• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

9 months ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

10 minutes ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

49 minutes ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

1 hour ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

1 hour ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

2 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

2 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

3 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

3 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

5 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

6 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

6 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

editor by editor
June 20, 2025
in জীৱনশৈলী
0
মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই সময়ে সময়ে তাৰ নক্ষত্ৰ পৰিবৰ্তন কৰে৷ গ্ৰহৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পৰে৷ গ্ৰহৰ অধিপতি মঙ্গলে বৰ্তমান মঘ  নক্ষত্ৰত অৱস্থান কৰিছে৷ ৩০ জুনত মঙ্গল গ্ৰহই পূৰ্ব ফাল্গুনী নক্ষত্ৰত গমন কৰিব আৰু ২৩ জুলাই পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷

শুক্ৰই পূৰ্ব ফাল্গুনী নক্ষত্ৰত অধিপতি৷ শুক্ৰ গ্ৰহৰ নক্ষত্ৰত মঙ্গলৰ গোচৰ কিছু ৰাশিৰ বাবে উপকাৰী হব৷ এই ৰাশিৰ জাতক জাতিকাসকলে সম্পদ বৃদ্ধি আৰু কৰ্মজীৱনত উন্নতি কৰিব পাৰে৷ জানি থওক মঙ্গল গ্ৰহৰ পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ জাতক উপকৃত হব৷

১. মেষ ৰাশি

মঙ্গলৰ নক্ষত্ৰ পৰিবৰ্তন মেষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হব৷ এই সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ হঠাৎ আৰ্থিক লাভৰ লক্ষণ আছে৷ উচ্চপদস্ত কৰ্মকৰ্তাসকলৰ পৰা সহযোগিতা পাব৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ আয় বৃদ্ধিৰ সৈতে পদোন্নতিৰো যোগ আছে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকেও সু সংবাদ পাব৷ এই সময়ত আপুনি আপোনাৰ লক্ষ্য অৰ্জনত সফল হব৷

২. সিংহ ৰাশি

মঙ্গলৰ নক্ষত্ৰ পৰিবৰ্তন সিংহ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হব৷ এই সময়ত আপোনাৰ আয় বৃদ্ধি পাব৷ বিনিয়োগত ভাল ৰিটাৰ্ণ পাব৷ মাটি, ঘৰ আৰু যানবাহন ক্ৰয়ো কৰিব পাৰে৷ আপুনি পাৰিবাৰিক সুখ আৰু শান্তি অনুভৱ কৰিব৷ সম্পৰ্কৰ মাজত সম্প্ৰীতি বৃদ্ধি পাব৷ ব্যৱসায়ীয়ে ভাল লাভ পাব৷

৩. মকৰ ৰাশি

মঙ্গল ৰাশিৰ জাতকৰ বাবে এই নক্ষত্ৰ পৰিবৰ্তন লাভজনক হব৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপুনি নতুন সুযোগ পাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি পাব পাৰে৷ পৰিয়ালত সুখ থাকিব৷ এই সময়ত আপোনাৰ কোনো সপোন পূৰণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!
জীৱনশৈলী

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

March 27, 2026
Next Post
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.