰ পূৰ্বে জীৱনৰ ৩৭ সংখ্যক বিয়াখন পাতিছে৷

লগতে পঢ়ক কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

লোকজনৰ এই ৩৭ সংখ্যক বিবাহখনত তেওঁৰ ২৮ গৰাকী পত্নী, ৩৫ গৰাকী সন্তান আৰু ১২৬ গৰাকী নাতি-নাতিনী উপস্থিত আছিল৷ লোকজনৰ ৩৭ সংখ্যক বিবাহখনৰ এটা ভিডিঅ’ কেইমাহমান পূৰ্বে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

BRAVEST MAN….. LIVING

37th marriage in front of 28 wives, 135 children and 126 grandchildren.👇👇 pic.twitter.com/DGyx4wBkHY

— Rupin Sharma (@rupin1992) June 6, 2021

৪৫ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপটো আইপিএছ বিষয়া ৰূপিন শৰ্মাই টুইটাৰত শ্বেয়াৰ কৰি কেপচনত লিখিছিল, ‘‘সাহসী মানুহ… ২৮ গৰাকী পত্নী, ১৩৫ গৰাকী সন্তান আৰু ১২৬ গৰাকী নাতি-নাতিনীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ সম্পন্ন।’’

কেতিয়া আৰু ক’ত ভিডিঅ’টো শ্বুট কৰা হৈছিল বা বিয়াখন কোনদিনা অনুষ্ঠিত হৈছিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।

লগতে পঢ়ক বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা 

কিন্তু ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰয়া প্ৰকাশ কৰিছিল৷

এজন ব্যৱহাৰকাৰীয়ে কয়, ‘‘কি যে ভাগ্য, আমাৰ এজনীকে চম্ভালাটো টান কাম৷’’ আন এজনে লিখিছে, ‘‘এতিয়ালৈকে এখন বিয়া পাতিবলৈকে সাহস হোৱা নাই, এওঁৰ আকৌ ৩৭ নম্বৰ, ৱাউ৷’’ আন এজনে প্ৰকাশ কৰিলে, ‘‘কোনোবা ছিংগলে দেখিলে জ্বলি পুৰি মৰি যাব।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বে টাইৱানৰ এজন লোকে বৰ্ধিত দৰমহাযুক্ত ছুটীৰ লোভত একেগৰাকী মহিলাক চাৰিবাৰকৈ বিয়া কৰাই ৩৭ দিনৰ ভিতৰত তিনিবাৰকৈ বিবাহ বিচ্ছেদো কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
Next Post
ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.