• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

3 months ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

11 minutes ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

54 minutes ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

3 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

6 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

6 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

7 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

8 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

9 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

9 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

editor by editor
January 5, 2026
in জীৱনশৈলী
0
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ আৰম্ভণিতে গ্ৰহৰ গতিবিধিয়ে কিছু গুৰুত্বপূৰ্ণ ইংগিত দিয়ে৷ জানুৱাৰীৰ আৰম্ভণিতে সূৰ্য আৰু মঙ্গলৰ এক শক্তিশালী সংযোগ তৈয়াৰ হ’ব৷ যি জ্যোতিষশাস্ত্ৰত মঙ্গলাদিত্য যোগ নামেৰে পৰিচিত৷ এই যোগে সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰে৷ এই বছৰৰ প্ৰথমে মঙ্গলাদিত্য যোগ হ’ব, যিয়ে কিছু ৰাশিৰ বাবে ভাগ্যৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ বিশেষকৈ ৩ ৰাশিৰ জাতকৰ ওপৰত বিশেষভাৱে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা যাব৷

মঙ্গলাদিত্য যোগ কেতিয়া গঠিত হ’ব?

শুকুৰবাৰে ৯ জানুৱাৰী, ২০২৬তাৰিখে সূৰ্য আৰু মঙ্গলে একেই ৰাশিত অৱস্থান কৰিব৷ এই সংযোগ বিয়লি ৫.০৪ মিনিটত ঘটিব৷ সূৰ্যক আত্মবিশ্বাস আৰু প্ৰতিপত্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ অন্যহাতে মঙ্গল শক্তি আৰু বীৰত্বৰ প্ৰতীক৷ যেতিয়া এই দুটা গ্ৰহ মিলিত হয়, তেতিয়া সেই ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ ইয়াৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰত অনুভূত হ’ব৷ এই সময়ত কিছু ৰাশিৰ বাবে বিশেষভাৱে উপকাৰী ধাৰণা কৰা হৈছে৷

মেষ ৰাশি

মঙ্গলাদিত্য যোগে মেষ ৰাশিৰ জাতক জাতিকাক অগ্ৰগতি আৰু সাফল্যৰ ইংগিত দিয়ে৷ এই সময়ৰ মাজত দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হ’বলৈ আৰম্ভ হ’ব৷ কৰ্মক্ষেত্ৰত কামত গতি আহিব৷ যিসকল চাকৰিয়াল তেওঁলোকৰ নতুন সুযোগ আহিব৷ ব্যৱসায়ীসকল লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি ধীৰে ধীৰে উন্নত হ’ব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপুনি ভৱিষ্যতে উপকাৰী প্ৰমাণিত হ’ব লগা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

সিংহ ৰাশি

মঙ্গলাদিত্য যোগত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক কৰ্মজীৱনত স্বীকৃতি দিব৷ আপুনি ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব পাৰে যিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰিব৷ আপোনাৰ নেতৃত্বৰ দক্ষতা আবিৰ্ভূত হব৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব৷ আপোনাৰ পাৰিবাৰিক জীৱনত ভাৰসাম্য বৰ্তি থাকিব৷ ঘৰৰ পৰিবেশ মনোৰম থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই যোগটো অগ্ৰগতি আৰু সমৃদ্ধিৰ লক্ষণ হিচাপে বিবেচিত হব৷ দীৰ্ঘদিনৰ বাধাসমূহ শেষ হব পাৰে৷ কাম আৰু ব্যৱসায়ত উন্নতিৰ বাবে ভাল সুযোগ তৈয়াৰ হব৷ অৰ্থ সম্পৰ্কিত উদ্বেগ হ্ৰাস পাব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ আপোনাৰ পৰিয়ালৰ মাজত শান্তি আৰু সুখ বিৰাজ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

April 6, 2026
Next Post
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.