• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা

বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা

4 years ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

21 minutes ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

1 hour ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

2 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

4 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

4 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

5 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

6 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

7 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

7 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা

editor by editor
May 13, 2022
in ভাৰত, ৰাজনীতি
0
বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে জন্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছে এগৰাকী কাশ্মীৰী পণ্ডিতৰ৷ ৰাহুল ভাট নামৰ এজন চৰকাৰী কৰ্মচাৰীক সন্ত্ৰাসবাদীয়ে জম্মুৰ বুডগামৰ চাদুৰাস্থিত তহচিলদাৰ কাৰ্যালয়ৰ ভিতৰতে গুলীয়াই হত্যা কৰে৷

ৰাহুল ভাটক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছতে শুকুৰবাৰে জম্মুৰ বন্তলাব প্ৰতিবাদত উত্তাল হৈ পৰিছে৷ স্বামী হত্যাৰ বলি হোৱাৰ পিছতে ৰাহুল ভাটৰ পত্নী মীনাক্ষী ভাটে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কাশ্মীৰী পণ্ডিতসকল জম্মু আৰু কাশ্মীৰত দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হৈছে৷

শুকুৰবাৰে পুৱা ভাগতে জম্মুৰ বন্তলাবত ‘ৰাহুল ভাট অমৰ হওক’কে ধৰি কেইবাটাও শ্ল’গানৰ মাজতে কাশ্মীৰী পণ্ডিত ৰাহুল ভাটৰ মৃতদেহ সৎকাৰ কৰা হয়।

 

লগতে পঢ়ক হাই হিল পিন্ধা নাৰীৰ প্ৰতি আকৃষ্ট হয় নেকি পুৰুষ! অধ্যয়নে কি কয়?

ইফালে এই নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি উপত্যকাটোত বসবাস কৰা কাশ্মীৰী পণ্ডিতসকলক সুৰক্ষা প্ৰদানৰ দাবী জনায়। “কাশ্মীৰী পণ্ডিতসকলক এটা অঞ্চলত সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰি কাশ্মীৰৰ সংলগ্ন অঞ্চলসমূহত চাকৰি দিয়া উচিত। গাজৱা-ই-হিন্দক প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰিব বিচৰাসকলে ৰাহুলক হত্যা কৰিছে। এই আক্ৰমণ আৰু নিৰ্যাতন তৎক্ষণাত আৰু চিৰদিনৰ বাবে বন্ধ হ’ব লাগিব।’’ কাশ্মীৰী পণ্ডিতসকলে কয়৷

আনহাতে, হত্যাৰ বলি হোৱা ৰাহুল ভাটৰ পত্নী মীনাক্ষি ভাটে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ মীনাক্ষি ভাটে কয় যে কাশ্মীৰত পণ্ডিতসকল বলি পঠাৰ দৰে হৈ পৰিছে। ২০১০ চনৰ পৰা চাকৰিৰ বাবে যোৱা কাশ্মীৰী পণ্ডিতসকল সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰা বুলিও তেওঁ দাবী কৰে।

মীনাক্ষি ভাটে লগতে কয় যে জিলা উপায়ুক্তক ৰাহুলে কেইবাবাৰো বদলিৰ বাবে অনুৰোধ কৰিছিল যদিও তেওঁৰ অনুৰোধক উপেক্ষা কৰি আহিছিল উপায়ুক্তগকাৰীয়ে৷ উপাযুক্তগৰাকীৰ এই উপেক্ষাৰ বাবেই আজি সন্ত্ৰাসবাদীয়ে ৰাহুল ভাটক হত্যা কৰিবলৈ সুযোগ পালে বুলিও বিস্ফোৰক অভিযোগ কৰিছে মীনাক্ষি ভাটে। মীনাক্ষি ভাটৰ মতে ৰাহুল ভাটক বদলি কৰা হ’লে হত্যাৰ বলি নহ’লহেঁতেন!

 

লগতে পঢ়ক পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

আন এজন স্থানীয় লোক ৰাকেশ ভাটে কয় যে পণ্ডিতসকলক কাশ্মীৰলৈ উভতাই পঠিওয়াৰ পৰিৱৰ্তে জম্মুতে নিৰাপদ শিবিৰত ৰাখিব লাগে। ‘‘ৰাহুলৰ হত্যাকাণ্ডটো এজন আইন পালনকাৰী নাগৰিকক আন এক নিৰ্বাচিত হত্যাকাণ্ড’’ বুলি কৈ এই হত্যাকাণ্ডই উপত্যকাটোৰ আন পণ্ডিত কৰ্মচাৰীসকলক শংকিত কৰি তুলিছে বুলিও প্ৰকাশ কৰিছে৷ তেওঁ লগতে অবিযোগ কৰি কয় যে চৰকাৰে উপত্যকাটোত সন্ত্ৰাসবাদীৰ বাবে পণ্ডিতসকলক বলিৰ পঠা হিচাপে আগবঢ়াই আহিছে।

ইফালে ৰাহুলৰ পিতৃয়ে সন্ত্ৰাসবাদীয়ে চৰকাৰী কাৰ্যালয়ত সোমাই কেনেকৈ তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰিবলৈ পালে তাৰ সম্পূৰ্ণ তদন্তৰ দাবী কৰিছে। চৰকাৰে কাশ্মীৰী উপত্যকাত কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ্বাসনৰ কথা কয়, কিন্তু চৰকাৰী কাৰ্যালয়ত নিজৰ পণ্ডিত কৰ্মচাৰী নিৰাপদ নহয় বুলিও মন্তব্য কৰিছে ৰাহুলৰ পিতৃয়ে।

উল্লেখ্য যে ৰাহুল ভাট হৈছে যোৱা ছমাহত হত্যাৰ বলি হোৱা তৃতীয়গৰাকী কাশ্মীৰী পণ্ডিত। আনহাতে সন্ত্ৰাসবাদীৰ আক্ৰমণত আন দুজন কাশ্মীৰী পণ্ডিত আহত হৈছে। সন্ত্ৰাসবাদীসকলে যোৱা অক্টোবৰৰ পৰা পুনৰ কাশ্মীৰী পণ্ডিতসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷ ইয়াৰে অধিকাংশই আছিল চাকৰি বিচাৰি অহা প্ৰব্ৰজিত শ্ৰমিক আৰু কাশ্মীৰী পণ্ডিত।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKashmiri Pandit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
Next Post
কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.