• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

4 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

23 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

45 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

1 hour ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

2 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

7 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

7 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

editor by editor
May 13, 2022
in বিবিধ, ভাৰত
0
পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা ভিডিঅ’ৱে দেশৰ লগতে সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱাৰ লগতে চৰ্চা লাভ কৰিছে৷ ভাইৰেল ভিডিঅ’টোৱে দেশৰ প্ৰতিগৰাকীৰ মাতৃ আৰু সন্তানৰ অন্তৰ চুই গৈছে৷

ভিডিঅ’টো দেখা গৈছে যে এখন ইণ্ডিগো বিমানত এগৰাকী যুৱ কো-পাইলটে এগৰাকী মহিলা পাইলটক কাষত লৈ যাত্ৰীসকলক কিবা কৈ আছে৷ প্ৰথমে যুৱ কো-পাইলটজনে এটা ফুলৰ থোপালৈ আগবঢ়াই আহি মহিলা পাইলটগৰাকীৰ হাতত অৰ্পণ কৰে৷

লগতে পঢ়ক বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা

ইয়াৰ পিছতে মাইক্ৰ’ফোনটো হাতত লৈ যুৱ কো-পাইলটগৰাকীয়ে ক’বলৈ আৰম্ভ কৰে ‘‘শুভ সন্ধিয়া, এয়া আপোনালোকৰ আগত মই অমৰ ঠাকুৰ৷ অনুগ্ৰহ কৰি আপোনালোকৰ আগত কিছু কথা ক’ব পাৰো নে! আমি সকলোৱে জানো যে আজিৰ দিনটো এটা বিশেষ দিন৷ আজি দিনটো মাতৃ দিৱস আৰু সকলোৱে মাতৃক শ্ৰদ্ধা কৰে৷ আজিৰ এই শুভদিনটোতে ময়ো মোৰ মাক এটা সৰু উপহাৰ দিব খুজো৷’’

এইখিনিলৈকে ভিডিঅ’টো বিশেষ বিশেষত্ব নাছিল৷ কিন্তু কো-পাইলট অমৰ ঠাকুৰে ভিডিঅ’টোত কয় যে পাইলটগৰাকী তেওঁৰ মাতৃ৷ এতিয়া ভাল লগা কথাটো হ’ল, ইণ্ডিগোৰ উক্ত বিমানখনত পাইলটগৰাকীৰ হৈছে অমৰ ঠাকুৰৰ মাতৃ আৰু তেওঁৰ মাতৃক প্ৰথমবাৰলৈ বিমান উৰণত সহযোগ কৰে তাকো মাতৃ দিৱসৰ দিনাই৷

লগতে পঢ়ক দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?

অমৰ মতে তেওঁৰ ২৫ বছৰীয়া জীৱনটো বিভিন্ন সময়ত মাতৃৰ সৈতে বিমান যাত্ৰা কৰিছে৷ কিন্তু মাতৃ দিৱসৰ দিনাই জীৱনত প্ৰথমবাৰৰ বাবে মাতৃৰ সৈতে সহবৈমানিক হিচাপে সেৱা আগবঢ়াবলৈ গৈ আছে৷

এই সমগ্ৰ দৃশ্যটোৱে বিমান যাত্ৰীসকলকে নহয়, সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত লক্ষ লক্ষ মানুহৰ অন্তৰ চুই গৈছে৷ ইফালে মাতৃয়েও পুত্ৰৰ সাফল্যত অশ্ৰুসিক্ত নয়নেৰে অমৰক সাৱটি ধৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
Next Post
২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.