• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

1 year ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

8 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

8 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

8 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

9 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

11 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

11 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

12 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

12 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

13 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

13 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

14 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

editor by editor
June 20, 2025
in অপৰাধ, অসম, উত্তৰ-পূব, জীৱনশৈলী
0
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে মাহত মেঘালয়লৈ মধুচন্দ্ৰিমাৰ বাবে আহি স্বামীক হত্যা কৰিলে ইন্দোৰৰ বোৱাৰী সোনম ৰঘুবংশীয়ে৷ স্বামী ৰাজাক হত্যা কৰি পাহাৰৰ পৰা পেলাই দি আকৌ ইন্দোৰলৈকে উভতি গৈছিল সোনম৷ শেষত গাজিপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামীহন্তা সোনমক৷ এই হত্যাকাণ্ডক লৈ দেশজুৰি চৰ্চাও চলি আছে৷ এই হত্যাকাণ্ডৰ নাম দিয়া হৈছে হানিমুন হত্যা৷

কাৰণ আৰক্ষীৰ মতে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ আছিল তেওঁৰেই পত্নী সোনম ৰঘুবংশীৰ৷ সোনম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই সুস্থ মগজুৰেই এই হত্যাকাণ্ডৰ প্লেন প্ৰস্তুত কৰিছিল৷ আৰু প্লেনমতেই শেষো কৰি দিয়া হৈছে ৰাজাৰ জীৱন৷ ইমানদিনে পুত্ৰৰ মৃত্যুত ভাঙি পৰিলেও ৰাজাৰ মাতৃয়ে সোনমৰ বিৰুদ্ধেও কোনো মন্তব্য কৰা নাছিল৷ সোনমক লৈ মুখ বন্ধই ৰাখিছিল ৰাজাৰ মাতৃয়ে৷ শেহতীয়াকৈ হতাকাৰী পুত্ৰবধূক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন কৰিছে ৰাজা ৰঘুবংশীৰ মাতৃয়ে৷

বৃহস্পতিবাৰে সংবাদ সংস্থা এ এন আই ক দিয়া এক সাক্ষাৎকাৰত সোনমৰ বিৰুদ্ধে তদন্তকাৰীসকলক বিভ্ৰান্ত কৰাৰো অভিযোগ তুলিছে উমাই৷ সোনমক তেওঁ অপৰাধ স্বীকাৰ কৰাৰো আহ্বান জনাইছে৷ তেওঁ কৈছে, ‘সোনমে সকলোকে বিভ্ৰান্ত কৰি আছে৷ সম্পূৰ্ণ সত্য এতিয়াও প্ৰকাশ কৰা নাই৷ কিয় তাই ৰাজাক হত্যা কৰিলে? সেয়া খুলি নোকোৱালৈকে তাইক আৰক্ষীৰ জিম্মাতেই ৰখা উচিত৷’

প্ৰয়াত পুত্ৰৰ কথা মনত পেলাই কান্দিও উঠিছে উমা৷ বাৰে বাৰে তেওঁ এটাই প্ৰশ্ন কৰিছে, ‘কিয় সোনমে মোৰ পুত্ৰক হত্যা কৰিলে?’ সংবাদ সংস্থাক পিটিআইক তেওঁ কৈছে, ‘সোনমে তেওঁৰ বন্ধু আৰু তেওঁৰ ঘনিষ্ঠ সকলক বিস্তাৰিতভাৱে সোধপোছ কৰা উচিত৷ মোৰ সন্তানৰ কি দোষ আছিল? কিয় তাক হত্যা কৰা হল? সোনমৰ মুখৰ পৰা এই প্ৰশ্নৰ উত্তৰ নুশুনা পৰ্যন্ত মই শান্তি নাপাম৷’

মেঘালয়ত মধুচন্দ্ৰিমালৈ আহি ২৩ মেত নিখোঁজ হৈছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম৷ ২ জুনত পূব খাঁচি পাহাৰৰ চেৰাপুঞ্জিত এক জলপ্ৰপাতৰ কাষৰ গভীৰ খাদৰ পৰা উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ৷ সোনমৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে৷ আৰু ৯ জুনত মাজনিশা ঘটনাস্থলৰ পৰা ১২০০ কিঃমিঃ দূৰৈত উত্তৰপ্ৰদেশৰ গাজীপুৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে সোনমে৷ তাৰপাছতেই জনা যায় যে ৰাজাক হত্যা কৰিবৰ বাবে সোনমে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে বিশেষ পৰিকল্পনা কৰিছিল৷ অৰ্থৰ বিনিময়ত তিনিটা ছুপাৰী কিলাৰো আনিছিল৷ এই হত্যাৰ বাবে ৫ অভিযুক্তই এতিয়া আৰক্ষীৰ জিম্মাত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
Next Post
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.